• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধুমুহা বৰষুণে প্ৰভাৱ পেলাব নেকি পূজাৰ উছাহত? আহি আছে ছাইক্লন তেজ

ধুমুহা বৰষুণে প্ৰভাৱ পেলাব নেকি পূজাৰ উছাহত? আহি আছে ছাইক্লন তেজ

3 years ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

10 minutes ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

1 hour ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

2 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

3 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

4 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

4 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

7 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

7 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

8 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

8 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ধুমুহা বৰষুণে প্ৰভাৱ পেলাব নেকি পূজাৰ উছাহত? আহি আছে ছাইক্লন তেজ

editor by editor
October 22, 2023
in বিবিধ, ভাৰত
0
ধুমুহা বৰষুণে প্ৰভাৱ পেলাব নেকি পূজাৰ উছাহত? আহি আছে ছাইক্লন তেজ
0
SHARES
8.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুৰ্গোৎসৱৰ আনন্দৰ মাজতেই ভয়ংকৰ খবৰ। শক্তিশালী চাইক্লন তেজক লৈ বিশেষ পষ্ট শ্বেয়াৰ কৰিছে IMDয়ে। IMDৰ টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰা পোষ্টত থকা অনুসৰি, ২২ অক্টোবৰত অতি শক্তিশালী ঘূৰ্ণীবতাহ তেজে ভয়ংকৰ ৰূপ ল’ব। আগন্তুক ২৫ অক্টোবৰ পৰ্যন্ত ঘূৰ্ণিবতাহ তেজৰ প্ৰভাৱ পৰিব। য়েমেন আৰু ওমানৰ ওপৰেৰে পাৰ হ’ব এই তেজ। আগন্তুক ২৪ ঘণ্টাত নিম্নচাপৰ বাবে বতৰ বেয়া হোৱাৰ কথাও প্ৰকাশ কৰিছে IMDয়ে।

দক্ষিণ পূব আৰু দক্ষিণ পশ্চিম আৰৱ সাগৰত এই ঘূৰ্ণীবতাহৰ উৎপত্তিস্থল। এই চাইক্লনে উত্তৰ পশ্চিম দিশেৰে অগ্ৰসৰ হৈ দক্ষিণ ওমান আৰু য়েমেনৰ উপকূলৰ দিশে যাব। চলিত বছৰত আৰৱ সাগৰত তৈয়াৰ হোৱা এয়া দ্বিতীয় ঘূৰ্ণীবতাহ। ইয়াৰ পূৰ্বে আহিছিল চাইক্লন বিপৰ্যয়। গুজৰাটৰ মাণ্ডৱী আৰু পাকিস্তানৰ কৰাচি উপকূলৰ মাজেৰে পাৰ হোৱা এই বিপৰ্যৰত উত্তৰ পশ্চিম দিশত যথেষ্ট প্ৰভাৱো পৰিছিল। এই ক্ষেত্ৰত তেজে কেনেধৰণে গতি সলনি কৰিব সেই বিষয়েও জনাইছে IMDয়ে।

IMD ৰিপৰ্টত উল্লেখ কৰা অনুসৰি ঘূৰ্ণীবতাহ তেজে ঘণ্টাত ৬২ৰ পৰা ৮৮ কিঃমিঃ বেগেৰে গতি কৰিব। যদি বতাহৰ গতিবেগ ঘণ্টাত ৮৯ৰ পৰা ১১৯ কিঃমিঃ হয় তেন্তে তেজৰ অতি শক্তিশালী ঘূৰ্ণীবতাহ বুলি ধৰা হ’ব। বৰ্তমান পৰ্যন্ত পোৱা তথ্য অনুসৰি য়েমেন আৰু ওমানৰ উপকূলত প্ৰভাৱ পেলাব তেজে। একাংশৰ দাবী, ইয়াৰ প্রভাৱত ঘণ্টাত ৬২ৰ পৰা ৮৮কিঃমিঃ বেগত বতাহ বলাৰ লগতে বৰষুণৰো সম্ভাৱনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

October 24, 2026
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

October 24, 2026
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!
বিনোদন

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

October 24, 2026
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত
জীৱনশৈলী

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

October 24, 2026
Next Post
ইজৰাইল বা পেলেষ্টাইন নহয়, যুদ্ধত লাভ হৈছে ১৭০০ কিঃমিঃ দূৰৰ অন্য এখন দেশৰ

ইজৰাইল বা পেলেষ্টাইন নহয়, যুদ্ধত লাভ হৈছে ১৭০০ কিঃমিঃ দূৰৰ অন্য এখন দেশৰ

২০২৪ৰ দ্বিতীয় দিনাই ৩ৰাশিৰ জীৱনলৈ আহিব সুখ, বাঢ়িব বেংক বেলেন্স

২০২৪ৰ দ্বিতীয় দিনাই ৩ৰাশিৰ জীৱনলৈ আহিব সুখ, বাঢ়িব বেংক বেলেন্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.