• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪১ বছৰৰ মূৰত ঘূৰি আহিল টাৰ্জান!

৪১ বছৰৰ মূৰত ঘূৰি আহিল টাৰ্জান!

5 years ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

21 minutes ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

42 minutes ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

1 hour ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

1 hour ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

4 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

5 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

5 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

18 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৪১ বছৰৰ মূৰত ঘূৰি আহিল টাৰ্জান!

editor by editor
June 28, 2021
in জীৱনশৈলী, বিশ্ব
0
৪১ বছৰৰ মূৰত ঘূৰি আহিল টাৰ্জান!
0
SHARES
26.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মানৱ সভ্যতাৰ পৰা বহু দূৰত ভিয়েটনামৰ এক ঘন জংঘলত জীৱন নিৰ্বাহ এগৰাকী ব্যক্তিৰ। ৪১ বছৰ ধৰি জংঘলত বসবাস কৰি আছে ভ্যান লাং নামৰ ব্যক্তিগৰাকী। যেন বাস্তবৰ টাৰ্জান ভ্যান লাং। ১৯৭২ চনত ভিয়েটনাম যুদ্ধৰ সময়ত ভ্যান লাঙৰ পিতৃয়ে দুই সন্তানক লৈ পলাই আহিছিল ঘন অৰণ্যৰ মাজলৈ। তেতিয়াৰ পৰাই বছৰ বছৰ ধৰি এই দুৰ্বিসহ জীৱন যাপন কৰি আহিছে ভ্যান লাঙৰ পৰিয়ালে। এন্দুৰ, বাদুলী আদি জীৱক খাদ্য হিচাপে গ্ৰহণ কৰে ভ্যান লাঙে। নাৰী সন্দৰ্ভত কোনো ধাৰণাই নাছিল ভ্যান লাঙৰ। সুদীৰ্ঘ ৪১ বছৰৰ পাছত ২০১৩ চনত উদ্ধাৰ হয় ভ্যান লাং আৰু সাধাৰণ জীৱন ধাৰণৰ বাবে এখন গাঁৱত থাকিবলৈ দিয়া হয় ব্যক্তিগৰাকীক। তেতিয়াহে মানৰ জীৱনৰ সৈতে পৰিচয় হয় ভ্যান লাঙৰ। ভ্যান লাঙৰ পিতৃক উদ্ধাৰৰ চেষ্টা কৰা হৈছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহয় পিতৃক। কিন্তু ২০১৫ চনত এজন চিত্ৰকৰে ভ্যান লাঙৰ পৰিয়ালৰ জীৱনৰ সত্যতা উদঘাটন কৰে। তেতিয়াৰ পৰাই সংবাদ মাধ্যমত প্ৰচাৰ হয় ভ্যান লাঙৰ জীৱন কাহিনী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24tarzanvietnam man
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
Next Post
ৰাজ্যত কোভিডৰ তৃতীয় ঢৌ!

ৰাজ্যত কোভিডৰ তৃতীয় ঢৌ!

পশ্চিমবংগক লৈ ৰচিছে নেকি গেম প্লেন?

পশ্চিমবংগক লৈ ৰচিছে নেকি গেম প্লেন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.