• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ’ব পাৰে

সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ’ব পাৰে

2 years ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

17 minutes ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

41 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

1 hour ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

10 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

11 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

11 hours ago
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

11 hours ago
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

12 hours ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

13 hours ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

14 hours ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

14 hours ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ’ব পাৰে

editor by editor
March 23, 2024
in স্বাস্থ্য
0
সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ’ব পাৰে
0
SHARES
55
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাৱধান, অতিমাত্ৰা গেষ্ট্ৰিকৰ সমস্যা হৈ পৰিব পাৰে চিন্তাৰ কাৰণ, কেঞ্চাৰো হ’ব পাৰে

অতিমাত্ৰা গেছৰ সমস্যা আছে যদি সাৱধান হ’ব। কিয়নো অতিমাত্ৰা গেছে পাছলৈ আলছাৰৰ সমস্যা কৰে। যি আলছাৰ পাছলৈ গৈ কেঞ্চাৰতো পেলায় কেতিয়াবা। তাৰোপৰি এচিডে ক্ষয় কৰিব পেটৰ ছালৰো।

কেৱল খোৱা খাদ্যৰ বাবেই নহয়, কেতিয়াবা মানসিক চাপৰ বাবেও গেছৰ সমস্যা অধিক হোৱা দেখা যায়। আৰু এইদৰে বৃদ্ধি পোৱা গেছৰ ফলত পেটত সৃষ্টি হয় কোৰ্টিশোল(ষ্ট্ৰেছ হৰমন), যি একপ্ৰকাৰৰ এচিড। আৰু এই ষ্ট্ৰেছ হৰমন অধিক হলে পেটৰ তৰপবোৰ ক্ষতি কৰিব ।

কিদৰে পৰিত্ৰাণ পাব এই সমস্যাৰ পৰা। অনিয়মিত খাদ্যভাস, অধিক মছলা যুক্ত খাদ্য, চাহ-কফি, মাদক দ্ৰব্য আদি সেৱনৰ ক্ষেত্ৰত ঠিকে ৰখাৰ লগতে মানসিক চাপ হ্ৰাস কৰাৰ বাবে যোগাভ্যাস।

খাদ্য সদায়ে সময় মতে খাব। অধিক সময়লৈ খাদ্য নখোৱাকৈ থাকিলে পেটত এছিডৰ পৰিমান অধিক হৈ গৈ ই ক্ষতি কৰিব। সেয়ে নিৰ্দিষ্ট এক সময় ঠিক কৰি লৈ সেই সময়তেই খোৱাৰ বাবে চেষ্টা কৰিব।

অধিক মছলাযুক্ত খাদ্যৰ পৰা আঁতৰত থাকিব। এনে খাদ্য খাবলৈ সোৱাদলগা হলেও ই পেটৰ বাবে ক্ষতিকাৰক। মছলা থকা খাদ্যই পেটত অধিক গেছ উৎপন্ন কৰে।

চাহ-কফি আদি সাধাৰণতে ইয়াৰ মানুহৰ বাবে অতিকে প্ৰিয়। পাছে এই চাহ-কফি আদি অধিক মাত্ৰাত সেৱন কৰিলে আলছাৰৰ সৃষ্টি কৰে। কিয়নো ইয়াত কেফেইন নামৰ এক পদাৰ্থ থাকে যি হৈছে গেছৰ কাৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gastricthealthhealth tipsUlcer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?
জীৱনশৈলী

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

May 25, 2026
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?
জীৱনশৈলী

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

May 25, 2026
দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?
খাদ্য

দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?

May 23, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

May 22, 2026
Next Post
কেনেকৈ ইমান শক্তিশালী ED ! চাৰ্জ ৱাৰেণ্ট নোহোৱাকৈ কৰিব পাৰে সকলো

কেনেকৈ ইমান শক্তিশালী ED ! চাৰ্জ ৱাৰেণ্ট নোহোৱাকৈ কৰিব পাৰে সকলো

গুৰিৰ পৰা ক’লা কৰি তুলিব আপোনাৰ চুলি, প্ৰয়োজন মাত্ৰ এবিধ তেলৰ

গুৰিৰ পৰা ক'লা কৰি তুলিব আপোনাৰ চুলি, প্ৰয়োজন মাত্ৰ এবিধ তেলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.