• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান, হোৱাটছ এপৰ নতুন ফিচাৰে কৰিব পাৰে সমস্যা, বাৰ্তা প্ৰেৰণ কৰা হৈ পৰিব বন্ধ

সাৱধান, হোৱাটছ এপৰ নতুন ফিচাৰে কৰিব পাৰে সমস্যা, বাৰ্তা প্ৰেৰণ কৰা হৈ পৰিব বন্ধ

2 years ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

53 minutes ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

1 hour ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

2 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

3 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

3 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

4 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

4 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

4 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

4 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

5 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

6 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

সাৱধান, হোৱাটছ এপৰ নতুন ফিচাৰে কৰিব পাৰে সমস্যা, বাৰ্তা প্ৰেৰণ কৰা হৈ পৰিব বন্ধ

editor by editor
May 1, 2024
in প্ৰযুক্তি
0
সাৱধান, হোৱাটছ এপৰ নতুন ফিচাৰে কৰিব পাৰে সমস্যা, বাৰ্তা প্ৰেৰণ কৰা হৈ পৰিব বন্ধ
0
SHARES
213
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাৱধান, হোৱাটছ এপৰ নতুন ফিচাৰে কৰিব পাৰে সমস্যা, বাৰ্তা প্ৰেৰণ কৰা হৈ পৰিব বন্ধ

বিশ্বৰ সবাতোকৈ ব্যৱহৃত সামাজিক মাধ্যমৰ ভিতৰত অন্যতম হৈছে হোৱাটছএপ। এতিয়া কিছু ক্ষেত্ৰত এনে পৰিস্থিতি আহি পৰিছে যে, হোৱাটছ এপ নোহোৱাকৈ এতিয়া বহু লোকে একো কামেই কৰিব নোৱাৰে। এটা দিনো হোৱাটএপ বিহীন হৈ পাৰ কৰাটো টান হৈ পৰিছে কোনো কোনো লোকৰ বাবে।

পাছে বহু সুবিধা থকাৰ পাছতো এই হোৱাটছএপৰ সদব্যৱহাৰৰ সলনি বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে কোনোৱে। নিতৌ বহুতো স্কেম আৰপ ঠগ প্ৰৱঞ্চাৰ খবৰ আহিবলৈ ধৰিছে।

যাৰ বাবেই সুৰক্ষাজনিত কাৰণত হোৱাটছএপে ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে বহু সুৰক্ষা বেষ্টনি তথা নতুন ফিচাৰ আনিছে। বেয়া কামৰ গতিবিধিবোৰ ৰোধ কৰিবৰ বাবেই হোৱাটছএপ কোম্পানীয়ে লৈছে নতুন পদক্ষেপ।

নতুনকৈ মুকলি কৰা ফিচাৰে এতিয়া সন্দেহজনক মেছেজ কৰা একাউণ্ট কিছু সময়ৰ বাবে নিজে নিজে বন্ধ হৈ যাব তথা অস্থায়ী ৰূপত ব্লক হৈ পৰিব। কতো কোনো ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰিব।

অৱশ্যে ব্লক হৈ গলেও নতুন ফিচাৰ অনুসৰি বাৰ্তা তথা মেছেজ আহি থাকিব। কেৱল নিজেহে কাকো কোনো মেছেজ দিব নোৱাৰিব।

কোন ধৰণৰ একাউণ্ট নিষিদ্ধ কৰা হৈছে- প্ৰতিবেদনত কোৱা হৈছে যে নতুন বৈশিষ্ট্যই এনে একাউণ্টৰ পৰা সহজেই ধৰা পেলাব য’ৰ পৰা কোনো ধৰণৰ গালি-গালাজ কৰা হৈছে বা স্পেম বা অন্যান্য নিয়ম উলংঘা হৈছে। তেনে ধৰণৰ কোনো সন্দেহজনক দেখা পোৱাৰ লগে লগে বাৰ্তাৰ সুবিধা ব্লক কৰিব।

অৱশ্যে হোৱাটছএপৰ নতুন ফিচাৰে প্ৰথমে সেই একাউণ্টৰ গৰাকীক সকীয়নি হিচাপে সাময়িক ভাৱে একাউ্ট ব্লক কৰি দিব , পাছত পুনৰ তেনে কৰিলে সেই হোৱাটছএপ একাউণ্ট চিৰদিনৰ বাবে বন্ধ হৈ যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: new featuresocial mediaWhats AppWhatsApp new feature
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!
প্ৰযুক্তি

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

March 29, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
Next Post
ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী,  ভাইৰেল হৈ পৰিছে ভিডিঅ’

ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী, ভাইৰেল হৈ পৰিছে ভিডিঅ'

ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি

ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.