• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰিয়নিৰ ভাৰত্তোলক মৃদুস্মিতাৰ জীৱন সংগ্ৰাম, প্ৰত্যাহ্বান নেওচি সাজু ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ

মৰিয়নিৰ ভাৰত্তোলক মৃদুস্মিতাৰ জীৱন সংগ্ৰাম, প্ৰত্যাহ্বান নেওচি সাজু ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ

5 years ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

2 minutes ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

48 minutes ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

2 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

3 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

4 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

4 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

5 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

5 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

6 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

7 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

8 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৰিয়নিৰ ভাৰত্তোলক মৃদুস্মিতাৰ জীৱন সংগ্ৰাম, প্ৰত্যাহ্বান নেওচি সাজু ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ

editor by editor
July 16, 2021
in অসম, উত্তৰ-পূব, ক্ৰীড়া, গুৱাহাটী, ভাৰত
0
মৰিয়নিৰ ভাৰত্তোলক মৃদুস্মিতাৰ জীৱন সংগ্ৰাম, প্ৰত্যাহ্বান নেওচি সাজু ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ
0
SHARES
229
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সীমিত সা-সুবিধাৰেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে সাজু হৈছে  অসমৰ ভাৰত্তোলক মৃদুস্মিতা বৰুৱা। মৰিয়নিৰ মৃদুস্মিতা বৰুৱা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰত্তোলক। মৰিয়নিৰ নকছাৰী চুঙি লাহিং গাওঁৰ ঘনশ্যাম বৰুৱা আৰু কবিতা বৰুৱাৰ কন্যা মৃদুস্মিতা বৰুৱাই ২০১৪ চনৰ পৰা ভাৰত্তোলন খেলৰ সৈতে জড়িত হৈ আছে। খেলুৱৈগৰাকীয়ে ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইফালে চলিত বৰ্ষৰ ৯ আগষ্টৰ পৰা পাঞ্জাবৰ পাতিয়ালাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ভাৰত্তোলন প্ৰতিযোগিতাৰ বাবে ঘৰতেই সীমিত সা-সুবিধাৰে অনুশীলন চলাই গৈছে মৃদুস্মিতাই। কিন্তু লকডাউনৰ ফলত বৰ্তমান খেলুৱৈগৰাকীয়ে সঠিকভাৱে নিজকে প্ৰতিযোগিতাখনলৈ সাজু কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। ৮৭ কেজি শাখাত খেলা প্ৰতিভাৱান খেলুৱৈগৰাকীক শাৰিৰীক অনুশীলনৰ বাবে উন্নতমানৰ ব্যায়ামাগাৰ প্ৰয়োজন যদিও লকডাউন তথা আৰ্থিকভাৱে দুৰ্বল অৱস্থাৰ বাবে খেলুৱৈগৰাকীৰ পক্ষে সেয়া সম্ভৱ হৈ উঠা নাই। ফলত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনলৈ নিজকে সাজু কৰা ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মৃদুস্মিতা। তাৰ মাজতো পূৰ্ণোদ্যমে অনুশীলন অব্যাহত ৰাখিছে খেলুৱৈগৰাকীয়ে। অনুশীলনত ব্যস্ত থকা কন্যাৰ সুবিধা হোৱাকৈ স্কটৰ বাবে প্ৰয়োজনীয় ষ্টেণ্ড লোহাৰ পৰিৱৰ্তে বাঁহেৰে নিৰ্মান কৰি দিছে পিতৃয়ে। উল্লেখ্য, পূৰ্বে শিৱসাগৰৰ এখন দোকানত চেলছ গাৰ্লৰূপে কৰ্মৰত আছিল খেলুৱৈগৰাকী। দৰমহাৰ টকাৰে প্ৰশিক্ষণ তথা ব্যায়ামগাৰৰ খৰচ উলিয়াইছিল যদিও লকডাউনৰ বাবে চাকৰি হেৰুৱাব লগা হোৱাত এতিয়া সীমিত সুবিধাৰে অনুশীলন চলাবলগীয়া হৈছে বুলি দুখ প্ৰকাশ কৰে মৃদুস্মিতাই। তদুপৰি, স্নাতক ডিগ্ৰীধাৰী মৃদুস্মিতাই এটা চাকৰিৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায় ৰাজ্য চৰকাৰক।

দীপক দত্ত, অসম লাইভ-২৪

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24mridushmita baruahweightlifter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক
বিজ্ঞান

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

June 20, 2026
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
Next Post
বালিকা বধুৰ ‘দাদি ছা’ সুৰেখা ছিক্ৰিৰ দেহাৱসান

বালিকা বধুৰ ‘দাদি ছা’ সুৰেখা ছিক্ৰিৰ দেহাৱসান

অসমত আতংকৰ ব্ৰেণ্ড এম্বেছাদৰ ‘পাঠা’

অসমত আতংকৰ ব্ৰেণ্ড এম্বেছাদৰ ‘পাঠা’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.