• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ নাম সলনি! বিগত ১০০ বছৰত বিশ্বৰ কোন কোন দেশৰ নাম সলনি হ’ল?

দেশৰ নাম সলনি! বিগত ১০০ বছৰত বিশ্বৰ কোন কোন দেশৰ নাম সলনি হ’ল?

3 years ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

2 hours ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

3 hours ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

3 hours ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

4 hours ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

5 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

5 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

7 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

7 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

8 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

8 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

9 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেশৰ নাম সলনি! বিগত ১০০ বছৰত বিশ্বৰ কোন কোন দেশৰ নাম সলনি হ’ল?

editor by editor
September 6, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
দেশৰ নাম সলনি! বিগত ১০০ বছৰত বিশ্বৰ কোন কোন দেশৰ নাম সলনি হ’ল?
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নাম সলনি হ’ব দেশৰ। ইণ্ডিয়াৰ সলনি দেশৰ নাম হ’ব ভাৰত। ইতিমধ্যে বিষয়টোক লৈ দেশজুৰি আৰম্ভ হৈছে চৰ্চা। প্ৰধান বিৰোধী দল কংগ্ৰেছে এই প্ৰস্তাৱক মানি ল’ব খোজা নাই। ইতিপূৰ্বে কোনো দেশৰ নাম পৃথিৱীত সলনি হোৱা নাই বুলিও কোনো কথা নাই। ইতিমধ্যে পৃথিৱীৰ কেইবাখনো দেশৰ নাম সলনি হৈছে। ভাৰতেই ইণ্ডিয়াৰ সলনি কেৱল ভাৰতেই ৰাখিব খুজিছে দেশৰ নাম। মোদী চৰকাৰে অনা এই প্ৰস্তাৱ চলিত মাহৰ শেষত অনুষ্ঠিত হ’বলগীয়া বিশেষ অধিৱেশনত প্ৰস্তাৱ দাখিল কৰিব কেন্দ্ৰীয় চৰকাৰে।

বিষয়টো চৰ্চালৈ অহাৰ পাছতেই কংগ্ৰেছ নেতা জয়ৰাম ৰমেশও বিষয়টোক কেন্দ্ৰ কৰি টুইট কৰিছে। তেওঁ টুইটাৰ অৰ্থাৎ এক্স হেণ্ডেলত লিখিছে, ‘তেনেহলে যি শুনিছিলো সেয়া সচাঁকৈয়ে হ’ব।’ আগন্তুক ৯ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত জি ২০ নৈশভোজৰ আমন্ত্ৰণ পত্ৰৰ পৰাও ইণ্ডিয়া উঠাই দিয়া হৈছে। তাৰ সলনি আমন্ত্ৰণ পত্ৰত লিখা আছে, ‘প্ৰেছিডেণ্ট অৱ ভাৰত।’

বিজেপি বিৰোধী জোঁটে তেওঁলোকৰ জোঁটৰ নাম ইণ্ডিয়া ৰখাৰ পাছতেই দেশৰ নামেই সলনি কৰি দিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। ইফালে বিৰোধীয়ে তৈয়াৰ কৰা জোঁটত আছে তৃণমূল, শিৱসেনা, এনচিপি, এছ পি, জে ডি ইউ, ডি এম কে, চি পি আই এম ইত্যাদিকে ধৰি কেইবাটাও দল এই জোঁটত আছে। প্ৰশ্ন উঠিছে, দেশৰ নাম সলনিৰ আঁৰত এইবাৰ বিৰোধী দলৰ জোঁটেই বুলি এতিয়া বহুতেই চৰ্চা চলাইছে।

দেশৰ নাম ভাৰত ৰখা হওক বুলি সমৰ্থন জনাইছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই। দক্ষিণ পূৰ্ৱ ইউৰোপ আৰু পশ্চিম এছিয়াৰ সীমান্ত টাৰ্কি যাক তুৰস্ক নামেৰে জনা যায়। সেই দেশৰ নামো সলনি হৈছে। ২০২২ চনৰ জুন মাহত এই ৰাষ্ট্ৰৰ নাম সলনি কৰি দিয়া হৈছে তুৰ্কী। প্ৰেছিডেণ্ট ৰিচপ তায়িপ এৰ্দোগানে এটা বিবৃতিত নাম সলনি কৰিছে। তেওঁ কয়, তেওঁৰ দেশৰ সংস্কৃতি, সভ্যতা, মূল্যবোধ সকলোবোৰ ফুটাই তোলে তুৰ্কীয়ে। সেয়ে এই দেশক তুৰ্কী নাম দিয়া হৈছে।

পূৰ্বে নেদাৰলেণ্ডৰ নাম আছিল হলেণ্ড। এতিয়া নেদাৰলেণ্ড। ডাছ চৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি বিশ্বত দেশৰ ভাৱমূৰ্তী সলনি কৰাত সহায় কৰিব এই পদক্ষেপে। নেদাৰলেণ্ড চৰকাৰৰ এটা সূত্ৰই জনোৱা অনুসৰি, মাদকৰ বেহা, দেহ ব্যৱসায়ৰ কাৰণে ইউৰোপৰ এই দেশৰ বেছ বদনামো আছিল। এই নামটোত নেতিবাচক ভাৱমূৰ্তী গঢ়ি উঠিছিল। সেই ভাৱমূৰ্তী সলনি কৰিবৰ বাবেই নাম সলনিৰ সিদ্ধান্ত লয় হলেণ্ড চৰকাৰে। তাৰপিছতেই নতুন নাম নেদাৰলেণ্ড।

চলিত বছৰৰ আৰম্ভনিতে চেক ৰিপাব্লিকৰ নাম সলনি কৰি দিয়া হৈছে চেখিয়া। ২০১৬ চনৰ পৰা চেক ৰিপাব্লিক আৰু চেখিয়া দুই নামেৰেই এই দেশক মতা হৈছিল। কিন্তু এই বৰ্ষত কাগজে পত্ৰই দেশখনৰ নাম চেখিয়া কৰা হৈছে। চেখিয়া চৰকাৰে জনোৱামতে, ‘খেলুৱৈসকলৰ জাৰ্ছীত নামটো লিখাত সমস্যা আছিল। দীঘল হোৱা হেতুকে এই নাম লিখাত অসুবিধা আছিল। বিভিন্ন পণ্য উৎপাদনকাৰী সংস্থাইটো দীঘল নাম লিখাত অসুবিধা পাইছিল সেয়ে এই নাম আমি সলাবলৈ বাধ্য হলো।’

ভাৰতৰ চুবুৰীয়া দেশ বাৰ্মা। এই দেশত আকৌ বাৰ্মি সম্প্ৰদায়ৰ মানুহ সৰহ আছিল। সেয়ে সেই দেশৰ নাম আছিল বাৰ্মা। সেই দেশত বলপূৰ্বত ক্ষমতা দখল কৰে সেনা নিয়ন্ত্ৰিত এখন চৰকাৰে। গণতন্ত্ৰৰ দাবীত বিদ্ৰোহে সেই দেশক কোঙা কৰি পেলাই। ১৯৮৮ চনত সেই বিদ্ৰোহ দমন কৰা হয়। তাৰপিছতেই ১৯৮৯ চনত সেনাকৰ্তাৰ দেশৰ নাম সলাই দিয়া হয় নতুন নাম। সেই দেশৰ নাম হয়গৈ ম্যানমাৰ। ব্ৰিটিছে ভাৰতৰ দক্ষিণ দিশত থকা এখন সৰু দেশৰ নাম থৈছিল ছিলোন। ব্ৰিটিছ শাসন সেই দেশতো অৱসান ঘটে। পূৰ্বতন শাসকৰ নাম সলাই সেই দেশে নতুন নাম লয় শ্ৰী লংকা। ২০১১ চনত চৰকাৰী নথিপত্ৰত ছিলোন নামটোৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়।

আন এখন দেশ নাম কাম্পুচিয়া। তাৰ ইংৰাজী নাম কম্বোডিয়া। ১৯৭৬ চনত সেই দেশক কমিউনিষ্ট শাসকসকলে কাম্পুচিয়া নাম দিয়ে। কমিউনিষ্ট শাসনৰ অৱসান হোৱাৰ পাছত দেশৰ নাম সলনি কৰি চৰকাৰীভাৱে কম্বোডিয়া ৰখা হয়। ২০১৮ চনত আফ্ৰিকাৰ দক্ষিণৰ দেশ কিংডম অৱ ছোয়াজিলেণ্ডৰ নাম হয় কিংডম এছওৱাতিনি। ৰজা তৃতীয় এমছোৱতিৰে দেশৰ নাম সলনি কৰে। শাসকৰ মতে চুইজাৰলেণ্ডৰ সৈতে এই নামৰ মিল থকাৰ বাবেই দ্বন্দ হৈছিল সেয়ে নাম সলনি কৰা হ’ল। ২০১৯ চনত দক্ষিণ-পূৰ্ব ইউৰোপৰ দেশ ৰিপাব্লিত অফ মেছিডোনিয়াৰ নাম সলনি কৰি ৰখা হয় ‘ৰিপাব্লিক অৱ নৰ্থ মেছিডোনিয়া।’

একালত এই দেশৰ নাম আছিল পাৰ্ছিয়া। ১৯৩৫ চনত ক্ষমতালৈ আহে সম্ৰাট ৰেজা শ্বাহ। তেতিয়াই দেশৰ নাম সলনি কৰি ইৰাণ ৰখা হয়। সম্ৰাটৰ তৰফৰ পৰা জনোৱামতে দেশত নতুন যুগৰ সূচনা হৈচে সেয়ে নামো সলনি হোৱাটো প্ৰয়োজন। কিন্তু ইৰাণ নামতকৈ এতিয়াও এই দেশৰ খাদ্য, শিল্প, সাহিত্যৰ প্ৰসংগ উত্থাপন হ’লেই পাৰচ্য নামটোৱেই বিশ্ববাসীয়ে লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ
বিনোদন

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

August 10, 2026
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য
জীৱনশৈলী

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

August 10, 2026
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!
জীৱনশৈলী

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

August 10, 2026
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!
অসম

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

August 10, 2026
Next Post
হিমা দাসক এবছৰৰ বাবে নিলম্বন… নটিছ নপঠিওৱাকৈয়ে নিলম্বন কৰা হ’ল হিমাক! কিয় হিমাই ভাগ লোৱা নাছিল খেলত?

হিমা দাসক এবছৰৰ বাবে নিলম্বন... নটিছ নপঠিওৱাকৈয়ে নিলম্বন কৰা হ’ল হিমাক! কিয় হিমাই ভাগ লোৱা নাছিল খেলত?

পুনৰ বিমুদ্ৰাকৰণ! দেশৰ নাম সলনিৰ বাবেই আকৌ হ’ব নেকি বিমুদ্ৰাকৰণ?

পুনৰ বিমুদ্ৰাকৰণ! দেশৰ নাম সলনিৰ বাবেই আকৌ হ’ব নেকি বিমুদ্ৰাকৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.