• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাখী পূৰ্ণিমাৰ পৰা আৰম্ভ এই সপ্তাহত ত্ৰিগ্ৰহী যোগ, ধন লাভেই নহয় সৌভাগ্য হাতৰ মুঠিত এই ৫ৰাশিৰ জাতকৰ

ৰাখী পূৰ্ণিমাৰ পৰা আৰম্ভ এই সপ্তাহত ত্ৰিগ্ৰহী যোগ, ধন লাভেই নহয় সৌভাগ্য হাতৰ মুঠিত এই ৫ৰাশিৰ জাতকৰ

2 years ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

47 minutes ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

2 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

3 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

4 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

16 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

17 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

17 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

17 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

18 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাখী পূৰ্ণিমাৰ পৰা আৰম্ভ এই সপ্তাহত ত্ৰিগ্ৰহী যোগ, ধন লাভেই নহয় সৌভাগ্য হাতৰ মুঠিত এই ৫ৰাশিৰ জাতকৰ

ৰাখী পূৰ্ণিমাৰ পৰা আৰম্ভ এই সপ্তাহত ত্ৰিগ্ৰহী যোগ, ধন লাভেই নহয় সৌভাগ্য হাতৰ মুঠিত এই ৫ৰাশিৰ জাতকৰ

editor by editor
August 19, 2024
in বিবিধ, ভাৰত, লেখা
0
ৰাখী পূৰ্ণিমাৰ পৰা আৰম্ভ এই সপ্তাহত ত্ৰিগ্ৰহী যোগ, ধন লাভেই নহয় সৌভাগ্য হাতৰ মুঠিত এই ৫ৰাশিৰ জাতকৰ
0
SHARES
10k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগষ্ট মাহৰ মাজৰ সময়ত আছে ত্ৰিগ্ৰহী যোগ৷ ১৯ আগষ্ট ২০২৪ৰ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত সিংহ ৰাশিত একেলগে অৱস্থান কৰিব সূৰ্য, বুধ আৰু শুক্ৰই৷ ইয়াৰ ফলত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ থাকিব এই সপ্তাহত৷ জ্যোতিষ অনুসৰি এই ৰাজযোগে জীৱন সম্পদ, সমৃদ্ধি আৰু সাফল্য আনিব৷ ইয়াৰ পাছতেই বুধে বক্ৰী চলনেৰে কৰ্কট ৰাশিত আহিব৷ তেতিয়াই ত্ৰিগ্ৰহী যোগ শেষ হৈ আৰম্ভ হ’ব দ্বিগ্ৰহী যোগ৷ সূৰ্য, বুধ আৰু শুক্ৰই কাষে কাষে থকাৰ ফলত শুভ প্ৰভাৱ পৰিব কোন কোন ৰাশিৰ জাতকৰ ওপৰত?

মিথুন ৰাশি

টেৰো কাৰ্ডৰ গণনাই কৈছে যে এই নতুন সপ্তাহত নানান দিশৰ পৰা লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷ কেৰিয়াৰত উন্নতি কৰাৰ বাবে আপোনাৰ হাতলৈ সুযোগ আহিব৷ নিজৰ লক্ষ্যৰ প্ৰতি আপুনি আৰু চিৰিয়াছ হ’ব৷ নিজৰ লক্ষ্যৰ দিশেৰে আগুৱাই যাব পাৰে৷

কন্যা ৰাশি

ৰাখী  পুৰ্ণিমাৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত এটাৰ পাছত আনটো সাফল্য পাব পাৰে কন্যা ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত যি প্ৰতিকূল পৰিস্থিতি আছিল এই সপ্তাহত সকলোবোৰৰ পৰা মুক্তি পাব আপুনি৷ সহকৰ্মীসকলৰ সহায় সহযোগিতা লাভ কৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ হ’ব৷

ধনু ৰাশি

​টেৰো কাৰ্ড গণনা কৰি দেখা গৈছে যে চলিত সপ্তাহত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ এই সপ্তাহত কৰোবাত বিনিয়োগ কৰিলে তাৰ পৰা বৃহৎ আৰ্থিক লাভ আপুনি কৰিব পাৰে৷ নিজৰ প্ৰিয় মানুহৰ সৈতে কোৱালিটি টাইম কটাব পাৰে৷ সমগ্ৰ সপ্তাহজুৰি নানান ধৰণে ধনু ৰাশিৰ জাতক লাভৱান হ’ব৷ কেৰিয়াৰত উন্নতি কৰাৰ বৃহৎ সুযোগ পাব ধনু ৰাশিৰ জাতকে৷

মকৰ ৰাশি

টেৰো কাৰ্ডৰ গণনাই কৈছে যে ১৯ আগষ্টৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত সৃজনশীল কামত বৃহৎ উন্নতি কৰাৰ যোগ আছে মকৰ ৰাশিৰ জাতকৰ সন্মুখত৷ আপোনাৰ খ্যাতি আৰু প্ৰতিপত্তি এই সময়ত বৃদ্ধি পাব৷ আৰামৰ দিন কটাব৷ নিজৰ কামৰ উন্নতিক লৈ মনে মনে সন্তুষ্ট হৈ থাকিব মকৰ ৰাশিৰ জাতক৷ পৰিয়ালত আনন্দৰ পৰিবেশ বৰ্তি থাকিব৷ স্বাস্থ্যক লৈ সচেতন থকাটো জৰুৰী৷

মীন ৰাশি

১৯ আগষ্টৰ পৰা ২৫ আগষ্টলৈকে এই সময়ৰ ভিতৰত নানান দিশৰ পৰা উন্নতি কৰিব মীন ৰাশিৰ জাতকে৷ সুখ শান্তি লাভ কৰিব এই ৰাশিৰ জাতকে৷ যি কামতেই হাত দিয়ে তাতেই সাফল্য লাভ কৰিব৷ পেছাগত জীৱনত উন্নতি কৰাৰ সুযোগ পাব৷ কেৰিয়াৰতো উন্নতি কৰাৰ সুযোগ আপোনাৰ সন্মুখত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

April 13, 2026
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

April 13, 2026
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
Next Post
আৰ জি কৰ হাস্পতালত কন্যাক কি অৱস্থাত দেখিছিল পিতৃয়ে? ভয়ংকৰ মুহূৰ্তৰ বৰ্ণনা দিলে পিতৃ-মাতৃয়ে

আৰ জি কৰ হাস্পতালত কন্যাক কি অৱস্থাত দেখিছিল পিতৃয়ে? ভয়ংকৰ মুহূৰ্তৰ বৰ্ণনা দিলে পিতৃ-মাতৃয়ে

ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

ঘনে ঘনে নেটৱৰ্ক নাইকিয়া হৈছে? এই টিপছ মানক, ইণ্টাৰনেট স্পীড ৰকেট গতিত পাবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.