• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?

গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?

4 years ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

15 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

16 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

17 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

18 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

19 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

19 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

20 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

21 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

23 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

23 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?

editor by editor
February 15, 2023
in স্বাস্থ্য
0
গৰ্ভাৱস্থাত এইকেইটা কাৰণতেই ভ্ৰুণৰ সুস্থ বিকাশ নহয়! কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব?
0
SHARES
358
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গৰ্ভাৱস্থাৰ ৯ মাহ সময় সকলো মহিলাৰ বাবেই জটিল সময়৷ এই সময়ত শৰীৰ আৰু মনৰ বহু পৰিবৰ্তন আহে৷ বিশেষজ্ঞসকলৰ মতে, গৰ্ভাৱস্থাৰ সময়ত বিশেষ কিছু পৰীক্ষাৰ দ্বাৰা গৰ্ভস্থ শিশু আৰু মাতৃৰ শৰীৰৰ পৰীক্ষা কৰি থকাটো নিতান্তই প্ৰয়োজন৷ গৰ্ভাৱস্থাৰ কোনসমূহ কাৰ্যৰ বাবে গৰ্ভপাত হ’ব পাৰে জানেনে?

গৰ্ভাৱস্থাত কি কি খাব?
গৰ্ভাৱস্থাত চিগাৰেট, এলকহলৰ ওপৰিও চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱন কৰিলে গৰ্ভাৱস্থাত বিৰূপ প্ৰভাৱ পৰে৷ ইয়াৰোপৰি উচ্চৰক্ত চাপ, স্থূলতা, ডায়াবেটিছ, মৃৰ্গীৰোগ, থাইৰয়েড আদি সমস্যা থাকিলেও চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি থকাতো নিতান্তই প্ৰয়োজন৷

গৰ্ভত শিশুটিয়ে লৰচৰ কৰিছেনে সেই বিষয়ে নজৰ ৰখা
বিশেষজ্ঞই প্ৰকাশ কৰামতে যদি গৰ্ভাৱস্থাৰ ২০ সপ্তাহ অতিক্ৰম কৰাৰ পাছতো গৰ্ভস্থ শিশুটিৱে লৰচৰ নকৰে তেন্তে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চপাটো দৰকাৰ৷

হাৰ্ট ৰেট পৰীক্ষা
গৰ্ভস্থ শিশুটিৰ হাৰ্টবিট নিয়মিতভাৱে পৰীক্ষা কৰাটো নিতান্তই প্ৰয়োজন৷ শিশুটিৰ হাৰ্ট ৰেট ঠিকে নাথাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন৷ চিকিৎসকৰ মতে এটা সুস্থ শিশুৰ ক্ষেত্ৰত হাৰ্ট বিট প্ৰতি মিনিটত ১১০ ৰ পৰা ১৬০ ৰ মাজত থাকে৷

ওজন বৃদ্ধি নোহোৱা
গৰ্ভাৱস্থাত ওজন বঢ়াটো সুস্থ প্ৰেগনেন্সিৰ লক্ষণ বুলি কোৱা হয়৷ ১২-১৫ সপ্তাহৰ ভিতৰত ওজন বাঢ়িবলৈ ধৰাটো সুস্থ প্ৰেগনেন্সিৰ এটা লক্ষণ৷ কোনো কাৰণত যদি ওজন বৃদ্ধি নহয় তেন্তে চিকিৎসৰ পৰামৰ্শ গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?
জীৱনশৈলী

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

October 16, 2026
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী
জীৱনশৈলী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

October 16, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
Next Post
মুখ্যমন্ত্ৰীৰ কথা মানেই আইন নহয়! অধিবক্তাই কৈছে, ক্ৰছ কেছ দিয়ক, আৰক্ষীয়ে ঘৰ মাটি বেচি হ’লেও পইছা দিবলৈ বাধ্য হ’ব

মুখ্যমন্ত্ৰীৰ কথা মানেই আইন নহয়! অধিবক্তাই কৈছে, ক্ৰছ কেছ দিয়ক, আৰক্ষীয়ে ঘৰ মাটি বেচি হ’লেও পইছা দিবলৈ বাধ্য হ’ব

প্ৰায় ৬০ ঘণ্টা ধৰি বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচি! তালাচিৰ অন্তত কি তথ্য লাভ কৰিলে আয়কৰ বিভাগে? সবিশেষ…

প্ৰায় ৬০ ঘণ্টা ধৰি বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ তালাচি! তালাচিৰ অন্তত কি তথ্য লাভ কৰিলে আয়কৰ বিভাগে? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.