হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট মন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে দাখিল কৰিলে। লগে লগে আৰম্ভ হ’ল ক্ৰিয়া-প্ৰতিক্ৰিয়া। স্বাভাৱিকভাৱে শাসক পক্ষই বাজেটৰ ভূৰি ভূৰি প্ৰশংসা কৰাৰ বিপৰীতে অধিকাংশ বিৰোধীয়ে হতাশাজনক বাজেট আখ্যা দিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ