• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনুষ্কা-দীপিকাৰ বাবে কফি অৰ্ডাৰ কৰা কাম কৰিছিলো! অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে কি কাম কৰিছিল পৰিণীতি চোপ্ৰাই?

অনুষ্কা-দীপিকাৰ বাবে কফি অৰ্ডাৰ কৰা কাম কৰিছিলো! অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে কি কাম কৰিছিল পৰিণীতি চোপ্ৰাই?

2 years ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

31 minutes ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

2 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

4 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

16 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

16 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

16 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

17 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

17 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অনুষ্কা-দীপিকাৰ বাবে কফি অৰ্ডাৰ কৰা কাম কৰিছিলো! অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে কি কাম কৰিছিল পৰিণীতি চোপ্ৰাই?

অনুষ্কা-দীপিকাৰ বাবে কফি অৰ্ডাৰ কৰা কাম কৰিছিলো! অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে কি কাম কৰিছিল পৰিণীতি চোপ্ৰাই?

editor by editor
April 29, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
অনুষ্কা-দীপিকাৰ বাবে কফি অৰ্ডাৰ কৰা কাম কৰিছিলো! অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে কি কাম কৰিছিল পৰিণীতি চোপ্ৰাই?
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইমতিয়াজ আলৰ পৰিচালনাত অমৰ সিং চমকিলাৰ অভিনয়ৰ বাবে ইতিমধ্যে প্ৰশংসিত হৈছে পৰিণীতি চোপ্ৰা৷ সম্প্ৰতি চিনেমা ইণ্ডাষ্ট্ৰীত তেওঁৰ যাত্ৰাৰ আৰম্ভণিৰ দিনবোৰ কেনে আছিল সেই কথা নিজেই ভগাই লৈছে পৰিণীতি চোপ্ৰাই৷ ৰাজ ছামানিৰ সৈতে পডকাষ্ট অনুষ্ঠানত নিজৰ কেৰিয়াৰৰ আৰম্ভণিৰ দিনবোৰৰ কথা শ্বেয়াৰ কৰিছে পৰিণীতিয়ে৷

পৰিণীতিয়ে কয়, ‘মই ৰাণী মুখাৰ্জীৰ হৈ দিন বৌলে হাৰিপ্পা, দিপীকা পাডুকন আৰু নীল নিতিন মুকেশৰ লাফাঙ্গে পাৰিন্দেৰ প্ৰচাৰত অংশ লৈছিলো৷ অনুষ্কা আৰু ছাহিদ কাপুৰৰ বদমাছ কোম্পানীৰ হৈয়ো কাম কৰিছো৷ যশৰাজৰ ষ্টুডিঅ’ত ইণ্টাৰ্ণ হিচাপে মোৰ শেষৰ খন ছবি আছিল বেণ্ড বাজা বাৰাত৷ তেতিয়া মই তাত তেওঁলোকৰ বাবে কফি অৰ্ডাৰ কৰো৷ ইণ্টাৰ্ণ হৈ থকাৰ সময়ত সাংবাদিকৰ সৈতে চেলিব্ৰিটিৰ সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি দিয়াৰ কামো কৰিছো৷  যশৰাজ ফিল্মছৰ সৈতে ডেৰ বছৰ কাম কৰাৰ পাছত সেই চাকৰি ত্যাগ কৰো৷ এনেই ঘৰতে বহি থাকোতে এদিন হঠাৎ আদিত্য চোপ্ৰাৰ ফোন আহে৷ সেই ফোনেই মোৰ কেৰিয়াৰ আৰু জীৱন দুয়োটাই সলনি হৈ যায়৷ মই অবাক হৈ গৈছিলো তেওঁ মোক ফোন কৰিছে৷’

ফোনতেই আদিত্যই সেই সময়ত পৰিণীতিক যশৰাজৰ সৈতে তিনিখন চিনেমাৰ চুক্তিত স্বাক্ষৰ কৰোৱাৰ কথা কৈছিল৷ কাষ্টিং ডাইৰেক্টৰ চানু শৰ্মাৰ সৈতে পৰিণীতিৰ অডিছনৰ ভিডিঅ’ পছন্দ হৈছিল আদিত্য চোপ্ৰাৰ৷ ইয়াৰ ঠিক এমাহ পাছত লেডিজ ভাৰ্ছেচ ৰিকি বহেলৰ অফাৰ লাভ কৰে পৰিণীতিয়ে৷ ইয়াৰ পাছতেই প্ৰায় ১১ বছৰ যশৰাজৰ নায়িকা হিচাপে কাম কৰে পৰিণীতিয়ে৷ ইছকজাদে, হাছি তৌ ফাছি, মেৰি প্যাৰি বিন্দুৰ দৰে চিনেমাও পৰিণীতিয়ে দৰ্শকক উপহাৰ দিছে৷

অমৰ সিং চমকিলাত পৰিণীতি

পঞ্জাৱৰ এলভিছ প্ৰিছলি ওৰফে গায়ক অমৰ সিং চমকিলাৰ বায়োপিকত দেখা গৈছে পৰিণীতিক৷ অমৰ সিঙৰ ভূমিকাত অভিনয় কৰিছে গায়ক অভিনেতা দিলজিৎ দোচাঞ্জ, দ্বিতীয়া পত্নীৰ ভূমিকাত অভিনয় কৰিছে পৰিণীতি চোপ্ৰাই৷ এই ছবিৰ বাবে নিজৰ প্ৰায় ১৬ কিঃগ্ৰাঃ ওজনো বৃদ্ধি কৰিছে পৰিণীতিয়ে৷ ইয়াৰোপৰি সেই ওজন বৃদ্ধিৰ সৈতেই বিবাহতো বহিছে পৰিণীতি৷ এখন চিনেমাৰ বাবে এইখিনি আত্মত্যাগ দিয়াটো তেনেই সাধাৰণ কথা বুলিও উল্লেখ কৰিছে পৰিণীতিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

October 22, 2026
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই
ভাৰত

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

October 22, 2026
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

October 22, 2026
Next Post
কংগ্ৰেছী প্ৰাৰ্থীয়ে যোগ দিলে বিজেপি দলত! প্ৰতিদ্বন্দ্বিতা কোনে কৰিব?

কংগ্ৰেছী প্ৰাৰ্থীয়ে যোগ দিলে বিজেপি দলত! প্ৰতিদ্বন্দ্বিতা কোনে কৰিব?

আমেঠিত ১৯৮১ৰ কাহিনীৰ পুনৰাবৃত্তি! কংগ্ৰেছে কি কৰিছিল সেই বৰ্ষত?

আমেঠিত ১৯৮১ৰ কাহিনীৰ পুনৰাবৃত্তি! কংগ্ৰেছে কি কৰিছিল সেই বৰ্ষত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.