• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লং, ডালচেনি, জয়ত্ৰীৰ সোৱাদ থকা এবিধ গছ, ঘৰত লগাওক মছলা কিনাৰ পৰা ৰেহাই পাওক

2 years ago
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

17 minutes ago
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

40 minutes ago
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

57 minutes ago
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

2 hours ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

3 hours ago
ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?

১৬খন মেচ খেলি ১৫ বছৰতে কোটিপতি! ২০২৬ত মুঠ কিমান অৰ্থ আয় কৰিলে বৈভৱ সূৰ্যবংশীয়ে?

4 hours ago
গুৰু-কেতুৰ বিৰল সংযোগ, ৪ ৰাশিৰ হ’ব বাম্পাৰ লাভ!

5 hours ago
কিয় প্ৰথম প্ৰেম প্ৰায়ে ভুল ব্যক্তিৰ সৈতে হয়? আজিয়েই কৰক নিজক শুধৰণি

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লং, ডালচেনি, জয়ত্ৰীৰ সোৱাদ থকা এবিধ গছ, ঘৰত লগাওক মছলা কিনাৰ পৰা ৰেহাই পাওক

editor by editor
May 8, 2024
in জীৱনশৈলী, বিবিধ
0
লং, ডালচেনি, জয়ত্ৰীৰ সোৱাদ থকা এবিধ গছ, ঘৰত লগাওক মছলা কিনাৰ পৰা ৰেহাই পাওক
0
SHARES
404
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লং, ডালচেনি, জয়ত্ৰীৰ সোৱাদ থকা এবিধ গছ, ঘৰত লগাওক মছলা কিনাৰ পৰা ৰেহাই পাওক

এবিধ এনে গছ এই ধৰাত পোৱা যায়, যাৰ গুণ বিভিন্ন মছলাৰ সমান। মাত্ৰ এবিধ গছৰ পাততেই পোৱা যায় তিনিবিধকৈ মছলাৰ সোৱাদ। সেই বিধ গছৰ পাতত পোৱা যায় লং, ডালচেনি আৰু জয়ত্ৰী মছলাৰ সোৱাদ।

এইবিধ গছ ঘৰত লগালে আৰু কোনোদিনে ক্ৰয় কৰিব নালাগে কোনো মছলা। তাৰোপৰি আছে আন এক মাহাত্য। এইবিধ গছৰ আছে বিষ নোহোৱা কৰা গুণ। এই গছবিধৰ নাম হৈছে ‘অল স্পাইছ’ (All Spice – Plant)

ৱেষ্ট ইণ্ডিজ আৰু মধ্য আমেৰিকাৰ থলুৱা এই উদ্ভিদৰ পাতত লং, ডালচেনি আৰু জয়ত্ৰী নাইবা জাইফলৰ সোৱাদ পোৱা যায়। ইয়াৰ পাতত বহুতো ঔষধি গুণো লুকাই থাকে।

বৰ্তমানে এই গছজোপাৰ চাহিদা বহু পৰিমাণে বৃদ্ধি পাইছে। মানুহে নিজৰ পাকঘৰৰ বাৰীত এই গছ ৰোপণ কৰে আজিকালি। অল স্পাইছ নামৰ এই গছৰ পাতবোৰ খাবলৈ বৰ সোৱাদলগা। ইয়াত পোৱা মছলাৰ সুগন্ধি।

এই উদ্ভিদ নাৰ্চাৰীত ৭০ৰ পৰা ৮০ টকাত সহজে উপলব্ধ। এই গছজোপা মাটি, পচি যোৱা গৰুৰ গোবৰ বা ভেৰমি পচন সাৰ দিও পাত্ৰত ৰোপণ কৰিব পাৰি। ইয়াৰ বাহিৰেও যদি এই গছজোপা মাটিত ৰোপণ কৰা হয়, তেন্তে ইয়াৰ বৃদ্ধি আৰু ভাল হয়।

অল স্পাইছ নামৰ এই গছজোপাৰ পাতবোৰ শুকুৱাই নাইবা সতেজ পাতো ব্যৱহাৰ কৰিব পাৰি। এই উদ্ভিদৰ পাত নিৰামিষ খাদ্য, আমিষ খাদ্য, বিৰিয়ানী আদিৰ লগতে চাহ তৈয়াৰ কৰিয়ো খাব পাৰি।

পাতে বিধে বিষ উপশমৰো কাম কৰে
মূৰৰ বিষ, পেশীৰ ক্ৰেম্প আৰু দাঁতৰ বিষৰ নিৰাময়ো কৰে এই অল স্পাইচ নামৰ গছৰ পাত বিধে। ইয়াত বিষনাশক বা বিষ নিৰাময়কাৰী দ্ৰব্য পোৱা যায়। সাধাৰণতে দাঁতৰ বিষত ব্যৱহাৰ কৰা হয় ইয়াক। পেটৰ সকলো সমস্যাৰ পৰাও সকাহ দিয়ে এই গছৰ পাতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Masala PlantSpices plantViral plant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?
জীৱনশৈলী

June 1, 2026
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?
ক্ৰীড়া

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

June 1, 2026
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?
জীৱনশৈলী

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

June 1, 2026
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?
ক্ৰীড়া

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

June 1, 2026
Next Post
কুকুৰ পুহি ভাল পায় নেকি, তেন্তে পঢ়ক এই বাতৰি, চৰকাৰে আনিছে নতুন নিয়ম, এতিয়াৰ পৰা কৰিব লাগিব এই কাম

অন্তঃসত্ত্বা দীপিকাৰ সৈতে সম্পৰ্ক শেষ নেকি ৰণবীৰৰ? ইনষ্টাৰ পৰা ৰণবীৰে ডিলিট কৰিলে দীপিকাৰ সৈতে বিবাহৰ ফটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন