• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুকেশ আম্বানীৰ পৰা ঘৰ ভাড়াত ল’লে বিশ্বৰ অন্য এজন ধনী ব্যক্তিয়ে! মাহিলী ভাড়া শুনিলে চকু কঁপালত উঠিব আপোনাৰো

মুকেশ আম্বানীৰ পৰা ঘৰ ভাড়াত ল’লে বিশ্বৰ অন্য এজন ধনী ব্যক্তিয়ে! মাহিলী ভাড়া শুনিলে চকু কঁপালত উঠিব আপোনাৰো

3 years ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

10 minutes ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

12 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

12 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

13 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

14 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

15 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

16 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

16 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

17 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

18 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

19 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

মুকেশ আম্বানীৰ পৰা ঘৰ ভাড়াত ল’লে বিশ্বৰ অন্য এজন ধনী ব্যক্তিয়ে! মাহিলী ভাড়া শুনিলে চকু কঁপালত উঠিব আপোনাৰো

editor by editor
September 5, 2023
in বাণিজ্য, বিশ্ব, ভাৰত
0
মুকেশ আম্বানীৰ পৰা ঘৰ ভাড়াত ল’লে বিশ্বৰ অন্য এজন ধনী ব্যক্তিয়ে! মাহিলী ভাড়া শুনিলে চকু কঁপালত উঠিব আপোনাৰো
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰত তথা এছিয়াৰ সকলোতকৈ ধনী ব্যক্তি হৈছে মুকেশ আম্বানী। এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ পৰা ঘৰ ভাড়াত ললে এগৰাকী ব্যক্তিয়ে। বিলাসবহুল ঘৰটোৰ ভাড়া কেইবা লাখো। যিয়ে আম্বানীৰ এই ঘৰ ভাড়াত লৈছে তেঁৱো কোনো এলাপেছা ব্যক্তি নহয়। তেওঁ পৃথিৱীৰ ধনীৰ তালিকাত দ্বিতীয় স্থানত আছে। মুকেশ আম্বানীৰ মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ ৰুম ভাৰাত লৈছে ব্যক্তিজনে। দীৰ্ঘম্যাদী চুক্তিত এই ঘৰ ভাৰাত লৈছে ব্যক্তিজনে। আম্বানীৰ পৰা এই ঘৰ ভাৰাত লৈছে বার্নার্ড আর্নল্টে।

আম্বানীৰ পৰা ভাড়াত লোৱা এই স্থানত louis vuittonৰ বিপনী খুলিব বাৰ্নাৰ্ডে। এই কমপ্লেক্সতেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিপনীখন খুলিব বাৰ্নাৰ্ডে। মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্সত জিঅ’ ৱাৰ্ল্ড প্লাজাৰ ভিতৰত এই বিপনী খুলিব। ৭,৩৬৫ বর্গফুট এলেকাৰ বিশেষ ৰুমটো প্ৰায় ৯ বছৰৰ বাবে লিজত লৈছে ফৰাছী সংস্থাটোৱে। ৰিলায়েঞ্চৰ পৰা এই বিপনী ভাৰালৈ লওঁতে কিমান ধন আদায় দিব লগা হৈছে ফৰাচী সংস্থাটোৱে? প্ৰতিমাহে কিমান ভাৰা এই ৰুমৰ বিনিময়ত আম্বানীক আদায় দিব লাগিব? একাধিক প্ৰশ্ন উত্থাপন হৈছে জনতাৰ মনত।

ৰিলায়েন্সৰ ৱাৰ্ল্ড প্লাজাৰ ভিতৰত এই ৰুমৰ মাহিলী ভাড়া ৪০ লাখ টকা। কিন্তু মাহিলী ভাড়া নলয় আম্বানীয়ে। তাৰ সলনি louis vuitton সংস্থাই আয়ৰ ৬ শতাংশ মুকেশ আম্বানীক দিব লাগিব। ভাৰাতকৈ লাভ্যাংশ বেছি হ’ব সেয়ে এই সিদ্ধান্ত লৈছে আম্বানীয়ে। চুক্তিৰ ৩৬ মাহত অৰ্থাৎ তিনি বছৰত এই ভাড়া বৃদ্ধি পাব। তেতিয়ালৈ আয়ৰ পৰা ১৫ শতাংশ সংস্থাটোৱে দিব লাগিব ৰিলায়েন্সক। প্ৰতি মাহে ভাড়াৰ ওপৰিও আগন্তুক জমা ধনো দিছে ফৰাচী ফেশ্বন সংস্থাটোৱে। অন্যান্য সা সৰঞ্জামৰ বাবে আৰু ২৯ লাখ ৪৬ হাজাৰ টকা দিয়া হৈছে ৰিলায়েন্সক।

louis vuitton সংস্থাৰ মালিক হৈছে বাৰ্নাৰ্ড আৰ্নল্ট। পৃথিৱীৰ দ্বিতীয় ধনী ব্যক্তি হৈছে বাৰ্নাৰ্ড। বাৰ্নাৰ্ডৰ মুঠ সম্পত্তিৰ পৰিমান ২০ হাজাৰ ৮০০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত যি ধনৰ পৰিমান হৈছে ১৭৮ লাখ কোটি টকা। ৭৮ বছৰ বয়সীয়া বাৰ্নাৰ্ডৰ প্ৰায় ৭৫ টা ফেশ্ব্যন সংস্থা, পানীয় আৰু বিলাসবহুল পণ্যৰ ব্ৰেণ্ড আছে। ফ্ৰান্সতেই জন্ম বাৰ্নাৰ্ড আৰ্নল্টৰ। বিলাসবহুল বহু ব্ৰেণ্ডৰ মালিক বাৰ্নাৰ্ডৰ কেইটামান অদ্ভুত চখো আছে। দামী সামগ্ৰী ক্ৰয় কৰাৰ চখ। ১৯৮৪ চনত তেওঁ বাৰ্নাৰ্ড এটা সংস্থা ক্ৰয় কৰিছিল। সংস্থাটোৰ নাম আছিল আগাছে-উইলত-বুছাক। ফেশ্বন হাব ক্ৰিষ্টিয়ানো ডিওৰ’ সেই সংস্থাৰ মালিক আছিল। ১ কোটি ৫০ লাখ ডলাৰৰে সেই সংস্থা ক্ৰয় কৰে বাৰ্নাৰ্ডে। ভাৰতীয় মুদ্ৰাত সেই ধনৰ পৰিমান ১২৮ কোটি। বাৰ্নাৰ্ডৰ হাতত পৰাৰ পাছতেই সেই সংস্থাটোৱে বিশেষ উত্থানো কৰিছে। তাৰপিছতেই বাৰ্নাৰ্ডে ২০২১ চনত ১৫৮০ কোটি ডলাৰত আমেৰিকাৰ গহনা নিৰ্মাতা সংস্থা টিফানি এণ্ড কোম্পানী ক্ৰয় কৰে। সেই সংস্থাটো বাৰ্নাৰ্ডে প্ৰায় এক লাখ ৩০ হাজাৰ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰে।

সেই গৰাকী চৌখিন বাৰ্নাৰ্ডৰেই সংস্থা louis vuitton এ এইবাৰ মুম্বাইত বিপনী খুলিব। সেই বিপনী খুলিব লগা বিশেষ ঘৰটো তেওঁ ক্ৰয় কৰিছে এছিয়াৰ সবাতোকৈ ধনী ব্যক্তিৰ পৰা। মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমান এতিয়া প্ৰায় ৯.৪০০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত সেই ধনৰ পৰিমান প্ৰায় ৭ লাখ ৭৭ হাজাৰ কোটিৰো অধিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট
বাণিজ্য

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

August 22, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
Next Post
দীপাৱলীৰ পুৰ্বেই ভাল খবৰ! শনিয়ে স্থান সলনি কৰিব, ভাগ্য খুলিব ৩ ৰাশিৰ জাতকৰ

দীপাৱলীৰ পুৰ্বেই ভাল খবৰ! শনিয়ে স্থান সলনি কৰিব, ভাগ্য খুলিব ৩ ৰাশিৰ জাতকৰ

কিয় অষ্টমী তিথিতেই ভগৱান শ্ৰী কৃষ্ণৰ জন্ম? কৃষ্ণৰ জন্ম হৈছিল বুধবাৰে, এইবাৰো জন্মাষ্টমীত বুধবাৰ, ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ কেনেদৰে পৰিব?

কিয় অষ্টমী তিথিতেই ভগৱান শ্ৰী কৃষ্ণৰ জন্ম? কৃষ্ণৰ জন্ম হৈছিল বুধবাৰে, এইবাৰো জন্মাষ্টমীত বুধবাৰ, ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ কেনেদৰে পৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.