• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PAN কার্ড লিংক নকৰিলে একাউণ্ট বন্ধ কৰি দিব SBIয়ে? SBIয়ে দিছে বিশেষ সতৰ্ক বাৰ্তা, ক্লিক কৰি পঢ়ক সবিশেষ

2 years ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

14 minutes ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

53 minutes ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 hour ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

2 hours ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

3 hours ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

মিথুন ৰাশিলৈ আহিছে সূৰ্য, মিল হ’ব বুধৰ সৈতে, জুনতেই দিগ্বিজয় কৰিব এই ৪ৰাশিয়ে

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

18 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

19 hours ago
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

PAN কার্ড লিংক নকৰিলে একাউণ্ট বন্ধ কৰি দিব SBIয়ে? SBIয়ে দিছে বিশেষ সতৰ্ক বাৰ্তা, ক্লিক কৰি পঢ়ক সবিশেষ

editor by editor
January 2, 2024
in বিবিধ, ভাৰত
0
PAN কার্ড লিংক নকৰিলে একাউণ্ট বন্ধ কৰি দিব SBIয়ে? SBIয়ে দিছে বিশেষ সতৰ্ক বাৰ্তা, ক্লিক কৰি পঢ়ক সবিশেষ
0
SHARES
585
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আপোনাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ একাউণ্ট আছে নেকি। আপোনাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। বিগত কেইবাদিন ধৰি এটা খবৰ সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ আছে। ‘যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে পান কাৰ্ড লিংক কৰা নাই তেন্তে বেংক একাউণ্ট বন্ধ হৈ পৰিব।’ বহুতৰেই Whatsappতো এনে মেছেজ আহিছে। কিন্তু এই তথ্য কিমানদূৰ সত্য?

বেংক একাউণ্টৰ সৈতে পান কাৰ্ডৰ লিংক নাথাকিলে একাউণ্ট সঁচাকৈয়ে বন্ধ হৈ পৰিব নেকি? এই তথ্যৰ সত্যতা প্ৰকাশ কৰিছে প্ৰেছ ইনফৰমেশ্ব্যন ব্যুৰই। পিআইবিৰ অফিচিয়েল এক্স হেণ্ডেলত পোষ্ট কৰামতে এই তথ্য সম্পূৰ্ণ মিছা। প্ৰতাৰকে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নামেৰে গ্ৰাহকসকলক এই ধৰণৰ মেছেজ পঠিয়াইছে। প্ৰতাৰকে পানৰ তথ্য লোৱাৰ বাবেই এই মেছেজ বাৰে বাৰে পঠিয়াই আছে একাংশ গ্ৰাহকক। পিআইবিৰ তৰফৰ পৰা এই ধৰণৰ ভুৱা মেছেজ আহিলে ইগনৰ কৰক। যদি এই ধৰণৰ মেছেজ আহে তেন্তে লিংকত কেতিয়াও ক্লিক নকৰিব।

https://x.com/PIBFactCheck/status/1734835391113654701?s=20

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ তৰফৰ পৰা জনোৱা অনুসৰি বেংকৰ কোনো গ্ৰাহকক ফোন বা মেছেজ কৰি একাউণ্ট আপডেট কৰাৰ পৰামৰ্শ নিদিয়ে। কোনো লিংক পঠিওৱা নহয় এই বেংকৰ পৰা। গ্ৰাহক যাতে এইধৰণৰ অনলাইন ফ্ৰডৰ ভুক্তভোগী নহয় তাৰবাবে সতৰ্ক কৰি দিছে বেংক কৰ্তৃপক্ষই। যদি এই ধৰণৰ কোনো সন্দেহজনক মেছেজ আহে তেন্তে ছাইবাৰ ক্ৰাইম ছেলৰ ১৯৩০ নম্বৰত ফোন কৰি সবিশেষ তথ্য জনাওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?
জীৱনশৈলী

June 4, 2026
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক
জীৱনশৈলী

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

June 4, 2026
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?
বাণিজ্য

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

June 4, 2026
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?
ক্ৰীড়া

Next Post
কেদাৰনাথৰ সৈতে আছে বিশেষ সংযোগ! ৰামৰ এই মূৰ্তিয়েই স্থাপিত হ’ব অযোধ্যাৰ মন্দিৰত

দেশজুৰি আৰম্ভ হৈছে কাৰ্ডলেছ ATM! UPIৰে কেনেকৈ ATMৰ পৰা ধন উলিয়াব? শিকি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন