• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অচিৰেই গ্ৰেপ্তাৰ হ’ব কেজৰিৱাল!’ EDয়ে অচিৰেই গ্ৰেপ্তাৰ কৰিব পাৰে হেমন্ত তেজস্বী, বিজয়ন, ষ্টেলিনকো

‘অচিৰেই গ্ৰেপ্তাৰ হ’ব কেজৰিৱাল!’ EDয়ে অচিৰেই গ্ৰেপ্তাৰ কৰিব পাৰে হেমন্ত তেজস্বী, বিজয়ন, ষ্টেলিনকো

3 years ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

23 minutes ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

48 minutes ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

1 hour ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

2 hours ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

11 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

12 hours ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

12 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

13 hours ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

14 hours ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

14 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

14 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘অচিৰেই গ্ৰেপ্তাৰ হ’ব কেজৰিৱাল!’ EDয়ে অচিৰেই গ্ৰেপ্তাৰ কৰিব পাৰে হেমন্ত তেজস্বী, বিজয়ন, ষ্টেলিনকো

editor by editor
October 31, 2023
in বিবিধ, ভাৰত, ৰাজনীতি
0
‘অচিৰেই গ্ৰেপ্তাৰ হ’ব কেজৰিৱাল!’ EDয়ে অচিৰেই গ্ৰেপ্তাৰ কৰিব পাৰে হেমন্ত তেজস্বী, বিজয়ন, ষ্টেলিনকো
0
SHARES
9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আবকাৰী দুৰ্নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰীৱালক গ্ৰেপ্তাৰ কৰিব পাৰে এনফোৰ্ছমেণ্ট ডাইৰেক্টৰে। মঙলবাৰে এই অভিযোগ আনিছে দিল্লীৰ মন্ত্ৰী তথা আপ নেতা অতিশীয়ে। মন্ত্ৰী অতিশীয়ে এই সন্দৰ্ভত কয়, ‘আমাৰ সৈতে ৰাজনৈতিক যুঁজত বিজেপি জয়ী হ’ব পৰা নাই। অৰবিন্দ কেজৰীৱালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভয় খাইছে। সেয়ে কেন্দ্ৰীয় সংস্থাসমূহক লগাই কেজৰিৱালক ভুৱা গোচৰতেই জে’লত ভৰাব খুজিছে বিজেপিয়ে।’

আগন্তুক বৃহস্পতিবাৰে দিল্লীৰ আৱকাৰী দুৰ্নীতি সংক্ৰান্তীয় গোচৰত সোধপোচ কৰিবৰ বাবে EDৰ সদৰ দপ্তৰৰ পৰা নটিছ প্ৰেৰণ কৰি হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে কেজৰিৱালক। অতিশীয়ে এই বিষয়টোৰ বাবেই আশংকা ব্যক্ত কৰিছে যে অতিশীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালো। আৱকাৰী দুৰ্নীতিৰ গোচৰত প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীশ ছিচোডিয়া আৰু আপ সাংসদ সঞ্জয় সিংহক গ্ৰেপ্তাৰ কৰিছে EDয়ে। লিষ্টত আছে কেজৰিৱালৰ নামো। কেজৰীৱালৰ ভৱিষ্যতক লৈ সেয়ে শংকাত ভুগিছে আপৰ কৰ্মকৰ্তাসকল।

কেজৰিৱালৰ ওপৰিও নৰেন্দ্ৰ মোদী চৰকাৰৰ টাৰ্গেটত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা জেএমএম প্ৰধান হেমন্ত চুৰেণ, বিহাৰৰ উপমুখ্যমন্ত্ৰী তথা আৰ জে ডি প্ৰধান লালুপ্ৰসাদৰ পুত্ৰ তেজস্বী যাদৱ আৰু কেৰালাৰ মুখ্যমন্ত্ৰী তথা চিপিআইএমৰ নেতা পিনাৰাই বিজয়ন, তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কেৰ সভাপতি এম কে ষ্টেলিনো। আপ নেত্ৰী তথা মন্ত্ৰী অতিশীয়ে এই সন্দৰ্ভত কয়, ‘দিল্লীৰ দৰেই এই ৰাজ্যসমূহতো ধাৰাবাহিকভাৱে বিজেপিৰ পৰাজয় হৈছে। সেয়ে এইবাৰ এই কৌশল প্ৰয়োগ কৰি বিজেপিয়ে নিজকে শক্তিশালী কৰাব খুজিছে।’ এই প্ৰসংগত আদালতত জমা দিয়া দ্বিতীয় চাৰ্জশ্বিটত দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম উল্লেখ কৰিছে EDয়ে। এই চাৰ্জশ্বিট ভাইৰেল হোৱা মাত্ৰকেই একাংশৰ ধাৰণা যে ক্ৰমশ ‘বৃত্ত’ সৰু কৰি আনিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ED।

বিগত ১৬ এপ্ৰিলত আৱকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক প্ৰয় ৯ঘণ্টা ৩০ মিনিট সময় সোধপোছ অব্যাহত ৰাখিছিল EDয়ে। তাৰপিছতেই এই গোচৰত বেআইনী আৰ্থিক লেনদেনৰ সন্ধানত তদন্ত আৰম্ভ কৰিছিল EDয়ে। প্ৰসংগত আপ চৰকাৰৰ আমোলত আবকাৰী নীতি সলনি কৰি কেইবাটাও সংস্থাক বেআইনীভাৱে সুযোগ দিয়া বুলি অভিযোগ উত্থাপিত হৈছে। বিগত বৰ্ষতেই বিতৰ্কিত এই আৱকাৰী নীতি বাতিল কৰাৰ কথা ঘোষণা কৰিছিল দিল্লীৰ আপ চৰকাৰে। ইয়াৰ পূৰ্বে চিবিআই তদন্তৰ নিৰ্দেশ দিছিল দিল্লীৰ লেফ্টেনেন্ট গভৰ্নৰ ভি কে ছাক্সেনাই। এই গোচৰৰ অন্যতম অভিযুক্ত হিচাপে নাম আছে দিল্লীৰ তৎকালীন উপমুখ্যমন্ত্ৰী মনিশ ছিচোদিয়া আৰু সাংসদ সঞ্জয়কো। এই গোচৰত বিগত ফেব্ৰুৱাৰীত ছিচোডিয়া আৰু চলিত মাহত সাংসদ সঞ্জয়ক গ্ৰেপ্তাৰ কৰা হৈছে। আম আদমী পাৰ্টীৰ নেতাসকলৰ দাবী যে, বিৰোধীসকলক দমন কৰিবৰ বাবেই মনে সজা অভিযোগ জাপি এটা এটাকৈ বিৰোধীক গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট
বিনোদন

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

May 7, 2026
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক
জীৱনশৈলী

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

May 7, 2026
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!
বাণিজ্য

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

May 7, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

May 7, 2026
Next Post
৮১ কোটি ভাৰতীয়ৰ আধাৰ তথ্য হেকাৰৰ হাতত! নিলামত তথ্য বিক্ৰী হৈছে ‘ডাৰ্ক ৱেবত’

৮১ কোটি ভাৰতীয়ৰ আধাৰ তথ্য হেকাৰৰ হাতত! নিলামত তথ্য বিক্ৰী হৈছে 'ডাৰ্ক ৱেবত’

এটা নিশাতেই সকলো শেষ হৈছিল… বিগ বছৰ ঘৰত সুশান্ত সিং ৰাজপুতক লৈ বিশেষ স্বীকাৰোক্তি অংকিতাৰ

এটা নিশাতেই সকলো শেষ হৈছিল... বিগ বছৰ ঘৰত সুশান্ত সিং ৰাজপুতক লৈ বিশেষ স্বীকাৰোক্তি অংকিতাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.