লকডাউনৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে দেশত। প্ৰয়োজনত লকডাউনৰ পক্ষত উচ্চতম ন্যায়ালয়। জনসমাৱেশ নিষিদ্ধ কৰাৰো নির্দেশ উচ্চতম ন্যায়ালয়ৰ। ‘ছুপাৰস্প্ৰেডাৰ ইভেণ্ট’তো নিষেধাজ্ঞাৰ নির্দেশ ন্যায়ালয়ৰ।