• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি সন্ধিয়া কৰক এই ৫ টা কাম, দূৰ হ’ব সকলো সংকট

আজি সন্ধিয়া কৰক এই ৫ টা কাম, দূৰ হ’ব সকলো সংকট

3 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

2 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

3 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

3 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

4 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

5 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

5 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

6 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

7 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

7 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

8 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

8 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি সন্ধিয়া কৰক এই ৫ টা কাম, দূৰ হ’ব সকলো সংকট

editor by editor
March 26, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
আজি সন্ধিয়া কৰক এই ৫ টা কাম, দূৰ হ’ব সকলো সংকট
0
SHARES
32
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি সন্ধিয়া কৰক এই ৫ টা কাম, দূৰ হ’ব সকলো সংকট

আবিৰৰ ৰঙে সকলো ফালে সুখৰ ঢল নমাইছে। ফুৰ্তিৰে মানুহৰ মন ভৰি আছে। শত্ৰু-মিত্ৰ সকলো লগ হৈছে মিলি-জুলি একেলগে হোলী খেলিবৰ বাবে। ভাতৃত্ববোধেৰে সকলোৱে লগ হৈছে হোলীৰ এই দুটা দিনত।

ৰঙৰ এই উৎসৱ ভগৱান শিৱ আৰু কৃষ্ণৰ নামত উৎসৰ্গিত। মান্যতা অনুসাৰে এই উৎসৱত শিৱক ভস্মৰে অভিষেক কৰাই পূৰ্ণ শৃংগাৰ কৰে। আনহাতে কৃষ্ণক ৰং আৰু ফুলেৰে অভিষেক কৰাই।

পাছে এই হোলাীৰ সময়তে কৰক কেইটামান উপায়, যি উপায়েৰে দূৰ হ’ব আপোনাৰ সকলো সংকট। সন্ধিয়াৰ সময়ত কৰিব কেউটা কাম।

সন্ধিয়া থাপনাৰ গুৰিত চাকি জ্ৱলাব। বগা মিঠাই ভোগ হিচাপে আগবঢ়াব পাছত সেই ভোগেই প্ৰসাদ হিচাপে বিতৰণ কৰি খাব। এনে কৰিলে সম্বন্ধ বোৰৰ মাজৰ সমস্যা নাশ হ’ব।

সন্তান প্ৰাপ্তিৰ বাবে বৰদান- শ্ৰী কৃষ্ণৰ সৰু কালৰ ৰূপটোৰ সমুখত দুটা ঘিউ চাকি জ্বলাব। লগতে ১০৮ বাৰ কৃষ্ণ ৰ নাম ল’ব।

ধন সম্পত্তি বৃদ্ধি- হোলীৰ দিনত হনুমানক নিশ্চয় পূজা কৰিব। হোলীৰ দিনা নিশা ৰঙা বস্ত্ৰ পৰিধান কৰিব। তাৰ পিছত হনুমানৰ সমুখত ঘিউ চাকি জ্বলাব। চালিশা পাঠ কৰিব।

ধাৰ আৰু ন্যায়ালৰ কামৰ পৰা উদ্ধাৰ- এইবাৰো হনুমানক পূজা কৰিব। ৯ টা মিঠাতেলৰ চাকি জ্বলাব। ৯ হনুমানাষ্টক পাঠ কৰিব।

ঘৰৰ সুখ সমৃদ্ধি- হোলীৰ দিনা নিশা কোনো মন্দিৰত গৈ ভগৱানৰ সমুখত চাকি জ্বলাব। তাৰ পাছত আহত গছৰ তললৈ গৈ চাৰি মুখ থকা চাকি জ্বলাই ৭ বাৰ প্ৰদক্ষিণ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HoliHoli 2024Holi remedy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
ধৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ বান, বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ২৭ গৰাকী লোকে

ধৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ বান, বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ২৭ গৰাকী লোকে

চকুৰ সমুখতে শেষ সকলো, জ্বলি গ’ল ৩০০০ৰো অধিক ব্ৰইলাৰ

চকুৰ সমুখতে শেষ সকলো, জ্বলি গ'ল ৩০০০ৰো অধিক ব্ৰইলাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.