• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমৰ দেশত পুটিন… ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

কিমৰ দেশত পুটিন… ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

2 years ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

8 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

9 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

9 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

10 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

10 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

11 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

12 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

12 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

13 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

14 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

14 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিমৰ দেশত পুটিন… ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

কিমৰ দেশত পুটিন... ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

editor by editor
June 19, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
কিমৰ দেশত পুটিন… ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?
0
SHARES
563
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০০০ চনত তেওঁ উত্তৰ কোৰিয়ালৈ গৈছিল৷ সেই সময়তো তেওঁ ৰাছিয়াৰ প্ৰেছিডেণ্টেই আছিল৷ তাৰপিছত এদিন দুদিনকৈ বছৰ বাগৰি ২৪ বছৰ হ’ল৷ এই ২৪ বছৰ প্ৰশান্ত মহাসাগৰৰ বুকুৱেদি বহু পানী বাগৰিল৷ বিশ্বৰ বিভিন্ন দেশৰ সম্পৰ্কৰ ৰাসায়নো সলনি হ’ল৷ কেইবাখনো দেশৰ মাজত যুদ্ধও হ’ল৷ অৱশেষত ২৪ বছৰৰ পাছত আকৌ হঠাৎ উত্তৰ কোৰিয়াত উপস্থিত হৈছে ভ্লা়ডিমিৰ পুটিন৷

বৰ্তমান কিম জং উনৰ দেশত আছে পুটিন৷ উত্তৰ কোৰিয়ালৈ পুটিনক স্বাগত জনাইছে খোদ কিমেই৷ বিমানবন্দৰত উপস্থিত হৈ পুৰণি বন্ধুক সাবটি আনিছে কিমে৷ কিন্তু হঠাৎ কিয় কিমৰ দেশত ভৰি থৈছে ৰাছিয়াৰ প্ৰেছিডেণ্টে? নেপথ্যত কোনো বৃহৎ অংক আছে নেকি? এই যাত্ৰাক লৈ চিন্তিত এতিয়া ৱাছিংটনো৷

বুধবাৰে পুৱা ছুনন আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হৈছে পুটিন৷ বিমানবন্দৰৰ পৰা তেওঁক স্বাগত জনাবলৈ উপস্থিত আছিল উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন৷ উত্তৰ কোৰিয়াত উপস্থিত হোৱা পুটিনত আলিংগন কৰি দেশলৈ আদৰে কিমে৷ ৰাছিয়ান ষ্টেট নিউজ এজেন্সিয়ে দুই ৰাষ্ট্ৰনেতাৰ ভিডিঅ’ প্ৰকাশ কৰিছে৷ স্থানীয় সময় হিচাপে দুপৰীয়া ২ বজাত দুই ৰাষ্ট্ৰনেতা বৈঠকতো মিলিত হৈছে৷ কিন্তু কি বিষয়ক লৈ আলোচনা চলিছে সেয়াহে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷

উল্লেখ্য যে বিগত ২ বছৰতকৈ বেছি সময় ধৰি ইউক্ৰেইনৰ সৈতে যুদ্ধ চলি আছে ৰাছিয়াৰ৷ এই অৱস্থাত পুটিনৰ উত্তৰ কোৰিয়া যাত্ৰাত দুই দেশৰ মাজত অস্ত্ৰ লৈ চুক্তি হ’ব পাৰে বুলিও আশংকা কৰিছে আমেৰিকা আৰু আমেৰিকাৰ বন্ধু দেশসমূহে৷ যদিও ৰাছিয়াই জনাইছে যে কোৰিয়াৰ সৈতে তেওঁলোকৰ অংশীদাৰিত্বক লৈহে নতুন চুক্তি স্বাক্ষৰিত হ’ব৷ ১৯৬১ চনৰ পুৰণি চুক্তি সলনি কৰা হ’ব৷ সেই চুক্তিত স্বাক্ষৰ কৰিবৰ বাবেই পুটিনে কোৰিয়ালৈ যাত্ৰা কৰিছে৷ এই চুক্তিত তেওঁলোকে ৰখা প্ৰধান চুক্তি হৈছে কোনো দেশে অসুবিধাত পৰিলে এখন দেশে আনখন দেশৰ কাষত বন্ধু হৈ থিয় দিব৷

পুটিনৰ এই যাত্ৰাক লৈ মঙলবাৰে আমেৰিকাৰ বৈদেশিক সচিব এণ্টনি ব্লিনকেনে কৈছিল, ‘ইউক্ৰেইনৰ সৈতে যুদ্ধ চলি আছে৷ তেওঁলোকক সেয়ে অস্ত্ৰৰ প্ৰয়োজন হৈছে৷ অস্ত্ৰৰ প্ৰয়োজন পুৰণ কৰিব পৰা দেশৰ কাষত সেয়ে ৰাছিয়াই যাবলৈ আৰম্ভ কৰিছে৷ পুটিনৰ দেশক উত্তৰ কোৰিয়াই অস্ত্ৰও যোগান ধৰিব পাৰে৷’

ব্লিনকিনৰ এই মন্তব্যক সমৰ্থন কৰি NATOৰ মহাসচিব জেন্স ষ্টলটেনবাৰ্গে কয়, ‘এইবাৰ হয়তো উত্তৰ কোৰিয়াৰ বিভিন্ন মিছাইল পৰীক্ষা আৰু পাৰমাণবিক পৰীক্ষাক সমৰ্থন জনাব ৰাছিয়াই৷’ বিগত বছৰৰ ছেপ্টেম্বৰত ৰাছিয়া গৈছিল কিম৷ এইবাৰ পুটিন আহিছে উত্তৰ কোৰিয়ালৈ৷ ইয়াৰ পূৰ্বে ২০০০ চনত পিয়ংইয়ং আহিছিল পুটিন৷ সেইসময়ত উত্তৰ কোৰিয়াৰ শাসক আছিল কিমৰ প্ৰয়াত পিতৃ কিম জং ইল৷ পুটিনৰ এই যাত্ৰাৰ পূৰ্বে ৰাছিয়াৰ কোনো এজন প্ৰেছিডেণ্টেই উত্তৰ কোৰিয়ালৈ যোৱা নাছিল৷ পিতৃৰ পাছত এইবাৰ পুত্ৰ কিমে ৰাছিয়াৰ সৈতে সম্পৰ্ক দৃঢ় কৰিছে৷ আজিৰ দিনটো উত্তৰ কোৰিয়াত কটাই ভিয়েটনামলৈ উৰা মাৰিব পুটিন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ
বিশ্ব

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

August 8, 2026
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’
বিশ্ব

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

August 8, 2026
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
Next Post
চাকৰি গ’ল ধূলা থানাৰ SI উৎপল বৰাৰ, কিন্তু কিয় হঠাৎ চাকৰি হেৰুৱালে SI উৎপলে?

চাকৰি গ’ল ধূলা থানাৰ SI উৎপল বৰাৰ, কিন্তু কিয় হঠাৎ চাকৰি হেৰুৱালে SI উৎপলে?

সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা, ৰাভাৰ শেষযাত্ৰাত কোনে কৈছিল এই অমৰ দাৱানল চিৰদিন উজ্বলি থাকিব?

সোঁৱৰণঃ বিষ্ণুপ্ৰসাদ ৰাভা, ৰাভাৰ শেষযাত্ৰাত কোনে কৈছিল এই অমৰ দাৱানল চিৰদিন উজ্বলি থাকিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.