• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভোটবেংকেই মণিপুৰত প্ৰতাৰণা কৰিলে মোদীক! অসমে মান ৰাখিলেও নেডাৰ আহ্বায়ক শৰ্মাই কথামতে উত্তৰ পূৱৰ ২২ আসন দিব নোৱাৰিলে কেন্দ্ৰক

ভোটবেংকেই মণিপুৰত প্ৰতাৰণা কৰিলে মোদীক! অসমে মান ৰাখিলেও নেডাৰ আহ্বায়ক শৰ্মাই কথামতে উত্তৰ পূৱৰ ২২ আসন দিব নোৱাৰিলে কেন্দ্ৰক

2 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

5 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

6 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

7 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

7 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

7 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

8 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

8 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

9 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

9 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

11 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

11 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভোটবেংকেই মণিপুৰত প্ৰতাৰণা কৰিলে মোদীক! অসমে মান ৰাখিলেও নেডাৰ আহ্বায়ক শৰ্মাই কথামতে উত্তৰ পূৱৰ ২২ আসন দিব নোৱাৰিলে কেন্দ্ৰক

editor by editor
June 5, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
ভোটবেংকেই মণিপুৰত প্ৰতাৰণা কৰিলে মোদীক! অসমে মান ৰাখিলেও নেডাৰ আহ্বায়ক শৰ্মাই কথামতে উত্তৰ পূৱৰ ২২ আসন দিব নোৱাৰিলে কেন্দ্ৰক
0
SHARES
282
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৰ্থইষ্ট ইজ চেণ্ট্ৰেলি ইনক্লাইনড… ৰাজনৈতিক বিশ্লেষকৰ সচৰাচৰ ধাৰণা যে দিল্লী যাৰ হাতত উত্তৰপূবো তেওঁৰেই হাতত। কিন্তু সেই চিন্তা সলনি হৈছে। এইবাৰ লোকসভা নিৰ্বাচনত ফুঁটি উঠিছে অন্য এখন ছবি। নৰ্থইষ্টত মোদীক উভতি চাব খোজা নাই সাধাৰণ ভোটাৰে। অসমে যেনেতেনে সন্মান ধৰি ৰাখিলেও উত্তৰপূৰ্বত চূড়ান্তভাৱে বিফল হৈছে মোদী মডেলৰ লগতে হিমন্ত মডেলো।

ডেৰমাহ ধৰি চলা ভোটযুদ্ধৰ অন্তত ওলোৱা ৰিজাল্টত উত্তৰ পূবত ভৱাধৰণৰ ফল লাভ নকৰিলে মোদীৰ দলে। জাতি সংঘাতে কোঙা কৰা মণিপুৰত ফুলাব নোৱাৰিলে পদুম। মণিপুৰৰ দুয়োখন আসনেই লাভ কৰিলে কংগ্ৰেছ দলে। মেঘালয়ৰ দুখন ছীটৰ ভিতৰত মধ্য তুৰা আসনত আগুৱাই আছে কংগ্ৰেছ প্ৰাৰ্থী সালেং এ চাংমা। ইফালে নাগালেণ্ডৰ একমাত্ৰ আসনত জয়ী হৈছে কংগ্ৰেছ দল। মিজোৰামৰ একমাত্ৰ আসনখন দখল কৰিছে সদ্য ভূমিষ্ঠ আঞ্চলিক দল জোৰাম পিপলছ মুভমেণ্টে। অৱশ্যে অৰুণাচলৰ দুখন আসনতেই বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত হৈ পৰিছে। ত্ৰিপুৰাতো পদুমেই ফুলিছে। আনহাতে অসমত মুখ্য়মন্ত্ৰীয়ে দাবী কৰাধৰণে ১৪খন আসনৰ ১১ খন বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই।

অসমত পদ্মশিৱিৰে লাভ কৰিলে ৯খন আসন। অসমৰ ৩খন আসন কংগ্ৰেছে লাভ কৰিলে । ইয়াৰে যোৰহাট আসনত গৌৰৱ গগৈয়ে বৃহত ব্যৱধানত জয়লাভো কৰিছে। ধুবৰীত ৰকিবুল হুছেইন আৰু নগাঁওত প্ৰদ্যুৎ বৰদলৈয়ে জয়লাভ কৰিছে৷ সকলোবোৰ মিলি উত্তৰপূবৰ ২৪ আসনৰ মাজত অভাৱনীয়ভাৱে কংগ্ৰেছ দলে লাভ কৰিলে ৭খন আসন। এই ট্ৰেণ্ডে পদ্মশিৱিৰক লজ্জাৰ মুখত পেলোৱা বুলিও একাংশই দাবী কৰিছে।

কংগ্ৰেছ দলে ৭খন আসন লাভ কৰাৰ পাছতেই বহুতেই কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী একেবাৰেই মিছা প্ৰমাণিত হল। মুখ্য়মন্ত্ৰীয়ে দাবী কৰিছিল উত্তৰ পূৱৰ ২৪ আসনৰ ২২ আসনেই গেৰুৱা শিৱিৰৰ। ছেভেন চিষ্টাৰৰ চানক্য় আখ্যা পোৱা হিমন্ত বিশ্বৰ শৰ্মাৰ এই দাবী একেবাৰেই মিছা প্ৰমাণিত কৰি কংগ্ৰেছে লাভ কৰিলে ৭খন আসন।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে মেইতেই আৰু কুঁকি সংঘাতত মণিপুৰত ধাক্কা খাইছে বিজেপিয়ে। ৰাজ্যৰ শাসকসকলৰ প্ৰতি বিৰূপ মনোভাৱে গা কৰি উঠিছে সেই ৰাজ্যৰ জনতাৰ মনত। মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ প্ৰশাসনিক ব্যৰ্থতাৰ অভিযোগ মণিপুৰবাসীয়ে বাৰে বাৰে কৰিয়েই আহিছে। আচৰিতধৰণে বিজেপিৰ ভোটবেংক মেইতেইয়েই প্ৰতাৰণা কৰিলে পদ্মশিৱিৰক। অসমতো মুছলমান ভোট কংগ্ৰেছৰ ভোটবেংক সেই কথা প্ৰমাণ হলেও এইবাৰ আন এক দল এআইইউডিএফ প্ৰধানে মুখথেকেচা খোৱাত আচৰিত হৈ পৰিছে সকলো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
৫মিত্ৰদলৰ সকলোকে লাগে কেবিনেট মন্ত্ৰী, NDAয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বে কেৱল নাইডুকেই লাগে ১০টাকৈ বিভাগ!

৫মিত্ৰদলৰ সকলোকে লাগে কেবিনেট মন্ত্ৰী, NDAয়ে চৰকাৰ গঠন কৰাৰ পূৰ্বে কেৱল নাইডুকেই লাগে ১০টাকৈ বিভাগ!

নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ হাতত তুলি দিলে পদত্যাগ পত্ৰ! পৰবৰ্তী পৰিকল্পনা কি?

নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ হাতত তুলি দিলে পদত্যাগ পত্ৰ! পৰবৰ্তী পৰিকল্পনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.