• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিচেম্বৰতেই বন্ধ হ’ব লাখ লাখ Gmail একাউণ্ট! তালিকাত আপুনি আছে নেকি?

ডিচেম্বৰতেই বন্ধ হ’ব লাখ লাখ Gmail একাউণ্ট! তালিকাত আপুনি আছে নেকি?

3 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

2 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

2 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

3 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

3 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

4 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

5 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

5 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

6 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

7 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

7 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

8 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ডিচেম্বৰতেই বন্ধ হ’ব লাখ লাখ Gmail একাউণ্ট! তালিকাত আপুনি আছে নেকি?

editor by editor
November 9, 2023 - Updated on November 17, 2023
in অসম, প্ৰযুক্তি, বিশ্ব, ভাৰত
0
ডিচেম্বৰতেই বন্ধ হ’ব লাখ লাখ Gmail একাউণ্ট! তালিকাত আপুনি আছে নেকি?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ Gmail ইউজাৰকাৰীসকলক লৈ সতৰ্কতা জাৰি কৰিছে গুগলে। চলিত বছৰৰ ডিচেম্বৰতেই বন্ধ হ’ব লাখ লাখ Gmail একাউণ্ট। ইতিমধ্যেই সেই ৱাৰ্নিং মেছেজ দিবলৈ আৰম্ভ কৰিছে গুগলে। বিশ্বজুৰি লাখ লাখ Gmail একাউণ্ট ডিলিট কৰাৰ সিদ্ধান্ত হৈছে টেক জায়েণ্টে। বৰ্তমান সময়ত Gmail একাউণ্ট মানেই অত্যন্ত প্ৰয়োজনীয় অংশ। যোগাযোগৰ মাধ্যম হিচাপে বিভিন্ন পেছাভিত্তিক মেইল, লগ ইন, ছাইনআপ আৰু বিভিন্ন অনলাইন প্লেটফৰ্মৰ সৈতে Gmail একাউণ্ট সংলগ্ন হৈ থাকে। বেছ কিছু কাৰণত এইবাৰ Gmailৰ একাউণ্ট ডিলিটৰ সিদ্ধান্ত লৈছে গুগলে। ডিলিট হ’ব লগা একাউণ্টৰ তালিকাত আপুনিও আছে নেকি?

Gmail একাউণ্ট কি কি কাৰণত বন্ধ হ’ব?

বিগত ২ বছৰ ধৰি যিসমূহ Gmail একাউণ্ট নিষ্ক্ৰিয় হৈ আছে বা ব্যৱহাৰ নোহোৱাকৈ পৰি আছে এই সমস্ত একাউণ্ট অচিৰেই চাটাই কৰিব গুগলে। এই সকলো পুৰণা একাউণ্ট বা ইন এক্টিভ একাউণ্টসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে গুগলে। Gmail বন্ধ হ’লে তাৰ সৈতে জড়িত একাধিক ডাটাও হেৰুৱাব পাৰে ইউজাৰকাৰীয়ে।

Gmail বন্ধ হ’লে কি কি সমস্যাত পৰিব আপুনি?

Gmailৰ সৈতে লিংক থকা গুগল ডকুমেণ্ট, ড্ৰাইভ, মিট, কেলেণ্ডাৰ আৰু গুগল ফটোসমূহ ডিলিট হৈ পৰিব। এই একাউণ্টসমূহ যদি সম্পূৰ্ণভাৱে বন্ধ হৈ যায় তেন্তে এইসমূহ ডাটা আপুনি ওভটাই নাপাব। ইয়াৰোপৰি যোগাযোগৰ বাবেও আপুনি সেই Gmail একাউণ্ট ব্যৱহাৰ কৰিব নোৱাৰিব। ডাটাসমূহ শীঘ্ৰেই ছেভ কৰি থবৰ বাবেই এলাৰ্ট পঠিয়াবলৈ আৰম্ভ কৰিছে গুগলে। এই পদক্ষেপ কেনেকৈ গ্ৰহণ কৰিব?

গুগলৰ কি কি নিৰ্দেশ আহিছে?
আপোনাৰ একাউণ্টটো যদি ২বছৰ বা বেছ কিছু সময় ধকি ইন এক্টিভ হৈ থাকে তেন্তে সহজে কেইবাটাও ষ্টেপ মানি চলাৰ পৰামৰ্শ দিছে গুগলে। প্ৰথমে Gmail ইনবক্স খুলিব পাৰে আপুনি। গুগলত আপুনি এই সংক্ৰান্তিয় কোনো মেইল পাইছে নেকি নজৰ দিব। মেইলত যদি সেই মেছেজ আহিছে তেন্তে তাত ক্লিক কৰি পুনৰ এক্টিভ কৰি ল’ব। তেতিয়া আপোনাৰ একাউণ্ট এক্টিভ হৈ পৰিব।

কিয় বন্ধ কৰা হৈছে পুৰণি একাউণ্ট?

গুগলে জনোৱা অনুসৰি Gmail একাউণ্ট দীৰ্ঘদিন ধৰি ইন এক্টিভ হৈ থাকিলে তাত নিৰাপত্তা সংক্ৰান্তিয় সমস্যাৰ সৃষ্টি হ’ব পাৰে। হেকাৰ, ছাইবাৰ অপৰাধীসকলৰ মূল টাৰ্গেট এই ইন এক্টিভ Gmail, এই সমস্ত একাউণ্টত ২ ষ্টেপ ভেৰিফিকেশ্ব্যন চিষ্টেম অন নাই। এনেকৈ থকা Gmail একাউণ্ট হেক হোৱাৰ প্ৰৱল সম্ভাৱনা থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
Next Post
টিকেটৰ বিক্ৰী আৰম্ভ! বৰ্ষাপাৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ মেচৰ টিকেটৰ দাম কিমান?

টিকেটৰ বিক্ৰী আৰম্ভ! বৰ্ষাপাৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ মেচৰ টিকেটৰ দাম কিমান?

হাতযোৰ কৰিও ফল নাহিল! ৫০ কোটিৰ লোকচান, ৭০ কোটি ব্যয় কৰি কেই টকা আয় হ’ল তেজছৰ পৰা?

হাতযোৰ কৰিও ফল নাহিল! ৫০ কোটিৰ লোকচান, ৭০ কোটি ব্যয় কৰি কেই টকা আয় হ’ল তেজছৰ পৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.