• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ এপ্ৰিলৰ সূৰ্য গ্ৰহণে সলনি কৰিব কেইটামান ৰাশিৰ ভাগ্য চক্ৰ, পঢ়ক সবিশেষ

৮ এপ্ৰিলৰ সূৰ্য গ্ৰহণে সলনি কৰিব কেইটামান ৰাশিৰ ভাগ্য চক্ৰ, পঢ়ক সবিশেষ

2 years ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

16 minutes ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

46 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

2 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

11 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

11 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

12 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

12 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

13 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

15 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

16 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮ এপ্ৰিলৰ সূৰ্য গ্ৰহণে সলনি কৰিব কেইটামান ৰাশিৰ ভাগ্য চক্ৰ, পঢ়ক সবিশেষ

editor by editor
March 28, 2024
in জীৱনশৈলী, ভাৰত
0
৮ এপ্ৰিলৰ সূৰ্য গ্ৰহণে সলনি কৰিব কেইটামান ৰাশিৰ ভাগ্য চক্ৰ, পঢ়ক সবিশেষ
0
SHARES
249
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ এপ্ৰিলৰ সূৰ্য গ্ৰহণে সলনি কৰিব কেইটামান ৰাশিৰ ভাগ্য চক্ৰ, পঢ়ক সবিশেষ

৮ এপ্ৰিল তাৰিখে হবলৈ গৈ আছে চলিত বৰ্ষৰ প্ৰথমটো সূৰ্য গ্ৰহণ। এই সূৰ্য গ্ৰহণ হ’ব পূৰ্ণ গ্ৰহণ। যাৰ ফলত অন্ধকাৰ হৈ পৰিব দিনৰ ভাগতে। পাছে এইবাৰৰ এই সূৰ্য গ্ৰহণ দেখা পোৱা নাযাব ভাৰতৰ পৰা। এই সূৰ্য গ্ৰহণেই এইবাৰ সলাই পেলাব কেইটামান ৰাশিৰ ভাগ্য চক্ৰ।

এইবাৰৰ গ্ৰহণ হ’ব মেষ ৰাশিত। যাৰ ফলত তিনিটা ৰাশিৰ ওপৰত প্ৰভাৱ অধিক হ’ব। ৰাশি কেইটা হৈছে- কৰ্কট, তুলা আৰু মকৰ।

কৰ্কট ৰাশি- এই গ্ৰহণে আপোনাৰ জীৱনত কিছু সলনি কৰিব। আপুনি কাম কৰাৰ ধৰণ সলনি কৰিব লাগিব। তেতিয়া আপোনাৰ জীৱনলৈ ভাল ফল আহিব। এই সলনিৰ ফলতে আপোনাৰ ব্যক্তিগত জীৱন আৰু কৰ্মক্ষেত্ৰতো উন্নত অৱস্থা আহিব। পাছে পাৰিবাৰিক দিশত একেবাৰে বেয়া, পৰিয়ালৰ পৰা আঁতৰিয়ো আহিব লাগিব পাৰে।

তুলা ৰাশি- এই ৰাশিৰ জাতক-জাতিকাক সূৰ্য গ্ৰহণে সত্যৰ সতে মুখামুখি কৰাব। যি কথা ইমান দিনে আপোনাৰ সত্য নাইবা উচিত যেন লাগিব, সেই সকলো কথা এতিয়া ভুল বুলি প্ৰমাণ হোৱাৰ দিশত। সকলো কথাতেই তেনে অৱশ্যে তেনে নহয়। মানুহ চিনাত ভুল হব আপোনাৰ। প্ৰেমৰ দিশতো সমস্যা অহা দেখা যায়।

মকৰ ৰাশি- কেৰিয়াৰ আৰু সমাজৰ সমুখত থকা আপোনাৰ পৰিচয় সলনি হৈ পৰিব। কিছুমান এনে ঘটনা ঘটিব যাৰ হতো আপুনি কল্পনাও কৰা নাছিল। আপোনাৰ বাবে চাৰপ্ৰাইজিং সময় হ’ব। কষ্টৰ ফল লাভ কৰিব। আপোনাৰ প্ৰশংসা হ’ব কৰ্মক্ষেত্ৰৰ লগতে ঘৰতো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: horoscopeNB newsSolar EclipseSolar Eclipse 2024Surya Grahan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 22, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
Next Post
অধিক পকা ফল পেলাই দিয়ে নেকি, এনেদৰে ব্যৱহাৰ কৰক, ছাল-চুলিৰ বাবে মহৌষধ

অধিক পকা ফল পেলাই দিয়ে নেকি, এনেদৰে ব্যৱহাৰ কৰক, ছাল-চুলিৰ বাবে মহৌষধ

‘শীঘ্ৰেই দেশত বন্ধ হৈ পৰিব টোলগেট’- পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা

'শীঘ্ৰেই দেশত বন্ধ হৈ পৰিব টোলগেট'- পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.