• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোৰ্খা পিন্ধি ৰাস্তালৈ ওলালেই দিব লাগিব ৮২ হাজাৰ টকাৰ জৰিমনা, ক’ত লাঘু হৈছে ‘বোৰ্খা বাতিল আইন’?

বোৰ্খা পিন্ধি ৰাস্তালৈ ওলালেই দিব লাগিব ৮২ হাজাৰ টকাৰ জৰিমনা, ক’ত লাঘু হৈছে ‘বোৰ্খা বাতিল আইন’?

4 years ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

7 minutes ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

28 minutes ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

1 hour ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

1 hour ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

2 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

2 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

3 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

4 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

4 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

5 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

6 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বোৰ্খা পিন্ধি ৰাস্তালৈ ওলালেই দিব লাগিব ৮২ হাজাৰ টকাৰ জৰিমনা, ক’ত লাঘু হৈছে ‘বোৰ্খা বাতিল আইন’?

editor by editor
October 13, 2022
in অপৰাধ, জীৱনশৈলী, ফেশ্বন, বিশ্ব
0
বোৰ্খা পিন্ধি ৰাস্তালৈ ওলালেই দিব লাগিব ৮২ হাজাৰ টকাৰ জৰিমনা, ক’ত লাঘু হৈছে ‘বোৰ্খা বাতিল আইন’?
0
SHARES
492
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘বোৰ্খা পিন্ধি ৰাস্তালৈ নোলাব। বোৰ্খা পিন্ধি ওলালেই ভৰিব লাগিব ফাইন। ধৰ্মৰ অজুহাত কোনোবাই দিলেই দিব লাগিব মোটা অংকৰ জৰিমনা।’ হিজাব বিৰোধী আন্দোলনে ইৰাণত ভয়াৱহ ৰূপ লোৱাৰ সময়তে ছুইজাৰলেণ্ডতো লাঘু হৈছে নতুন নিয়ম। ছুইজাৰলেণ্ডত ‘বোৰ্খা বাতিল আইন’ কঠোৰভাৱে ৰূপায়নৰ সিদ্ধান্ত লৈছে চৰকাৰে।

প্ৰস্তাৱিত আইনমতে, মুখ ঢাকি ছুইজাৰলেণ্ডৰ ৰাস্তাত ওলালেই ৯০০ পাউণ্ড জৰিমনা ভৰিব লাগিব। ভাৰতীয় মুল্যত এই ধন হ’ব ৮২ হাজাৰ টকা। এই আইনৰ খচৰা প্ৰকাশ কৰিছে ছুইজাৰলেণ্ড চৰকাৰে। খচৰাত উল্লেখ থকা অনুসৰি কিছু ক্ষেত্ৰত এই আইন শিথিলো কৰা হ’ব। কুটনৈতিক ক্ষেত্ৰ, ধৰ্মীয় স্থান বা বিমানত যোৱাৰ সময়ত কোনো মহিলা বা যুৱতীয়ে ইচ্ছা অনুসৰি বোৰ্খা পিন্ধিব পাৰে। ইৰাণৰ আন্দোলন চলি থকাৰ সময়তে ছুইজাৰলেণ্ড চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ আন্তৰ্জাতিক মহলতো আৰম্ভ হৈছে চৰ্চা।

উল্লেখ্য যে ২০২১ চনতেই ছুইজাৰলেণ্ড প্ৰশাসনে জাৰি কৰিছিল ‘বোৰ্খা বাতিল আইন’। ইউৰোপৰ বহুকেইখন দেশতেই ইতিমধ্যে বোৰ্খা সম্পূৰ্ণৰূপে নিষিদ্ধ। ২০১১ চনত পোনতে বোৰ্খা নিষিদ্ধ কৰিছিল ইউৰোপীয়ান দেশ ফ্ৰান্সে। পৰবৰ্তীসময়ত ডেনমাৰ্ক, অষ্ট্ৰিয়া, নেদাললেণ্ডৰ লগতে বুলগেৰীয়াতো বোৰ্খা নিষিদ্ধ কৰা হৈছে। ছুইজাৰলেণ্ড চৰকাৰে প্ৰকাশ কৰা মতে, ছুইজাৰলেণ্ডৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৫ শতাংশহে মুছলমান সম্প্ৰদায়ৰ লোক। দেশখনৰ অধিকাংশই তুৰ্কী, কছোভাৰ বুলি প্ৰকাশ কৰিছে ছুইচ প্ৰশাসনে।

হিজাব বিৰোধী আন্দোলন চলি থকাৰ সময়তে বোৰ্খাৰ বিৰুদ্ধেও সৰৱ হোৱা দেখা গৈছে ইৰাণী মহিলাক। সম্প্ৰতি ইৰাণৰ হিজাব বিৰোধী সমৰ্থনেৰে বিবস্ত্ৰা হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ইৰানী মডেল তথা অভিনেত্ৰী এলনাজ নৰোজীয়ে। নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত বিশেষ ভিডিঅ’টো পষ্ট কৰিছে মডেলগৰাকীয়ে। পষ্টৰ কেপচনত মডেলগৰাকীয়ে লিখিছে, ‘কোনে কি পিন্ধে সেয়া একান্তই ব্যক্তিগত বিষয়। কোনেও কাৰো ওপৰত পোছাক বিধি জাপি দিয়াৰ অধিকাৰ নাই।’ আনহাতে এই হিজাব বিৰোধী আন্দোলনতে ২২ বছৰীয়া এগৰাকী ইৰানী যুৱতীৰ মৃত্যু হৈছে। যুৱতীগৰাকীৰ মৃত্যুৰ পিছৰে পৰাই হিজাব বিতৰ্কত উত্তপ্ত হৈ আছে মধ্য প্ৰাচ্যৰ একমাত্ৰ চিয়া সম্প্ৰদায়প্ৰধান দেশ ইৰাণ। এই আন্দোলনত বৰ্তমানলৈ ৯০-ৰো অধিক লোকে সাবটি লৈছে মৃত্যুক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা
অপৰাধ

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

August 24, 2026
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’
ভাৰত

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

August 24, 2026
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ
অসম

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

August 24, 2026
Next Post
‘মনবোৰ বহল কৰক, লুঙী পিন্ধা মিঞা একোজনো স্বাভীমানী অসমীয়া’, বিধায়ক শ্বেৰমানে কি ক’লে লুঙী প্ৰসংগত?

'মনবোৰ বহল কৰক, লুঙী পিন্ধা মিঞা একোজনো স্বাভীমানী অসমীয়া’, বিধায়ক শ্বেৰমানে কি ক’লে লুঙী প্ৰসংগত?

‘পাৰফিউম বিক্ৰি কৰি টুইটাৰ ক্ৰয় কৰিম’, টেছলাৰ মালিক এলন মাস্কে বিক্ৰি কৰা পাৰফিউম কিনিব পাৰে আপুনিও, সবিশেষ জানিবলৈ ক্লিক কৰক…

'পাৰফিউম বিক্ৰি কৰি টুইটাৰ ক্ৰয় কৰিম’, টেছলাৰ মালিক এলন মাস্কে বিক্ৰি কৰা পাৰফিউম কিনিব পাৰে আপুনিও, সবিশেষ জানিবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.