• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কোটি কোটি দান পাইছো যদিও আপোনালোকলৈ অনুৰোধ, ৰাম মন্দিৰলৈ এইকেইদিন নাহিব!’ প্রথম দিনাই কিমান কোটি দান আহিল হিচাপ দিলে ৰামমন্দিৰ ট্ৰাষ্টে

‘কোটি কোটি দান পাইছো যদিও আপোনালোকলৈ অনুৰোধ, ৰাম মন্দিৰলৈ এইকেইদিন নাহিব!’ প্রথম দিনাই কিমান কোটি দান আহিল হিচাপ দিলে ৰামমন্দিৰ ট্ৰাষ্টে

3 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

5 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

6 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

6 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

7 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

7 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

8 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

9 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

10 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

10 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

11 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘কোটি কোটি দান পাইছো যদিও আপোনালোকলৈ অনুৰোধ, ৰাম মন্দিৰলৈ এইকেইদিন নাহিব!’ প্রথম দিনাই কিমান কোটি দান আহিল হিচাপ দিলে ৰামমন্দিৰ ট্ৰাষ্টে

editor by editor
January 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
‘কোটি কোটি দান পাইছো যদিও আপোনালোকলৈ অনুৰোধ, ৰাম মন্দিৰলৈ এইকেইদিন নাহিব!’ প্রথম দিনাই কিমান কোটি দান আহিল হিচাপ দিলে ৰামমন্দিৰ ট্ৰাষ্টে
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মুঠ ১০টা কাউণ্টাৰ খোলা হৈছিল দান গ্ৰহণৰ বাবে। ইয়াৰোপৰি ব্যৱস্থা কৰা হৈছিল ‘অনলাইন অনুদানৰো। অযোধ্যাত উপস্থিত হোৱা প্ৰতিজন ভক্তই মন্দিৰৰ বাবে মুক্তহস্তে দান কৰাৰো সুবিধা ৰখা হৈছিল। সুবিধাৰ সৎ ব্যৱহাৰ কৰি ভক্তই মুক্তহস্তে দান কৰিছে। সোমবাৰে উদ্বোধন কৰা হৈছে ৰাম মন্দিৰ। তাৰ ঠিক এদিন পাছতেই অৰ্থাৎ মঙলবাৰে ভক্তৰ বাবে খুলি দিয়া হৈছে মন্দিৰৰ দুৱাৰ। মন্দিৰৰ এজন সদস্য অনিল মিশ্ৰই এই সন্দৰ্ভত কয়, ‘মঙল আৰু বুধ এই দুটা দিনত ৫লাখ ভক্ত ৰাম মন্দিৰলৈ আহিছে। প্রথম দিনাই কোটি কোটি টকা দানপাত্ৰত জমা হৈছে মন্দিৰৰ।

কেৱল মঙলবাৰৰ দানৰ হিচাপ কৰিছে মন্দিৰ ট্ৰাষ্টে। হিচাপ কৰি তেওঁলোকে জনাই যে সকলো মিলি মুঠ ৩ কোটি ১৭লাখ টকা দান কৰিছে ভক্তই। অনলাইন আৰু মন্দিৰৰ ১০টা কাউণ্টাৰ মিলি এই হিচাপ কৰি উলিয়াইছে ট্ৰাষ্টে। প্রথম দিনাই এই পৰিমাণৰ অৰ্থ দান বক্সত জমা হোৱাত আচৰিত হৈ পৰিছে ৰাম মন্দিৰ ট্ৰাষ্টো। অৱশ্যে কেন্দ্ৰই পূৰ্বে জনোৱা অনুসৰি সমগ্ৰ দেশৰ নাগৰিকে দিয়া দানেৰেহে ৰাম মন্দিৰ তৈয়াৰ হৈছে। কেইবা হাজাৰ কোটি টকা এই মন্দিৰ নিৰ্মাণত খৰচো হৈছে। উদ্বোধনৰ পূৰ্বে বিভিন্ন ৰাজ্যৰ পৰা ৰামৰ বিগ্ৰহৰ পৰা আৰম্ভ কৰি বিভিন্ন দানসামগ্ৰীও আহিছে। ইয়াৰ ফলত প্ৰথম দিনাই কোটি টকাৰ অনুদান লাভ কৰাটো তেনেই স্বাভাৱিক কথা।

উল্লেখ্য যে, দান কোটি কোটি টকা পালেও ৰাম মন্দিৰত সৃষ্টি হোৱা বিচ্ছৃংখল পৰিস্থিতিৰ বাবে মন্দিৰ বন্ধ কৰি দিবলৈকো বাধ্য হৈ পৰিছে মন্দিৰ কৰ্তৃপক্ষই। বৰ্তমানো মন্দিৰ চৌহদত আৰক্ষী মোতায়েন কৰা আছে। ভীৰৰ বাবেই উত্তৰপ্ৰদেশ প্ৰশাসনে নেতা মন্ত্ৰী আৰু তাৰকাসকলক অনুৰোধ জনাইছে যে কোনোৱে যাতে ৰামমন্দিৰলৈ নাহে তাৰ বাবেও আবেদন জনোৱা হৈছে। ভক্তসকলকো ৰাম মন্দিৰ ট্ৰাষ্টৰ অনুৰোধ যে কিছু ধৈৰ্য্য ধৰক। লাহে লাহে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ আহক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
‘বক্সিঙৰ পৰা বিদায় ল’বলৈ এতিয়াই বিচৰা নাছিলো যদিও বাধ্য হ’লো!’ হঠাৎ মেৰিকমে কিয় ল’লে এই সিদ্ধান্ত?

'বক্সিঙৰ পৰা বিদায় ল’বলৈ এতিয়াই বিচৰা নাছিলো যদিও বাধ্য হ’লো!’ হঠাৎ মেৰিকমে কিয় ল’লে এই সিদ্ধান্ত?

গণৰাজ্য দিৱসৰ পাছত জাতীয় পতাকা কি কৰিব? ফ্লেগ কোড জাৰি কৰিলে কেন্দ্ৰই

গণৰাজ্য দিৱসৰ পাছত জাতীয় পতাকা কি কৰিব? ফ্লেগ কোড জাৰি কৰিলে কেন্দ্ৰই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.