অসম লাইভ২৪ঃ
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিলৰ পাছতেই দাম কমিব কেইবাবিধো সামগ্ৰীৰ।
কেন্দ্ৰীয় বাজেটত বহু অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
দাম কমিব চাইকেল, খেলনা সামগ্ৰী, মোবাইল কেমেৰাৰ লেঞ্চ, ইলেক্ট্ৰনিক সামগ্ৰী, টেলিভিছনৰ
একেদৰে দাম হ্ৰাস পাব চিমনী, কাপোৰ, সীমা শুল্কৰো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ