ক’ৰোনাকালত শ্ৰমিক-ব্যৱসায়ীৰ বিপদ মাতিছে NF ৰে’লৱেই। NF ৰে’লৱেৰ বিৰুদ্ধে সৰৱ কামৰূপ চেম্বাৰ্ছ অব্ কমাৰ্চ।