• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সেইবাবেই খেলত পাৰফৰ্মেন্স বেয়া! ধৰ্ষণৰ অপৰাধত ছিডনীত গ্ৰেপ্তাৰ ক্ৰিকেটাৰ দানুষ্কা…

সেইবাবেই খেলত পাৰফৰ্মেন্স বেয়া! ধৰ্ষণৰ অপৰাধত ছিডনীত গ্ৰেপ্তাৰ ক্ৰিকেটাৰ দানুষ্কা…

3 years ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

8 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

8 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

9 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

10 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

11 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

11 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

12 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

13 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

14 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

15 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

সেইবাবেই খেলত পাৰফৰ্মেন্স বেয়া! ধৰ্ষণৰ অপৰাধত ছিডনীত গ্ৰেপ্তাৰ ক্ৰিকেটাৰ দানুষ্কা…

editor by editor
November 6, 2022
in অপৰাধ, ক্ৰীড়া, বিশ্ব
0
সেইবাবেই খেলত পাৰফৰ্মেন্স বেয়া! ধৰ্ষণৰ অপৰাধত ছিডনীত গ্ৰেপ্তাৰ ক্ৰিকেটাৰ দানুষ্কা…
0
SHARES
14.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টি-২০ বিশ্বকাপৰ মাজতেই ছিডনীত গ্ৰেপ্তাৰ হ’ল শ্ৰীলংকাৰ ক্ৰিকেটাৰ দানুষ্কা গুণথিলকা। ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দানুষ্কা। ছিডনীত শ্ৰীলংকাৰ দলটোক থাকিবলৈ দিয়া বিশেষ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দানুষ্কাক।

শ্ৰীলংকাৰ ক্ৰিকেট দলটোৰ এক সূত্ৰই প্ৰকাশ কৰা অনুযায়ী এগৰাকী মহিলাই দানুষ্কাৰ বিৰুদ্ধে উত্থাপিত কৰিছে ধৰ্ষণৰ অভিযোগ। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হৈছে ক্ৰিকেটাৰগৰাকীক। মাজনিশাই দানুষ্কাক গ্ৰেপ্তাৰ কৰিছে অষ্ট্ৰেলিয়া আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ মাত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে ইংলেণ্ডৰ সৈতে টি-২০ বিশ্বকাপ খেলিছিল শ্ৰীলংকাৰ দলটোৱে।

অষ্ট্ৰেলিয়াৰ সংবাদপত্ৰ দ্যা অষ্ট্ৰেলিয়ান-ৰ খবৰ অনুযায়ী বিশ্বকাপ খেলিবলৈ আহি ২৯ বছৰীয়া মহিলাগৰাকীৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল দানুষ্কা। এটা ডেটিং এপৰ মাধ্যমেৰে দুয়োৰে মাজত বাৰ্তালাপ চলিছিল। তাৰ পিছতেই দানুষ্কাৰ বিৰুদ্ধে ছিডনীৰ এখন থানাত মহিলাগৰাকীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰে।

উল্লেখ্য যে ধৰ্ষণৰ ঘটনাটো ঘটিছিল কেইদিনমান আগতেই। শ্ৰীলংকাৰ দলটোৱে ছিডনীৰ যিখন হোটেলত আছিল তাতেই আছিল মহিলাগৰাকীও। তাতেই এই ঘটনা সংঘটিত কৰিছিল ক্ৰিকেটাৰ দানুষ্কাই। বৰ্তমানো সঠিক তথ্য পোহৰলৈ অহা নাই যদিও আজিয়েই আদালতত হাজিৰ কৰোৱা হ’ব দানুষ্কাক বুলি এক সূত্ৰই প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
Next Post
অসহায় লোকৰ বাবে তেওঁ ভগৱান! হাত নথকা অসমৰ ৰাজু আলীক চনু চুদে লগাই দিলে দুয়োখন হাত…

অসহায় লোকৰ বাবে তেওঁ ভগৱান! হাত নথকা অসমৰ ৰাজু আলীক চনু চুদে লগাই দিলে দুয়োখন হাত...

শলাগ নলৈ নোৱাৰি ডিম্পুৰ এই মানসিকতাক! সুস্থ সমাজৰ সপক্ষে কি বাৰ্তা দিলে ডিম্পু বৰুৱাই?

শলাগ নলৈ নোৱাৰি ডিম্পুৰ এই মানসিকতাক! সুস্থ সমাজৰ সপক্ষে কি বাৰ্তা দিলে ডিম্পু বৰুৱাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.