• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শক্তিৰ দিশেৰে আমেৰিকাকো টক্কৰ দিব পাৰে! ভাৰতীয় সেনাতকৈ এইকেইটা দিশতেই পিছুৱাই আছে চীনৰ সেনা

শক্তিৰ দিশেৰে আমেৰিকাকো টক্কৰ দিব পাৰে! ভাৰতীয় সেনাতকৈ এইকেইটা দিশতেই পিছুৱাই আছে চীনৰ সেনা

3 years ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

4 minutes ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

24 minutes ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

46 minutes ago
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

1 hour ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

2 hours ago
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

2 hours ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

3 hours ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

4 hours ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

5 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

5 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

6 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শক্তিৰ দিশেৰে আমেৰিকাকো টক্কৰ দিব পাৰে! ভাৰতীয় সেনাতকৈ এইকেইটা দিশতেই পিছুৱাই আছে চীনৰ সেনা

editor by editor
June 11, 2023
in বিবিধ, বিশ্ব, ভাৰত
0
শক্তিৰ দিশেৰে আমেৰিকাকো টক্কৰ দিব পাৰে! ভাৰতীয় সেনাতকৈ এইকেইটা দিশতেই পিছুৱাই আছে চীনৰ সেনা
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শক্তিৰ দিশেৰে আমেৰিকা, ৰাছিয়াৰ সমানে সমানেই শক্তিশালী চীনো। সেনাবাহিনীৰ দক্ষতা, কৌশল, আৰু অত্যাধুনিক প্ৰযুক্তি আৰু অস্ত্ৰশস্ত্ৰৰ জোৰত চীনৰ ৰঙা সৈন্যই বিশ্বত ত্ৰাসৰো সৃষ্টি কৰি আহিছে। বৰ্তমান সামৰিক শক্তিৰ দিশেৰ তৃতীয় স্থানত আছে চীন। শীৰ্ষত আছে আমেৰিকা আৰু ৰাছিয়ান সেনাবাহিনী। সামৰিক বিশেষজ্ঞসকলৰ মতে এই দুই দেশত অনায়াসে চেৰ পেলাব পাৰে ‘পিপলছ লিবাৰেছন আৰ্মী’য়ে। ২০২১ চনৰ এক পৰিসংখ্যাই জনোৱা অনুসৰি, আমেৰিকা, ৰাছিয়াসহ কেইবাখনো দেশক চেৰ পেলাইছে চীনৰ সেনাই। শক্তিৰেই তেওঁলোকে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। চীন আগবাঢ়ি থাকিলেও ভাৰত কিন্তু বেছি পিছপৰি থকা নাই। আমেৰিকা, ৰাছিয়া, চীনৰ সেনাৰ পাছতেই ভাৰতীয় সেনাৰ স্থান।

অত্যাধুনিক অস্ত্ৰশস্ত্ৰ আৰু বাৰে বাৰে প্ৰতিবেশী দেশৰ সৈতে সীমান্ত সংঘাতেই ভাৰতীয় সেনাৰো শক্তি বৃদ্ধি কৰিছে। সামৰিক শক্তিৰ এই তালিকাত ভাৰতৰ পাছতেই আছে জাপান। তেওঁলোকে ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ আৰু অত্যাধুনিক। ইয়াৰোপৰি আমেৰিকাৰ সহযোগিতাই জাপানক আৰু শক্তিশালী কৰি তুলিছে। জাপানৰ পাছতেই বিশ্বৰ শক্তিশালী সেনাবাহিনী আছে দক্ষিণ কোৰিয়াৰ হাতত। দক্ষিণ কোৰিয়াৰ বায়ুসেনা, নৌসেনা যথেষ্ট শক্তিশালী। দক্ষিণ কোৰিয়াৰ জনসংখ্যা কম বাবে সেনাবাহিনীলৈ যোৱা জোৱানৰ সংখ্যাও কম।

দক্ষিণ কোৰিয়াৰ পাছতেই আছে ফ্ৰান্স। ইউৰোপীয় দেশসমূহৰ ভিতৰত ফ্ৰান্সৰ সেনা আটাইতকৈ শক্তিশালী। এই দেশত বিভিন্ন অত্যাধুনিক অস্ত্ৰশস্ত্ৰ তৈয়াৰ হয় আৰু বিদেশলৈকো ৰপ্তানি কৰা হয়। বিশ্বৰ অষ্টম শক্তিশালী সেনাবাহিনী ব্ৰিটেইনৰ। ইউৰোপৰ দ্বিতীয় শক্তিধৰ সেনা ব্ৰিটেইনৰ। ব্ৰিটেইনৰ সেনাই বহুবাৰ তেওঁলোকৰ দক্ষতাৰ প্ৰমানো দি আহিছে। দুখনকৈ বিশ্বযুদ্ধই ইয়াৰ প্ৰমাণ। সেনাৰ শক্তিৰ প্ৰমাণেৰে ব্ৰিটেইনৰ পাছতেই আছে ব্ৰাজিল। দক্ষিণ আমেৰিকাৰ মহাদেশসমূহৰ ভিতৰত শক্তিশালী সামৰিক বাহিনী আছে ব্ৰাজিলৰ। ব্ৰাজিলৰ সেনাৰ সংখ্যা ৩ লাখ ৩৪ হাজাৰ ৫০০। এইখন দেশত সেনাৰ নামতেই সৰ্বাধিক খৰচো কৰে চৰকাৰে।

পাকিস্তানৰ সেনা বিশ্বৰ দশম শক্তিশালী সেনা। এই দেশৰ সেনাবাহিনীৰ বাবে বিপুল অৰ্থ খৰচ কৰে। দেশৰ অৰ্থনৈতিক সংকটতো সেনাৰ প্ৰতিপত্তিত প্ৰভাৱ পৰিবলৈ দিয়া নাই পাকিস্তানে। ৰেংকিঙত চীনৰ সেনা ভাৰততকৈ আগুৱাই আছে। অস্ত্ৰশস্ত্ৰ, প্ৰযুক্তিৰ ব্যৱহাৰ, সেনা কাঠামো সকলো দিশেৰেই আগুৱাই আছে চীন। চীন বিশ্বৰ সকলোতকৈ জনবহুল দেশ। কিন্তু চীন আগুৱাই থাকিলেও চীনা সেনাই শেষ যুদ্ধ কৰিছিল ৪৪ বছৰ আগতে। ১৯৭৯ত ভিয়েটনামৰ বিৰুদ্ধেই শেষবাৰৰ বাবে ৰণকৌশল দেখা গৈছিল শেষবাৰৰ বাবে। আনহাতে ভাৰতীয় সেনাই শেষ যুদ্ধ কৰিছিল ২৪ বছৰ আগতে। কাৰ্গিলৰ সেই যুদ্ধত ভাৰতীয় সেনাই জয়লাভো কৰিছিল।

তাতেই ভাৰতীয় সেনাই শেষ পাৰদৰ্শিতা দেখুৱাইছিল। এই দিশেৰে ভাৰত চীনতকৈ আগবাঢ়ি আছে। ভাৰতৰ সেনা চীনৰ সেনাতকৈ বহু এক্টিভ বুলিও সেনা বিশেষজ্ঞসকলে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ
জীৱনশৈলী

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

April 25, 2026
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

April 25, 2026
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম
জীৱনশৈলী

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

April 25, 2026
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!
বিনোদন

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

April 25, 2026
Next Post
আইৰ সমান হ’ব কোন! মাতৃৰ স্মৃতিত দ্বিতীয় তাজমহল নিৰ্মাণ কৰিলে পুত্ৰই, খৰচ কিমান হ’ল?

আইৰ সমান হ’ব কোন! মাতৃৰ স্মৃতিত দ্বিতীয় তাজমহল নিৰ্মাণ কৰিলে পুত্ৰই, খৰচ কিমান হ’ল?

মাত্ৰ ৭৫০ টকা দি মাজনিশা তেওঁক স্বামীগৃহৰ পৰা উলিয়াই দিয়া হৈছিল! বৰ্তমান তেওঁ এগৰাকী সফল অধিবক্তা, অধিবক্তা বন্দনা শ্বাহৰ সফলতাৰ কাহিনী জানেনে?

মাত্ৰ ৭৫০ টকা দি মাজনিশা তেওঁক স্বামীগৃহৰ পৰা উলিয়াই দিয়া হৈছিল! বৰ্তমান তেওঁ এগৰাকী সফল অধিবক্তা, অধিবক্তা বন্দনা শ্বাহৰ সফলতাৰ কাহিনী জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.