• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ গুগল একাউণ্ট অইন কোনোৱে ব্যৱহাৰ কৰি আছে নেকি? কেনেকৈ জানিব?

আপোনাৰ গুগল একাউণ্ট অইন কোনোৱে ব্যৱহাৰ কৰি আছে নেকি? কেনেকৈ জানিব?

2 years ago
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

31 minutes ago
আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

আপোনাৰ বগা জোতা দাগৰ বাবেই পিন্ধিব নোৱৰা হৈছে? এইকেইটা টিপছ ব্যৱহাৰ কৰক, মিনিটতে বগা হৈ পৰিব আপোনাৰ জোতা

1 hour ago
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

1 hour ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

3 hours ago
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

3 hours ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

3 hours ago
কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

3 hours ago
ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

19 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

19 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

20 hours ago
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

20 hours ago
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আপোনাৰ গুগল একাউণ্ট অইন কোনোৱে ব্যৱহাৰ কৰি আছে নেকি? কেনেকৈ জানিব?

editor by editor
November 25, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব
0
আপোনাৰ গুগল একাউণ্ট অইন কোনোৱে ব্যৱহাৰ কৰি আছে নেকি? কেনেকৈ জানিব?
0
SHARES
683
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ডিজিটেল যুগত এটা গুগল একাউণ্ট মানেই অজস্ৰ তথ্যৰ ভাণ্ডাৰ৷ বেংকৰ পাছৱৰ্ডৰ পৰা আৰম্ভ কৰি ব্যক্তিগত ফাইল ,ছবি, ভিডিঅ’সহ একাধিক তথ্য জমা হৈ থাকে এই একাউণ্টত৷ প্ৰত্যেক এণ্ড্ৰইড স্মাৰ্টফোনতেই গুগল একাউণ্ট লিংক কৰিব লাগে সেয়েহে অত্যন্ত জৰুৰী একাউণ্ট সুৰক্ষিত ৰখা জৰুৰী৷ আপোনাৰ যদি কোনো কাৰণত সন্দেহ ওপজে যে আপোনাৰ গুগল একাউণ্ট কোনো তৃতীয় ব্যক্তিয়ে ব্যৱহাৰ কৰিছে তেন্তে তাৎক্ষণিকভাৱে সেই ব্যৱস্থা ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ ইউজাৰৰ ব্যক্তিগত তথ্যৰ যাতে অপব্যৱহাৰ নহয় তাৰবাবে একাউণ্টৰ ডাটা সুৰক্ষিত ৰখাটো খুবেই প্ৰয়োজন৷ নিজৰ গুগল একাউণ্ট কেনেকৈ সুৰক্ষিত ৰাখিব?

পোনতে এণ্ড্ৰইড ফোনৰ ছেটিংছ অপশ্বনত গৈ তলৰ ফালে স্ক্ৰল কৰি গুগল অপশ্ব্যনত টেপ কৰক৷
আকৌ গুগল অপশ্ব্যনত টেপ কৰি ‘Manage your Google account’ অপশ্ব্যনত ক্লিক কৰক৷
তলৰ ফালে স্ক্ৰল কৰি ‘Manage all devices’ অপশ্ব্যনত ক্লিক কৰক৷
এই অপশ্ব্যনত ক্লিক কৰি আপোনাৰ গুগল একাউণ্টৰ সৈতে কোন কোন ডিভাইছ লগ ইন আছে চাব পাৰে৷
ইয়াতেই যদি কোনো ডিভাইছ সন্দেহজনক বা অপৰিচিত যেন লাগে তেন্তে সেই ডিভাইছত গৈ ক্লিক কৰক৷
ক্লিক কৰাৰ পাছতেই ‘Sign out’ অপশ্ব্যন থাকে তাত ক্লিক কৰিব পাৰে৷ তেনেকৈয়ে সন্দেহজনক সকলো ডিভাইছ আপুনি বন্ধ কৰিব পাৰে৷

ব্যক্তিগত তথ্য সুৰক্ষিত ৰাখিবৰ বাবে কি কি কৰিব?
গুগল একাউণ্টত নিৰাপত্তা বঢ়াবৰ বাবে ২ষ্টেপ ভেৰিফিকেশ্ব্যন ৰাখিব পাৰে৷ ইয়াৰ সুবিধা এয়াই যে কোনো ডিভাইছৰ পাছৱৰ্ড দিয়েই গুগল একাউণ্টটো ব্যৱহাৰ কৰিব পাৰে৷

ইয়াৰোপৰি আপোনাৰ গুগল একাউণ্টৰ সৈতে কোনো থাৰ্ড পাৰ্টি এপৰ কানেকশ্ব্যন থাকিলে সেই কথাও জনাব পাৰে৷ ইয়াৰ বাবে মেনেজ অল ডিভাইছত তলত গৈ ‘See all Connection’ অপশ্ব্যনত ক্লিক কৰিব পাৰে৷

গুগল Passkeys
নিৰাপত্তা বঢ়াবৰ বাবে নতুন পাছকিছ চিষ্টেম আৰম্ভ কৰিছে গুগলে৷ তাত পাছৱৰ্ড ব্যৱহাৰ নকৰিলেও হয়৷ বায়মেট্ৰিক বা পিন চেট কৰিয়েই সমস্ত ৱেবচাইটটো লগ ইন কৰি কৰা হ’ব৷ মেনেজ ইয়ৰ গুগল একাউণ্ট অপশ্ব্যন লাভ কৰিব৷ তাতেই ক্লিক কৰি Passkeys চেট কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম
জীৱনশৈলী

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

April 23, 2026
চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?
জীৱনশৈলী

চন্দ্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনলৈ আহিব শান্তি, সাফল্য, নিশাৰ ভিতৰত কোটিপতি হ’ব কোন কোন?

April 23, 2026
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

April 23, 2026
বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?
জীৱনশৈলী

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

April 23, 2026
Next Post
ভাৰতীয় দলৰ দায়িত্ব এৰি নতুন চাকৰিত যোগদান কৰিব ৰাহুল দ্ৰাবিড়ে! ৰাহুল দ্ৰাবিড় খেলৰ সৈতে যুক্ত থাকিবনে?

ভাৰতীয় দলৰ দায়িত্ব এৰি নতুন চাকৰিত যোগদান কৰিব ৰাহুল দ্ৰাবিড়ে! ৰাহুল দ্ৰাবিড় খেলৰ সৈতে যুক্ত থাকিবনে?

পৰিয়ালে সুধিছে, উদ্ধাৰ কেতিয়া কৰিব? উত্তৰ নাই উদ্ধাৰকাৰী দলৰ হাতত, কেনেকৈ উদ্ধাৰৰ কাম চলি আছে উত্তৰকাশীৰ সুৰংগত?

পৰিয়ালে সুধিছে, উদ্ধাৰ কেতিয়া কৰিব? উত্তৰ নাই উদ্ধাৰকাৰী দলৰ হাতত, কেনেকৈ উদ্ধাৰৰ কাম চলি আছে উত্তৰকাশীৰ সুৰংগত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.