• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি বছৰটোৰ দীৰ্ঘতম পূৰ্ণিমা, লগতে ১৯ বছৰৰ পাছত বিৰল মহাজাগতিক আশ্চৰ্য্য

1 year ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

30 minutes ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

51 minutes ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

1 hour ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

3 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

4 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

5 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

6 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

7 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

8 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি বছৰটোৰ দীৰ্ঘতম পূৰ্ণিমা, লগতে ১৯ বছৰৰ পাছত বিৰল মহাজাগতিক আশ্চৰ্য্য

editor by editor
December 15, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
আজি বছৰটোৰ দীৰ্ঘতম পূৰ্ণিমা, লগতে ১৯ বছৰৰ পাছত বিৰল মহাজাগতিক আশ্চৰ্য্য
0
SHARES
645
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি বছৰটোৰ দীৰ্ঘতম পূৰ্ণিমা, লগতে ১৯ বছৰৰ পাছত বিৰল মহাজাগতিক আশ্চৰ্য্য

আজি ২০২৪ চনৰ শেষ পূৰ্ণিমা । লগতে আজি বছৰটোৰ সবাতোকৈ দীঘল পূৰ্ণিমাৰ নিশা। ইয়াৰ উপৰিও আজি আকাশত এক অনন্য জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাই শোভা বঢ়াব। এই স্বকীয় পৰিঘটনা প্ৰায় ১৯ বছৰত এবাৰ ঘটে, যিটোক “চন্দ্ৰৰ ডাঙৰ স্থবিৰতা” বুলি জনা যায়। এই বছৰৰ শেষৰ পূৰ্ণিমাটো উত্তৰ দিশৰ পৰা উদয় হ’ব — যিটো পৰিঘটনা প্ৰতি ১৮.৬ বছৰৰ মূৰে মূৰে ঘটে।

ডিচেম্বৰৰ পূৰ্ণিমাক লং নাইটছ মুন আৰু কোল্ড মুন আদি বিভিন্ন নামেৰে জনা যায়। বিশেষভাৱে ইয়াক ‘শীতল চন্দ্ৰ’ বুলি কোৱা হয় , কিয়নো এই পূৰ্ণিমা ডিচেম্বৰৰ শীতৰ সময়ত হয়।

উত্তৰ গোলাৰ্ধৰ বাবে এই পূৰ্ণিমা বছৰৰ আটাইতকৈ দীঘলীয়া নিশা। আজিৰ দিনটোতে চন্দ্ৰই আকাশৰ শিখৰেৰে সৰ্বোচ্চ পথ গ্ৰহণ কৰে, যাৰ ফলত ইয়াৰ দৃশ্যমান হোৱাটো আন পূৰ্ণিমাতকৈ দীঘলীয়া হয়। যাৰ বাবে ইয়াক “দীঘলীয়া ৰাতিৰ চন্দ্ৰ” বুলি কয়।

অহা বছৰ এই শীতল চন্দ্ৰ ৫ ডিচেম্বৰত বিয়লি ৪:৪৪ বজাত হ’ব। উল্লেখযোগ্য যে শীতল চন্দ্ৰৰ সময় ঠাই অনুসৰি ভিন্ন হয় আৰু নিৰ্দিষ্ট সময় আৰু তাৰিখ স্থানীয় সময়ৰ ওপৰত ভিত্তি কৰি দিয়া হয়।

এই বছৰ লছ এঞ্জেলছৰ গ্ৰীফিথ মানৱ নিৰীক্ষণ কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি অহা আজি ১৫ ডিচেম্বৰৰ নিশা পূৰ্ণিমাৰ চন্দ্ৰ আকাশৰ আটাইতকৈ উত্তৰ বিন্দুত উপনীত হ’ব। যাৰ বাবে ইয়াক অধিক উজ্জল দেখা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024 Cold Moon2024 Last Full MoonCOLD MOONFull MoonPurnima
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

March 19, 2026
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

March 19, 2026
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

Next Post
বলীউডৰ কাপুৰ পৰিয়ালৰ একমাত্ৰ স্নাতক ডিগ্ৰীধাৰী, যিয়ে ৬৭ বছৰ বয়সত গঢ়িলে ৰেকৰ্ড

শনি-শুক্ৰকে ধৰি ৪টা গ্ৰহৰ ২০২৫ চনত ওলোটা গতি; ৩ ৰাশিৰ হ’ব উপকাৰ, বাঢ়িব ধন

শনি-শুক্ৰকে ধৰি ৪টা গ্ৰহৰ ২০২৫ চনত ওলোটা গতি; ৩ ৰাশিৰ হ'ব উপকাৰ, বাঢ়িব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন