• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

4 years ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

30 minutes ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

56 minutes ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

2 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

2 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

3 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

11 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

12 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

12 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

13 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

13 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

14 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

editor by editor
February 2, 2023
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত
0
ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল
0
SHARES
829
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বছৰৰ দ্বিতীয়টো মাহ৷ এই দ্বিতীয় মাহত বহুকেইটা ৰাশিৰ গ্ৰহ পৰিবৰ্তন হ’ব৷ সূূৰ্য, শুক্ৰ আৰু বুধৰ পৰিবৰ্তনৰ ফলত বিশ্ব-দেশ, ৰাজনীতি অৰ্থব্যৱস্থাক প্ৰভাৱিত কৰিব৷ জনজীৱনতো বিশেষ প্ৰভাৱ পৰিব৷ কোনে ৰাশিৰ কেনেকৈ যাব ফেব্ৰুৱাৰী মাহটো?

মেষঃ
ফেব্ৰুৱাৰী মাহত মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনত ভাৰসাম্য দেখা যাব৷ মনলৈ কিছু নতুন চিন্তা আৰু কৌশল আহিব৷ ইয়াৰ ফলত আপোনাৰ নিজৰ লক্ষ্যৰ নিচেই কাষত আহি পোৱাৰ অনুভৱ হ’ব৷ অন্তৰ্জ্ঞানো মজবুত হ’ব৷ কিছু কিছু বিষয়ত কঠোৰ সিদ্ধান্ত লোৱাৰো প্ৰয়োজন আছে৷ পৰিয়ালৰ কোনো সদস্যক লৈ আহুকালে দেখা দিব পাৰে৷ কিন্তু কূটনৈতিকভাৱে এই কঠিন সমস্যাৰ সমাধানত এই ৰাশিৰ জাতক-জাতিকাই পাৰদৰ্শিতা দেখুওৱাব পাৰিব৷

বৃষঃ
ফেব্ৰুৱাৰী মাহত বৃষ ৰাশিৰ জাতকসকলৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ বিদেশী কোম্পানী বা বিদেশত কাম কৰিবলৈ যোৱাৰ সুযোগ পাব পাৰে৷ ৰাজনৈতিক পৰিবেশে প্ৰভাৱ পেলাব৷ বিৰোধীয়ে আপোনাৰ সন্মুখত পৰাস্ত হ’ব৷ পুৰণি ৰোগৰ পৰা মুক্তি পাব৷ এই মাহত পৰিয়ালৰ ভালপোৱাও বিশেষভাৱে লাভ কৰিব এই ৰাশিৰ লোকে৷ ইয়াৰোপৰি পৰিয়ালৰ লোকৰ সৈতে ভৱিষ্যতে কোনো কাম কৰাৰ সিদ্ধান্তও ল’ব পাৰে৷

মিথুন ৰাশিঃ
লাভ অৰ্জনৰ বাবে ফেব্ৰুৱাৰী মাহত মিথুন ৰাশিৰ জাতকসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ এই মাহত মিশ্ৰ ফলাফল লাভ কৰিব এই ৰাশিৰ জাতকসকলে৷ লগ্নৰ বাবে সময় ভাল৷ এই সময়ত স্বাস্থ্যৰ ওপৰত বিশেষভাৱে নজৰ দিয়ক৷ নিৰ্ধাৰিত কাৰ্যক্ৰম অনুযায়ীহে কাম হাতত লওক৷ কোনো ভুল বুজাবুজিৰ কাৰণে পাৰিবাৰিক কষ্ট৷ কৰ্মক্ষেত্ৰত প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হ’ব পাৰে৷ মাতৃৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিব৷ অতি-আত্মবিশ্বাসীও নহ’ব৷

কর্কট ৰাশিঃ
কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে এই মাহত কাকোৱেই ঋণ নিদিব৷ নহ’লে ধাৰ দিয়া ধন ওভতাই নাপাব৷ অৰ্থৰ অপচয় নিয়ন্ত্ৰণ কৰিলে সাফল্য লাভ কৰিব৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত সফলতা লাভ কৰিব৷ ইতিবাচক চিন্তাভাৱনা বৰ্তাই ৰাশিলে বহুসমস্যাৰেই সমাধান হ’ব৷

সিংহ ৰাশিঃ
সিংহ ৰাশিৰ জাতকসকলে ফেব্ৰুৱাৰী মাহত নতুন জ্ঞান অৰ্জন আৰু কৰ্ম কৌশল আয়ত্ব কৰিব পাৰিব৷ সম্পত্তি ক্ৰয়-বিক্ৰয়ৰ সম্ভাৱনা আছে৷ প্ৰেমত শুভ দেখা যায়৷ চাকৰিজীৱী সকলৰ বাবেও এই মাহটো শুভ৷ আৱেগিক হৈ কোনো সিদ্ধান্ত নল’ব৷ অহংকাৰ কমাওক৷ নিজৰ ব্যক্তিগত জীৱনত পাৰদৰ্শিতা অনাৰ চেষ্টা কৰিব পাৰে৷

কন্যা ৰাশিঃ
কন্যা ৰাশিৰ জাতকসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো খুব বেছি অনুকূল নহয়৷ জীৱনসংগীৰ সৈতে মতভেদৰ সম্ভাৱনা৷ পৰিয়ালৰ কোনো সদস্যৰ কাৰণে সম্পৰ্কত ফাট মেলিব পাৰে৷ এই মাহত কোনো বিবাদত নোসোমাব৷ যিসকল লোকে আপোনাৰ ঈৰ্ষা কৰে তেওঁলোকক নজৰ নিদিব৷ ফেব্ৰুৱাৰী মাহত কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে৷ কিন্তু নিজৰ বাকপটুতাৰ জোৰত এই সমস্যা সমাধান কৰিব পাৰিব৷

তুলা ৰাশিঃ
এই মাহত তুলা ৰাশিৰ জাতকসকলে মাটি সম্পত্তি সংক্ৰান্তীয় কাম সম্পূৰ্ণ কৰিব৷ নতুন ঘৰ নিৰ্মাণ কৰিব পাৰে৷ ব্যৱসায় গতি মসৃণেই থাকিব৷ নতুন বাহন কিনিব পাৰে৷ আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ ফেব্ৰুৱাৰী মাহত তুলা ৰাশিৰ জাতকসকলৰ মান সন্মান বৃদ্ধি পাব৷

বৃশ্চিক ৰাশিঃ
এই ৰাশিৰ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো অনুকূল প্ৰমাণিত হ’ব৷ কোনো পুৰণা বন্ধুৰ সৈতে দেখা হব পাৰে৷ ফলত যথেষ্ট লাভালাভ হ’ব৷ শিক্ষাৰ্থীসকলে পঢ়াত মনোনিৱেশ কৰক৷ বিবাহযোগ্য যুৱক-যুৱতীৰ ইচ্ছা পূৰণ হ’ব৷ ফেব্ৰুৱাৰী মাহত সন্তানৰ সমস্যাত পৰিব পাৰে৷ ব্যৱসায়ত ভাল ফলাফল পাব৷ খং আপোনাৰ ডাঙৰ শত্ৰু৷ সেয়ে খঙ কমাব৷

ধনু ৰাশিঃ
ধনু ৰাশিৰ জাতকসকলৰ বাবে ফেব্ৰুৱাৰী মাহত আয়ৰ নতুন উৎস প্ৰকাশ পাব৷ নিজৰ কাম-কাজত গাম্ভীৰ্য বৰ্তাই ৰাখক৷ গাম্ভীৰ্যতা বজাই ৰাখিলে আপোনাৰেই লাভ হ’ব৷ স্বাস্থ্যৰ যত্ন লওক৷ খোৱা-বোৱাতো বিশেষভাৱে যত্ন লওক৷ অযথা আইনী বিবাহ নবঢ়াব৷

মকৰ ৰাশিঃ
এই ৰাশিৰ জাতকসকলক ফেব্ৰুৱাৰী মাহত সাৱধানে থকাৰ পৰামৰ্শ দিছে জ্যোতিষ শাস্ত্ৰই৷ শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ পৰিকল্পনা কৰিব পাৰে৷ জীৱনসংগীৰ সৈতে কোনো বাদ-বিবাদ হ’ব পাৰে৷ এই মাহত শত্ৰুসকলে গোপন ষড়যন্ত্ৰৰ বলি হ’ব পাৰে৷ সাফল্যৰ বাবে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে৷ পুৰণি বন্ধু লগ পাব পাৰে৷

কুম্ভ ৰাশিঃ
এই ৰাশিৰ জাতকসকলৰ ফেব্ৰুৱাৰী মাহটো আনন্দৰ হ’ব৷ ৰৈ থকা বহু কামে পূৰ্ণতা পাব৷ যিসকলে নতুন কামৰ সন্ধানত আছে তেওঁলোকৰ মনোবাঞ্চা পূৰণ হ’ব৷ পৰিয়ালত শান্তি থাকিব৷ কামত একাগ্ৰতা থাকিব৷ কৰ্মক্ষেত্ৰত উন্নতি হ’ব৷ আয় বৃদ্ধিৰো সম্ভাৱনা৷ জীৱনসংগীৰ সৈতে যাত্ৰাৰ যোগ৷

মীন ৰাশিঃ
মীন ৰাশি জাতকসকলে এই মাহত কোনো কাম কৰাৰ আগতে ভালধৰণে চিন্তা কৰি ল’ব৷ স্বাস্থ্যৰ যত্ন লওক৷ অন্যৰ ওপৰত বিশ্বাস নকৰিব৷ খাদ্যভাষত যত্ন দিয়ক৷ ব্যয় নিয়ন্ত্ৰণ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’
অসম

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

October 15, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

October 15, 2026
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?
বিজ্ঞান

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
Next Post
এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?

এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.