• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নবীৰ জন্মস্থানতে বেইজ্জতি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

নবীৰ জন্মস্থানতে বেইজ্জতি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

4 years ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

32 minutes ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

2 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

3 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

4 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

4 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

5 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

5 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

6 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

6 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

7 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নবীৰ জন্মস্থানতে বেইজ্জতি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

‘শ্বেহৱাজ চোৰ হ্যে…

editor by editor
April 29, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিশ্ব, ভাৰত, ৰাজনীতি
0
নবীৰ জন্মস্থানতে বেইজ্জতি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

নবীৰ জন্মস্থানতে বেইজ্জতি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ। ‘শ্বেহৱাজ চোৰ হ্যে…

0
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মদিনাৰ মছজিদ-ই-নবাৱীত অভাৱনীয় পৰিস্থিতি৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে মদিনাৰ মছজিদ-ই-নবাৱীত ‘চোৰ-চোৰ-চোৰ’ শ্ল’গান উচ্চাৰণ কৰা দেখা গৈছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতিনিধি দলৰ সৈতে তিনিদিনীয়া চৰকাৰী ভ্ৰমণত ছৌদি আৰৱত উপস্থিত হৈছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত শ শ লোকে ‘চোৰ চোৰ’ বুলি চিঞৰি আছে। যেতিয়া প্ৰতিনিধি দলটোক মছজিদ-ই-নবাৱীলৈ অহা দেখা গৈছিল তেতিয়াই শ্ল’গানবোৰ উচ্চাৰিত কৰা হৈছিল। ANIৰ প্ৰতিবেদন অনুসৰি, আৰক্ষীয়ে শ্লোগান, চিঞৰ-বাখৰ কৰাসকলক আটক কৰিছে।

ANIয়ে শ্বেয়াৰ কৰা ভিডিঅ’ত তথ্যমন্ত্ৰী মৰিয়ম ঔৰংগজেৱ আৰু নেচনেল এছেম্বলীৰ সদস্য শ্বাহজেন বুগটীক আনসকলৰ সৈতে দেখা গৈছিল। ঔৰংগজেৱে এই প্ৰতিবাদৰ বাবে পৰোক্ষভাৱে ইমৰান খানক দোষাৰোপ কৰিছে।

‘দ্য এক্সপ্ৰেছ ট্ৰিবিউনে’ ঔৰংগজেৱৰ উদ্ধৃতি দি কয়, “মই এই পবিত্ৰ ভূমিত এই ব্যক্তিজনৰ নাম নলওঁ৷ মই এই ভূমি ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিব নিবিচাৰো। কিন্তু তেওঁলোকে সমাজধ্বংস কৰিছে।”

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ তেওঁৰ প্ৰথম তিনিদিনীয়া চৰকাৰী ছৌদি আৰৱ ভ্ৰমণলৈ আহিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণত ডজন ডজন বিষয়া আৰু ৰাজনৈতিক নেতা তেওঁৰ সৈতে গৈছিল।

টুইটাৰযোগে ঘটনা সন্দৰ্ভত ভিডিঅ’টো শ্বেয়াৰ কৰি এজনে লিখিছে, ‘গৌৰৱান্বিত  পাকিস্তানীসকল, অনুগ্ৰহ কৰি আমাৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পাকিস্তান গণতান্ত্ৰিক আন্দোলনৰ অপৰাধী দলটোক ছৌদি আৰৱত ইমান ডাঙৰ আদৰণি জনোৱা দেখি সুখী হওঁক।’

শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী অলপতে সলনি হৈছে। ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল ইমৰান খান, কিন্তু তেওঁ নেচনেল এছেম্বলীত তেওঁৰ চৰকাৰৰ বাবে আস্থাৰ ভোট লাভ কৰিব নোৱাৰিলে, যাৰ বাবে তেওঁ প্ৰত্যাহাৰ কৰিব লগা হৈছিল প্ৰধানমন্ত্ৰীৰ পদটো আৰু এতিয়া বৰ্তমানৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক
বিনোদন

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

July 27, 2026
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন
ভাৰত

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

July 27, 2026
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
Next Post
ইজৰাইলৰ প্ৰধানমন্ত্ৰীক মৃত্যুৰ ভাবুকি

ইজৰাইলৰ প্ৰধানমন্ত্ৰীক মৃত্যুৰ ভাবুকি

লখিমপুৰত কোন এই মহিলা নাকত ধৰি চাকত ঘূৰাইছে সন্মানীয় ছাৰক

লখিমপুৰত কোন এই মহিলা নাকত ধৰি চাকত ঘূৰাইছে সন্মানীয় ছাৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.