যোগী আদিত্যনাথক ভাৰালৈ লাগে অষ্ট্ৰেলিয়াক। যোগীৰ পৰা অষ্ট্ৰেলিয়াই ল’ব সঞ্জীৱনী শক্তি। যি সঞ্জীৱনীৰ দ্বাৰা শেষ কৰিব ক’ৰোনা। কেইমাহ মানৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব লাগে যোগী আদিত্য নাথ। অষ্ট্ৰেলিয়াৰ পৰা এটা অ’ফাৰ আহিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ