• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক…

ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক…

4 years ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

5 minutes ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

16 minutes ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

1 hour ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

2 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

3 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

5 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

5 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

6 hours ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

7 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক…

editor by editor
February 1, 2023
in অসম, জীৱনশৈলী, শিক্ষা
0
ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক…
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন। ওপজা দিনটোত ৰাজ্যবাসীৰ লগতে দেশ বিদেশৰ বহু অনুৰাগীয়েই শুভেচ্ছা জ্ঞাপন কৰিছে লেখত লʼবলগীয়া ৰাজনীতিবিদগৰাকীক। মুখ্যমন্ত্ৰী তথা ৰাজনীতিবিদ ড° হিমন্ত বিশ্ব শৰ্মাৰ কথা সততেই চৰ্চা এতিয়া দেশৰ ৰাজনীতিত। নহʼবই বা কিয়? অসমৰ প্ৰতিগৰাকী জনতাই গৌৰৱেৰেই এই কথাৰ প্ৰশংসা কৰিব পাৰে যে দেশত কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই শিক্ষাৰ দিশেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাতকৈ আগবঢ়া নহয়।

মুখ্যমন্ত্ৰীসকলৰ শিক্ষাগত অৰ্হতাৰ ওপৰত কৰা অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেশৰ ভিতৰতে আটাইতকৈ শিক্ষিত মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হিচাপে লোৱা শপতনামাত তেওঁ নিজৰ শিক্ষাগত অৰ্হতা উল্লেখ কৰি লিখিছে-
দৰ্শন বিষয়ত ডক্টৰেট ডিগ্ৰী
ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী
আইনৰ স্নাতক

আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পাছতেই আছে উত্তৰ পূৱৰেই আন এজন মুখ্যমন্ত্ৰীৰ নাম। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা দন্ত চিকিৎসাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।মুখ্যমন্ত্ৰীসকলৰ তালিকাত তিনিজন অভিযন্তাও আছে। দিল্লীৰ অৰবিন্দ কেজৰিৱাল আৰু কৰ্ণাটকৰ বাসৱৰাজ বোমাই দুয়োজনেই মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী হোৱাৰ বিপৰীতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Best Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ
জীৱনশৈলী

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

August 30, 2026
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!
জীৱনশৈলী

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

August 30, 2026
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো
জীৱনশৈলী

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

August 30, 2026
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!
জীৱনশৈলী

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

August 30, 2026
Next Post
পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে... কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.