• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন মুখ্যমন্ত্ৰী কিমান ধনী? হিমন্ত বিশ্ব শৰ্মাৰ কিমান সম্পত্তি?

কোন মুখ্যমন্ত্ৰী কিমান ধনী? হিমন্ত বিশ্ব শৰ্মাৰ কিমান সম্পত্তি?

3 years ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

2 minutes ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

1 hour ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

2 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

3 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

3 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

4 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

4 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

5 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

6 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কোন মুখ্যমন্ত্ৰী কিমান ধনী? হিমন্ত বিশ্ব শৰ্মাৰ কিমান সম্পত্তি?

editor by editor
April 12, 2023
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
কোন মুখ্যমন্ত্ৰী কিমান ধনী? হিমন্ত বিশ্ব শৰ্মাৰ কিমান সম্পত্তি?
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি?
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী আটাইতকৈ ধনী মুখ্যমন্ত্ৰী
জগন মোহন ৰেড্ডীৰ সম্পত্তিৰ পৰিমান ৫১০ কোটি
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু তালিকাৰ দ্বিতীয় স্থানত আছে
পেমা খাণ্ডুৰ সম্পত্তিৰ পৰিমান ১৬৩ কোটি
ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক তালিকাত আছে তৃতীয় স্থানত
নবীন পাটনায়কৰ সম্পত্তিৰ পৰিমান ৬৩কোটি
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিউৰ সম্পত্তিৰ পৰিমান ৪৬ কোটি
পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰাঙ্গাস্বামীৰ সম্পত্তিৰ পৰিমান ৩৮ কোটি
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ সম্পত্তিৰ পৰিমান ২৩ কোটি
ছত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ সম্পত্তিৰ পৰিমান ২৩ কোটি
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে অষ্টম স্থানত
হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ পৰিমান ১৭কোটি
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সম্পত্তিৰ পৰিমান ১৪ কোটি
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ সম্পত্তিৰ পৰিমান ১৩ কোটি
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ সম্পত্তিৰ পৰিমান ১১ কোটি
গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ সম্পত্তিৰ পৰিমান ৯ কোটি
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ বাছাৱৰাজ বম্মাইৰ সম্পত্তিৰ পৰিমান ৮ কোটি
তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ সম্পত্তিৰ পৰিমাণ ৮ কোটি
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেণৰ সম্পত্তিৰ পৰিমান ৮ কোটি
গুজৰাটৰ মুখ্যমন্ত্ৰী ভুুপেন্দ্ৰ পেটেলৰ সম্পত্তিৰ পৰিমান ৮ কোটি
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ সম্পত্তিৰ পৰিমান ৭ কোটি
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সম্পত্তিৰ পৰিমান ৭ কোটি
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সম্পত্তিৰ পৰিমান ৬ কোটি
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সম্পত্তিৰ পৰিমান ৪ কোটি
ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ সম্পত্তিৰ পৰিমান ৩ কোটি
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম ঠাংগাৰ সম্পত্তিৰ পৰিমান ৩ কোটি
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সম্পত্তিৰ পৰিমান ৩ কোটি
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সম্পত্তিৰ পৰিমান ৩ কোটি
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সম্পত্তিৰ পৰিমান ১ কোটি
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সম্পত্তিৰ পৰিমান ১ কোটি
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সম্পত্তিৰ পৰিমাণ ১ কোটি
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ সম্পত্তিৰ পৰিমান ১ কোটি
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰী বিজয়নৰ সম্পত্তিৰ পৰিমান ১ কোটি
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সম্পত্তিৰ পৰিমান ১৫ লাখ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
কাইলৈ বিহুৱে গঢ়িব বিশ্ব অভিলেখ! ঢুলীয়া, নাচনী, প্ৰশিক্ষকে কিমান টকা ধন পাব ক’লে মুখ্যমন্ত্ৰীয়ে…

কাইলৈ বিহুৱে গঢ়িব বিশ্ব অভিলেখ! ঢুলীয়া, নাচনী, প্ৰশিক্ষকে কিমান টকা ধন পাব ক’লে মুখ্যমন্ত্ৰীয়ে...

নখত এইকেইটা লক্ষণ দেখিলেই সাৱধান হওক! কৰ্কটৰ লক্ষণে দেখা দিয়ে নখত…

নখত এইকেইটা লক্ষণ দেখিলেই সাৱধান হওক! কৰ্কটৰ লক্ষণে দেখা দিয়ে নখত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.