• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

বাক স্বাধীনতা

6 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

3 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

3 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

3 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

3 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

3 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

3 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

4 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

4 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

4 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

4 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

4 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

বাক স্বাধীনতা

editor by editor
July 22, 2020
in লেখা
0
0
SHARES
768
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নব্বৈ দশক বুলি ক’লেই অসমৰ প্ৰবীণচাম ব্যক্তিৰ চকুৰ আগত ভাঁহি উঠে এখন ভয়াৱহ ছবি। আলফা বিচৰাৰ নামত অসমৰ নিৰীহ লোকৰ ওপৰত সেনা বাহিনীৰ অকথ্য নিৰ্যাতন, গুপ্তঘাতকৰ তাণ্ডৱ, ধাৰাবাহিক হত্যা-ধৰ্ষণ, মন্ত্ৰী-আমোলাৰ সীমাহীন দুৰ্নীতি-ভ্ৰষ্টাচাৰ আদিয়ে সৰ্বসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল। তাৰ লগে লগে বাৰম্বাৰ খৰ্ব হৈছিল বাক স্বাধীনতা আৰু গণতান্ত্ৰিক অধিকাৰ। হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত অতিষ্ঠ আৰু অসহায় হৈ পৰা অসমৰ জনসাধাৰণে এক সুস্থিৰ আৰু সুন্দৰ বাতাবৰণৰ আশাত প্ৰফুল্ল কুমাৰ নেতৃত্বাধীন অসম গণ পৰিষদৰ হাতত পুনৰ ক্ষমতা ভাৰ তুলি দিলেও জনসাধাৰণে পূৰ্বৰ সুস্থিৰ-সুন্দৰ দিনবোৰ ঘূৰাই নাপালে। দল আৰু আদৰ্শ পৃথক হ’লেও শইকীয়া আৰু মহন্তৰ চৰিত্ৰৰ মাজত থকা সাদৃশ্যটো হ’ল,  তেওঁলোকৰ কাম-কাজত স্বৈৰতান্ত্ৰিক লক্ষণ ফুটি উঠিছিল। দুয়োজন  মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ কোনো চোকা সমালোচনা সহিব নোৱাৰিছিল বাবেই অজিত কুমাৰ ভূঞা, পৰাগ কুমাৰ দাস, জিতুমণি বৰা আদি বহু প্ৰতিবাদী আৰু নিৰ্ভীক সাংবাদিকৰ ঠিকনা হৈ পৰিছিল পোতাশাল।

চৰকাৰৰ স্বৈৰতান্ত্ৰিক কাম-কাজৰ বিৰুদ্ধে সৰব হৈ পৰা বহু প্ৰতিবাদী কণ্ঠক ভয়-ভাবুকিৰে ৰুদ্ধ কৰা হৈছিল। জনসাধাৰণৰ পক্ষত থকা সংবাদ মাধ্যমক নাকী লগাবলৈ ৰচনা কৰিছিল বিভিন্ন কূট-কৌশল। উল্লেখ্য যে নব্বৈ দশকত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ অগণতান্ত্ৰিক আৰু স্বৈৰতান্ত্ৰিক চৰিত্ৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন। তৎকালীন আছুৰ নেতৃত্বত আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সি যি নহওক, নতুন শতিকাটোত পোন্ধৰ বছৰ ধৰি একেৰাহে অসমত শাসন চলোৱা তৰুণ গগৈ চৰকাৰ জনসাধাৰণৰ আলোচনা-সমালোচনাৰ প্ৰতি তুলনামূলকভাবে সহনশীল আছিল। গগৈৰ শাসনৰ দিনত চৰকাৰক বিৰোধিতা কৰি কলম তুলি লোৱা কোনো সাংবাদিক পোতাশাললৈ যাব লগা নহৈছিল। তেওঁ প্ৰতিবাদী কণ্ঠক ভয়-ভাবুকিৰে স্তব্ধ কৰাতকৈ বিভিন্ন প্ৰলোভনেৰে স্তব্ধ কৰাটোত বেছি গুৰুত্ব দিছিল বাবে তেওঁৰ দিনত বাক স্বাধীনতা খৰ্ব হোৱাৰ অভিযোগো উঠা নাছিল। গগৈ চৰকাৰে জনসাধাৰণৰ বাক স্বাধীনতাত শইকীয়া-মহন্তৰ দৰে হস্তক্ষেপ নকৰা বাবেও দীৰ্ঘ সময় ধৰি শাসনত অধিষ্ঠিত হোৱাৰ সুযোগ পাইছিল।

আচৰিত কথা যে এসময়ত বাক স্বাধীনতা ৰক্ষাৰ বাবে মাত মতা সৰ্বানন্দ সোণোৱালৰ শাসনকালত বাৰে বাৰে খৰ্ব হৈছে বাক স্বাধীনতা। ইটোৰ পাছত সিটো জাতিবিৰোধী আৰু জনবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা সোণোৱাল চৰকাৰখনে জনসাধাৰণৰ কোনো সমালোচনাই শুনিব নিবিচাৰে। তেওঁৰ শাসন কালত বেছিভাগ সংবাদ প্ৰতিষ্ঠানেই চৰকাৰৰ উচ্ছিষ্টভোজীলৈ পৰিণত হ’লেও ফে’চবুক,  হোৱাটছ এপ আদি বিকল্প গণ মাধ্যমত চৰকাৰৰ হঠকাৰী আৰু অদূৰদৰ্শী কাম-কাজক বহুতেই চোকা ভাষাৰে সমালোচনা কৰিবলৈ ল’লে। তাৰ লগে লগে অসমৰ মানুহে পাহৰিবলৈ ধৰা বাক স্বাধীনতা, ৰাষ্ট্ৰ সন্ত্ৰাস আদি শব্দবোৰ পুনৰ উচ্চাৰণ কৰাৰ পৰিৱেশো সৃষ্টি হ’ল। তথাকথিত ‘জাতীয় নায়ক’ৰ শাসনৰ দিনত অসমৰ পৰিস্থিতি এনেকুৱা হৈছে যে শাসকপক্ষৰ উচ্ছিষ্টভোজন কৰা কোনো লোকে বিৰোধী বা প্ৰতিবাদী পক্ষক অভিধান আৰু সংবিধান বৰ্হিভূত শব্দৰ সহায়ত যিমানেই গালি-গালাজ নকৰক, যিমানেই সামাজিক পৰিৱেশ কলুষিত নকৰক; তেওঁৰ বিৰুদ্ধে আইন বা প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰে; কিন্তু কোনোবাই শাসকপক্ষক প্ৰশ্ন কৰি লিখা কবিতা এটা আবৃত্তি কৰিলেও তেওঁৰ ঠিকনা হৈ পৰিব অন্ধকাৰ পোতাশাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: freesom of speechtunujyoti gogoiলেখা
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
Next Post
ৰাজ্য়ত অব্যাহত গৰুৰ অবৈধ বেহা

ৰাজ্য়ত অব্যাহত গৰুৰ অবৈধ বেহা

নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ ভয়াৱহতা। এইবাৰ পানীত বুৰিল পাৱাৰ হাউছ।

নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পৰ ভয়াৱহতা। এইবাৰ পানীত বুৰিল পাৱাৰ হাউছ।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.