• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসহায় পিতৃয়ে কৈছে, ‘এয়া নিষ্ঠুৰতা নহয় ভালপোৱাৰ অভিশাপ’, দিল্লী হাইকৰ্টৰ সন্মুখত এজন পিতৃৰ কান্দোন, ঘটনা কি?

অসহায় পিতৃয়ে কৈছে, ‘এয়া নিষ্ঠুৰতা নহয় ভালপোৱাৰ অভিশাপ’, দিল্লী হাইকৰ্টৰ সন্মুখত এজন পিতৃৰ কান্দোন, ঘটনা কি?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অসহায় পিতৃয়ে কৈছে, ‘এয়া নিষ্ঠুৰতা নহয় ভালপোৱাৰ অভিশাপ’, দিল্লী হাইকৰ্টৰ সন্মুখত এজন পিতৃৰ কান্দোন, ঘটনা কি?

অসহায় পিতৃয়ে কৈছে, ‘এয়া নিষ্ঠুৰতা নহয় ভালপোৱাৰ অভিশাপ’, দিল্লী হাইকৰ্টৰ সন্মুখত এজন পিতৃৰ কান্দোন, ঘটনা কি?

editor by editor
July 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অসহায় পিতৃয়ে কৈছে, ‘এয়া নিষ্ঠুৰতা নহয় ভালপোৱাৰ অভিশাপ’, দিল্লী হাইকৰ্টৰ সন্মুখত এজন পিতৃৰ কান্দোন, ঘটনা কি?
0
SHARES
731
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ বছৰতকৈ অধিক সময় ধৰি সন্তানটো বিচনাত পৰি আছে৷ কলেজত পঢ়ি থকা এক দুৰ্ঘটনাৰ পাছত স্নায়ুৰ অসুখত ভূগি আছে সন্তানটো৷ শৰীৰৰ ১০০ শতাংশই পক্ষাঘাতগ্ৰস্থ৷ দিনৰ পাছত দিন সন্তানৰ অসহনীয় যন্ত্ৰণা, নিজৰ আৰ্থিক দুৰাবস্তা আৰু মানসিক অৱস্থাৰ কথা জনাই আদালতত সন্তানৰ ইচ্ছামৃত্যুৰ আৰ্জি জনাইছে এই বৃদ্ধ দম্পতিহালে৷ এই আবেদন খাৰিজ কৰি দিছে দিল্লী হাইকৰ্টে৷

সন্তানটোৰ নাম হৰিশ৷ মোহালিৰ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছিভিল ইণ্ডিনিয়াৰিঙত পঢ়াশুনা কৰিছিল৷ হঠাৎ এক দুৰ্ঘটনা৷ ২০১৩ চনত কলেজৰ চাৰিমহলাৰ পৰা পৰি যায় হৰিশ৷ প্ৰাণৰক্ষা পৰিলেও শৰীৰৰ প্ৰায় সমস্ত অংগই বিকল হৈ পৰে৷ মূৰৰ আঘাত অত্যন্ত গুৰুতৰ আছিল৷ দুৰ্ঘটনাক লৈ ৰহস্যৰ গোন্ধও পাইছিল বহুজনে৷ থানাত এফ আই আৰো দাখিল কৰিছিল হৰিশৰ পিতৃ-মাতৃয়ে৷ সন্তানৰ চিকিৎসাৰ বাবে এখনৰ পাছত আনখন হাস্পতালত ঘূৰিছে পিতৃ-মাতৃ৷ দীৰ্ঘ দিন চণ্ডীগড়ৰ পিজিআইত হৰিশৰ চিকিৎসা চলি আছে৷ তাৰপাছতেই এমছ, ৰামমনোহৰ লোহিয়া, লোকনায়ক আৰু দিল্লীৰ ফাৰ্টিছ হাস্পতালতো চিকিৎসা হৈছে৷ কিন্তু শাৰীৰিক অৱস্থাৰ উন্নতি নহ’ল৷ ১১ বছৰতকৈ বেছি সময় তেওঁ বিচনাৰ পৰা উঠা নাই৷ প্ৰতি দিনেই শেষ হৈ আহিছে পুত্ৰৰ শৰীৰ৷ কেনেকৈ চাই থাকে পিতৃ-মাতৃয়ে৷

প্ৰতিদিনে সন্তানক এনেকৈ মৃত্যুৰ দিশে গৈ থকা দেখি দিল্লী হাইকৰ্টৰ দ্বাৰস্ত হৈছে হৰিশৰ ৬২ বছৰীয়া পিতৃ ৰানা আৰু মাতৃ নিৰ্মলা দেৱী৷ তেওঁলোকৰ আৱেদন, মেডিকেল বৰ্ড বহুৱাই সন্তানক পেছিভ ইউথানছিয়া অৰ্থাৎ সন্তানৰ ইচ্ছামৃত্যু লাগে৷ আদালতৰ ওচৰত পিতৃ ৰানাই কয়, ‘যেতিয়া পিতৃ মাতৃয়ে সন্তানৰ মৃত্যু কামনা কৰে তাতকৈ পৃথিৱীত একো নিষ্ঠুৰতাই নাই৷ সেয়া প্ৰকৃততে ভালপোৱাৰ অভিশাপ৷ সেই ভালপোৱাৰ টানতেই সন্তানৰ জীৱন শেষ কৰি দিয়াৰ অনুমতি বিচাৰিছো৷’

সন্তানৰ শাৰীৰিক কষ্টৰ সৈতে নিজৰ মানসিক আৰু আৰ্থিক অৱস্থাৰ কথাও হাইকৰ্টৰ সন্মুখত তুলি ধৰিছে ৰানাই৷ তেওঁ কয়, ‘সন্তানটোক ২৪ ঘণ্টাই এগৰাকী নাৰ্ছৰ সহায়ত ৰখি আছো৷ নাৰ্ছগৰাকীক মাহিলী ২৭ হাজাৰ টকা পাৰিশ্ৰমিক দিব লাগে৷ আৰু আমাৰ সকলোৰে মাহিলী উপাৰ্জন মাত্ৰ ২৮ হাজাৰ টকা৷’ বেচৰকাৰী কাৰ্যালয়ত কাম কৰা পিতৃ ৰানাৰ দুৰ্দশা ইমানতেই শেষ নহয়৷ সন্তানৰ চিকিৎসাৰ বাবে এজন ফিজিঅ’থেৰাপিষ্টো আছে৷ তেওঁৰ মাহিলী দৰমহা ১৪-১৫ হাজাৰ টকা দিব লাগে৷ বছৰৰ পাছত বছৰ সন্তানৰ কষ্ট আৰু বৃদ্ধিহে পাইছে৷ চিকিৎসেও কৈছে যে কোনো আশাৰ খবৰ নাই৷ ইফালে চিকিৎসাৰ ব্যয়ো শেষ হোৱা নাই৷ দৈনিক চিকিৎসাৰ বাবদ হাজাৰ হাজাৰ টকা ব্যয় কৰি সৰ্বস্বান্ত হৈ পৰিছে পিতৃ ৰানা৷

হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা ৫০ হাজাৰ টকাৰ এককালীন সাহায্য পাইছিল পিতৃয়ে৷ তাৰপিছৰ পৰা সকলো ব্যয় পিতৃৰ নিজা৷ হাইকৰ্টৰ কাষ চাপি পিতৃয়ে কয়, ‘কেনেকৈ আমি জীয়াই আছো সুধিলে আমি বুজাই ক’ব নোৱাৰিম৷ সন্তানৰ প্ৰাণৰক্ষা কৰিবলৈ নিজৰ অংগ কেইটাৰ বাদে বিক্ৰি কৰিবলৈ আৰু একো নাই৷ সন্তানটো ভাল হ’ব বুলি জানিলে আমি তাকো কৰিলো হেতেন কিন্তু এতিয়া সেই আশাও নাই৷ এনেকৈ তিল তিলকৈ মৰি মৰি জীয়াই থকাতকৈ সি গুচি যাওক৷ কষ্ট আৰু সহ্য হোৱা নাই৷’

২০২১ চনত পিতৃয়ে নিজৰ তিনিমহলীয়া ঘৰটোও বিক্ৰি কৰি দিছে৷ এতিয়া পিতৃৰ হাতত ধন অহাৰো কোনো উৎস নাই৷ মাত্ৰ ৩ হাজাৰ টকাৰে পিতৃৰ ঘৰ চলিছে৷ সেই ধনেৰে কি কৰিব? চিকিৎসা কৰিব নে নিজে খাদ্য খাব? এই বিষয়টোক লৈয়েই পিতৃয়ে দিল্লী হাইকৰ্টৰ কাষ চাপিছে৷ বিগত ৮ জুলাইত আদালতে ৰানাৰ আৱেদন খাৰিজ কৰি দিছে৷ কাৰণ আমাৰ দেশৰ আইনত ইচ্ছামৃত্যুৰ অনুমতি নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
কাইলৈ আহাৰৰ শুক্লা ষষ্ঠীত গজকেশৰী যোগ, নাৰায়ণৰ কৃপাত সৌভাগ্য সোণৰ দৰে চমকি উঠিব ৫ৰাশিৰ জাতক

কাইলৈ আহাৰৰ শুক্লা ষষ্ঠীত গজকেশৰী যোগ, নাৰায়ণৰ কৃপাত সৌভাগ্য সোণৰ দৰে চমকি উঠিব ৫ৰাশিৰ জাতক

আহাৰৰ শুক্লা ষষ্ঠীত গজকেশৰী যোগ, নাৰায়ণৰ কৃপাত সোণৰ দৰে চমকি উঠিব ৫ৰাশিৰ জাতক

আহাৰৰ শুক্লা ষষ্ঠীত গজকেশৰী যোগ, নাৰায়ণৰ কৃপাত সোণৰ দৰে চমকি উঠিব ৫ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.