• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড, পান জপাদি আছিল শ্ৰমিক, যাাৰ বাবেই প্ৰাণ হেৰুৱালে ৪৯ গৰাকীয়ে, ইয়াৰে ৪০গৰাকীয়েই ভাৰতীয়

কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড, পান জপাদি আছিল শ্ৰমিক, যাাৰ বাবেই প্ৰাণ হেৰুৱালে ৪৯ গৰাকীয়ে, ইয়াৰে ৪০গৰাকীয়েই ভাৰতীয়

2 years ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

9 minutes ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

34 minutes ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

1 hour ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

2 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

3 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

4 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

5 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

6 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

7 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

7 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড, পান জপাদি আছিল শ্ৰমিক, যাাৰ বাবেই প্ৰাণ হেৰুৱালে ৪৯ গৰাকীয়ে, ইয়াৰে ৪০গৰাকীয়েই ভাৰতীয়

editor by editor
June 13, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড, পান জপাদি আছিল শ্ৰমিক, যাাৰ বাবেই প্ৰাণ হেৰুৱালে ৪৯ গৰাকীয়ে, ইয়াৰে ৪০গৰাকীয়েই ভাৰতীয়
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড, পান জপাদি আছিল শ্ৰমিক, যাাৰ বাবেই প্ৰাণ হেৰুৱালে ৪৯ গৰাকীয়ে, ইয়াৰে ৪০গৰাকীয়েই ভাৰতীয়

বিশ্বৰ লগতে দেশ কঁপাই যোৱা এক ঘটনা। ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে ৪৯ গৰাকীকৈ লোকে। ইয়াৰ ভিতৰত ৪০ গৰাকী লোকেই ভাৰতীয় লোক। যাৰ বাবে শোকত ম্ৰিয়মান হৈ পৰিছে বহু লোক।

ভাৰতৰ পৰা কেইটামান টকা উপাৰ্জন কৰাৰ উদ্দেশ্যে কুৱেইটলৈ গৈছিল শ্ৰমিক কেইজন। কিন্তু টকা ঘটিবলৈ গৈ প্ৰাণ হেৰুৱাই ৪০ গৰাকীয়ে। ইয়াৰ বাহিৰেও অন্য কেইবাগৰাকী লোক আহত এই অগ্নিকাণ্ডত।

বুধবাৰে কুৱেইটৰ মাংগাফ অঞ্চলত বিদেশী শ্ৰমিকৰ আৱাস থকা বহুমহলীয়া অট্টালিকাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত মুঠ ৪৯ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত আন ৫০ জনতকৈ অধিক লোক আহত হয়।

নিশাৰ টিউটি কৰি আহি ভাগৰুৱা হৈ প্ৰব্ৰজিত শ্ৰমিকসকল শুই আচিল অগ্নিকাণ্ডৰ সময়ত। তেনে অৱস্থাতে অট্টালিকাটোত জুই লাগি যায়। কোৱা হৈছে যে এই অট্টালিকাটোত মুঠ ১৯৬ জন লোকে বাস কৰিছিল। আল-মাংগাফ নামৰ এটা অট্টালিকাত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডত মুঠ ৪৯ জন লোকে প্ৰাণ হেৰুৱাইছে।

অগ্নিকাণ্ডটোত প্ৰাণ হেৰুওৱা লোক সকলৰ ভিতৰত ৪০ জন ভাৰতীয়ৰ বাহিৰে বাকীসকল পাকিস্তান, ফিলিপাইনছ, ইজিপ্ত আৰু নেপালৰ নাগৰিক। ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে কুৱেইটত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মৃত ভাৰতীয় নাগৰিকৰ পৰিয়াললৈ ২ লাখ টকাৰ এককালীন সাহায্যৰ কথা ঘোষণা কৰে। এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: fireFire BlastKuwaitKuwait FireMassive fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!
বিনোদন

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

July 27, 2026
Next Post
অতিকে শোকাৱহ, ২৭০ যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত, ৮০ জনে হেৰুৱালে প্ৰাণ

অতিকে শোকাৱহ, ২৭০ যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত, ৮০ জনে হেৰুৱালে প্ৰাণ

এটা প্লাষ্টিকৰ পানীৰ বটলে গাড়ীত অগ্নিকাণ্ড সংঘটিত কৰিব পাৰে! এতিয়াই আঁতৰ কৰক

এটা প্লাষ্টিকৰ পানীৰ বটলে গাড়ীত অগ্নিকাণ্ড সংঘটিত কৰিব পাৰে! এতিয়াই আঁতৰ কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.