• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ কুখ্যাত চিৰিয়েল কিলাৰ, যিয়ে শেষত প্ৰমাণ নোহোৱা কৰিবৰ বাবে গাহৰিক খুৱাই দিছিল মাংস

বিশ্বৰ কুখ্যাত চিৰিয়েল কিলাৰ, যিয়ে শেষত প্ৰমাণ নোহোৱা কৰিবৰ বাবে গাহৰিক খুৱাই দিছিল মাংস

2 years ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

2 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

3 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

4 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

4 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

5 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

5 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

6 hours ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

6 hours ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

7 hours ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

7 hours ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

8 hours ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশ্বৰ কুখ্যাত চিৰিয়েল কিলাৰ, যিয়ে শেষত প্ৰমাণ নোহোৱা কৰিবৰ বাবে গাহৰিক খুৱাই দিছিল মাংস

editor by editor
June 2, 2024
in বিবিধ, বিশ্ব
0
বিশ্বৰ কুখ্যাত চিৰিয়েল কিলাৰ, যিয়ে শেষত প্ৰমাণ নোহোৱা কৰিবৰ বাবে গাহৰিক খুৱাই দিছিল মাংস
0
SHARES
519
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ কুখ্যাত চিৰিয়েল কিলাৰ, যিয়ে শেষত প্ৰমাণ নোহোৱা কৰিবৰ বাবে গাহৰিক খুৱাই দিছিল মাংস

বিশ্বৰ অন্যতম কুখ্যাত ছিৰিয়েল কিলাৰ ৰবাৰ্ট পিকটন। যাক সদ্যহতে কাৰাগাৰৰ ভিতৰতে হত্যা কৰা হৈছে। মৃত্যুৰ সময়ত ৰবাৰ্টৰ বয়স আছিল ৭৪ বছৰ।

১৯ মে’ত কানাডাৰ প’ৰ্ট কাৰ্টিয়েৰ কাৰাগাৰত পিকটনক একাংশ বন্দীয়ে মাৰাত্মকভাৱে আক্ৰমণ কৰে। যাৰ বাবেই ৩১ মে’ তাৰিখে হস্পিতালত মৃত্যু হয় ৰবাৰ্টৰ। সেই ৰবাৰ্টেই জীৱন কালত ৪৯ গৰাকী যৌন কৰ্মীক হত্যা কৰি পাছত সেই শৰীৰবোৰ গাহৰিক খুৱাই দিছিল।

আৰক্ষীৰ তদন্তই প্ৰমাণ কৰিছিল যে পিকটনৰ বিৰুদ্ধে ২৬ গৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ উঠিছিল। ২০০৭ চনত আদালতে শাস্তি প্ৰদান কৰে। অৱশ্যে পিকটনে নিজেই ৪৯ গৰাকী মহিলাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। সেই হত্যাৰ ঘটনা ৫০ কৰাৰ লক্ষ্য কৰি লৈছিল।

১৯৪৯ চনৰ ২৪ অক্টোবৰত জন্ম হৈছিল ৰবাৰ্ট পিকটনৰ। পিতৃ লিঅ’নাৰ্ড ফ্ৰান্সিছ পিকটনে ভেংকুৱাৰৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ নিলগৰ ব্ৰিটিছ কলম্বিয়াত গাহৰি পালন কৰিছিল। ৰবাৰ্ট আৰু তেওঁৰ সৰু ভাতৃ ডেভিদ ফ্ৰান্সিছক অতি কম বয়সতে পিতৃ-মাতৃয়ে গাহৰি পালনৰ দায়িত্ব অৰ্পণ কৰিছিল। কামত সামান্য গাফিলতি হলেই বহুবাৰ অত্যাচাৰো কৰিছিল, ভালদৰে খাদ্য আৰু পিন্ধিবলৈ কাপোৰো দিয়া নাছিল।

বহুবাৰ লেতেৰা কাপোৰ পিন্ধিয়ে স্কুললৈ যোৱাৰ বাবে সমনীয়াৰ পৰা অপমানিত হৈছিল ৰবাাৰ্ট। যাৰ বাবে শেষত পঢ়া শেষ নকৰাকৈয়ে বিদ্যালয়ৰ বাট ত্যাগ কৰিছিল।

কমকৈ কথা কোৱা ৰবাৰ্টে সকলোকে সন্দেহৰ চকুৰে চাইছিল। এবাৰ এগৰাকী যৌন কৰ্মী ৰবাৰ্টহতৰ ফাৰ্মলৈ মাংস ক্ৰয়ৰ বাবে আহোতে হঠাতে আক্ৰমণ কৰি প্ৰাণ লোৱাৰ চেষ্টা কৰে যদিও বিফল হয়। পাছে সেয়ে প্ৰথম। তাৰ পাছৰে পৰা নিজেই তেনে মহিলা বিচাৰি গৈ কৌশলেৰে ফাৰ্মলৈ আনি হত্যা কৰি সেই মাংস ফাৰ্মৰে গাহৰিক খুৱাউ দিছিল।

পিছত যেতিয়া ব্ৰিটিছ কলম্বিয়া আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা কেইবাগৰাকী যৌনকৰ্মী আৰু অন্যান্য মহিলা নিৰুদ্দেশ হ’বলৈ ধৰে, তেতিয়া আৰক্ষীয়ে ৰবাৰ্টক লৈ সন্দেহ প্ৰকাশ কৰে। ২০০২ চনত প্ৰথমবাৰৰ বাবে তেওঁৰ ফাৰ্মত উপস্থিত হয় আৰক্ষী। তালাচীত ফাৰ্মৰ পৰা ৩৩ গৰাকী মহিলাৰ ডি এন এ পোৱা গৈছে। হাড় আৰু মূৰৰ খোালাৰ লগতে মহিলাৰ বিভিন্ন ব্যক্তিগত সামগ্ৰী আদিয়ো উদ্ধাৰ কৰে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Jail Murder Casemurder casePiterRovert Pickterserial killer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?
জীৱনশৈলী

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

May 8, 2026
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

May 8, 2026
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট
বিনোদন

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

May 7, 2026
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক
জীৱনশৈলী

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

May 7, 2026
Next Post
পানী নে বিষ, কি খাই আছে জানেনে! প্লাষ্টিকৰ বটল কিমান বিপদজনক হ’ব পাৰে…

পানী নে বিষ, কি খাই আছে জানেনে! প্লাষ্টিকৰ বটল কিমান বিপদজনক হ’ব পাৰে...

আজিৰ ৰাশিফল, বিশেষ সংযোগৰ বাবে পুৱাই কৰক গণেশৰ পূজা, জয়জয় ময়ময় হৈ পৰিব দিনটো

আজিৰ ৰাশিফল, বিশেষ সংযোগৰ বাবে পুৱাই কৰক গণেশৰ পূজা, জয়জয় ময়ময় হৈ পৰিব দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.