• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সমকামিতা অপৰাধ নহ’লেও ভাৰতীয় পাৰিবাৰিক সংস্কৃতিৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়’ কেন্দ্ৰৰ এই আপত্তিৰ উত্তৰ ১৮ এপ্ৰিলত দিব উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে

‘সমকামিতা অপৰাধ নহ’লেও ভাৰতীয় পাৰিবাৰিক সংস্কৃতিৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়’ কেন্দ্ৰৰ এই আপত্তিৰ উত্তৰ ১৮ এপ্ৰিলত দিব উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে

3 years ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

57 seconds ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

48 minutes ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

1 hour ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

2 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

3 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

3 hours ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

3 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

5 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

6 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

7 hours ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘সমকামিতা অপৰাধ নহ’লেও ভাৰতীয় পাৰিবাৰিক সংস্কৃতিৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়’ কেন্দ্ৰৰ এই আপত্তিৰ উত্তৰ ১৮ এপ্ৰিলত দিব উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে

editor by editor
March 13, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
‘সমকামিতা অপৰাধ নহ’লেও ভাৰতীয় পাৰিবাৰিক সংস্কৃতিৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়’ কেন্দ্ৰৰ এই আপত্তিৰ উত্তৰ ১৮ এপ্ৰিলত দিব উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপীঠে
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশৰ সমলিংগৰ বিবাহে আইনি বৈধতা লাভ কৰিবনে? বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে আৰম্ভ কৰিছে বিচাৰপ্ৰক্ৰিয়া৷ ১৮ এপ্ৰিলত ৫ জনীয়া বিচাৰপীঠে এই গোচৰৰ শুনানি প্ৰদান কৰিব৷ সোমবাবে এই গোচৰক আদালতে ‘মৌলিক গুৰুত্ব’ থকা বিষয় বুলি উল্লেখো কৰিছে৷ ভাৰতত সমলিংগৰ বিবাহক আইনী স্বীকৃতি দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ত একাধিক আবেদনো প্ৰেৰণ কৰিছে একাধিক লোকে৷ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰৰো মতামত বিচাৰিছে আদালতে৷

সম্প্ৰতি কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা অনুসৰি সমলিংগৰ বিবাহত কেন্দ্ৰৰ আপত্তি আছে৷ তাৰপাছতেই এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি ডিওয়াই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ৫ জনীয়া বিচাৰপীঠ পাইছিলগৈ৷ আদালতে জনোৱা অনুসৰি এই বিষয়টোক লৈ সিদ্ধান্ত গ্ৰহন কৰিলেই সমাজত এক ব্যাপক পৰিবৰ্তন আহিব৷ সমকামিতাক লৈ পূৰ্বেও যুগান্তকাৰী ৰায় দিছিল আদালতে৷ ২০১৮ চনত আদালতে দিয়া বিশেষ ৰায়, ‘সমকামিতা অপৰাধ নহয়’ এই বিষয়টোৱে সমাজলৈ বৃহৎ এক পৰিবৰ্তনো আনিছে৷ এলজিবিটিকিউ সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হৈছিল এই ৰায়ৰ পিছতেই৷ এই ৰায়ৰ পাছতেই সমকামীসকলে নিজকে স্বাধীন অনুভৱো কৰিবলৈ আৰম্ভ কৰিছে৷ সমাজৰ পৰা বহু ভ্ৰান্ত ধাৰণাও দূৰ কৰিছিল এই ৰায়ে৷

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ ‘সমকামিতা অপৰাধ নহয়’ এই ৰায়ৰ পাছতেই বহুকেইখন সমলিংগৰ বিয়া সম্পন্নও হৈছে৷ দেশত অনুষ্ঠিত বহুকেইখন সমলিংগৰ বিবাহৰ খবৰে সংবাদ শিৰোনামো দখল কৰিছিল৷ যদিও কেন্দ্ৰৰ তৰফৰ পৰা এই বিষয়টোক লৈ আপত্তি আছে৷ কেন্দ্ৰই জনোৱা অনুসৰি এইধৰণৰ বিবাহ ভাৰতীয় পাৰিবাৰিক সংস্কৃতিৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়৷ সেয়ে এই বিষয়টোত কেন্দ্ৰৰ বিৰোধ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী
অপৰাধ

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

June 24, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?
প্ৰযুক্তি

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

June 24, 2026
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 24, 2026
Next Post
কেৱল সোনৰ ট্ৰফীয়েই নহয়, অস্কাৰ বিজয়ীয়ে লগত কি কি পায়? জানক সবিশেষ…

কেৱল সোনৰ ট্ৰফীয়েই নহয়, অস্কাৰ বিজয়ীয়ে লগত কি কি পায়? জানক সবিশেষ...

নাহিদে এতিয়া কি কৰিব? মন্ত্ৰী পীয়ুষে কৈছে বঁটা ঘূৰাই দিয়ক আনহাতে বিমল বৰাই কৈছে নাহিদে বঁটা ঘূৰাই দিব নালাগে…

নাহিদে এতিয়া কি কৰিব? মন্ত্ৰী পীয়ুষে কৈছে বঁটা ঘূৰাই দিয়ক আনহাতে বিমল বৰাই কৈছে নাহিদে বঁটা ঘূৰাই দিব নালাগে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.