• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্ম সলনি কৰিব নে সোনাক্ষীয়ে! আনহাতে শত্ৰুঘ্ন সিন্হাই ক’লে ২৩ তাৰিখে বিবাহৰ পাৰ্টীহে

ধৰ্ম সলনি কৰিব নে সোনাক্ষীয়ে! আনহাতে শত্ৰুঘ্ন সিন্হাই ক’লে ২৩ তাৰিখে বিবাহৰ পাৰ্টীহে

2 years ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

2 minutes ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

1 hour ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

2 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

3 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

3 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

4 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

4 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

5 hours ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

5 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

7 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ধৰ্ম সলনি কৰিব নে সোনাক্ষীয়ে! আনহাতে শত্ৰুঘ্ন সিন্হাই ক’লে ২৩ তাৰিখে বিবাহৰ পাৰ্টীহে

editor by editor
June 22, 2024
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, ভাৰত
0
ধৰ্ম সলনি কৰিব নে সোনাক্ষীয়ে! আনহাতে শত্ৰুঘ্ন সিন্হাই ক’লে ২৩ তাৰিখে বিবাহৰ পাৰ্টীহে
0
SHARES
415
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধৰ্ম সলনি কৰিব নে সোনাক্ষীয়ে! আনহাতে শত্ৰুঘ্ন সিন্হাই ক’লে ২৩ তাৰিখে বিবাহৰ পাৰ্টীহে

সোনাক্ষী সিনহা আৰু জহীৰ ইকবালৰ বিবাহক লৈ এতিয়াও জল্পনা কল্পনাৰ শেষ হোৱা নাই। পিতৃয়ে এক সাক্ষাতত কয়- ২৩ তাৰিখে বিবাহ নহয়, বিবাহৰ পাৰ্টীহে। এক সাক্ষাতত শত্ৰুঘ্ন সিন্হাই নিজেই কয় যে, কন্যাৰ বিয়া আৰু ২৩ তাৰিখে হব লগা ৰিছেপশ্বনত ধুম-ধামেৰে অংশগ্ৰহণ কৰিব।

বিবাহক লৈ বহু ধৰণৰ কথাও ভাইৰেল হৈ আছে যে, সোনাক্ষীৰ পিতৃ-মাতৃ এই বিবাহত সুখী নহয়। অৱশ্যে পিছত শত্ৰুঘ্ন সিন্হাই কয় যে তেওঁৰ কন্যাৰ প্ৰতি তেওঁৰ কোনো ক্ষোভ নাই আৰু তেওঁ সোনাক্ষীৰ প্ৰতিটো সুখত অংশগ্ৰহণ কৰিব।

ইয়াৰ উপৰি ওলাইছে ধৰ্ম পৰিৱৰ্তনৰ কথা। জহীৰক বিয়া কৰাই সোনাক্ষীয়ে মুছলমান ধৰ্ম গ্ৰহণ কৰিব বুলিও খবৰ ওলাইছে। এনে পৰিস্থিতিত জহীৰ ইকবালৰ পিতৃয়ে স্পষ্টকৈ কৈছে যে এনেকুৱা একো নহয়।

সোনাক্ষীয়ে মুছলমান ধৰ্ম গ্ৰহণ নকৰে আৰু এতিয়া দুয়োটা পৰিয়ালৰ মাজত সকলো ঠিকেই আছে। এক সাক্ষাৎকাৰত জহীৰ ইকবালৰ পিতৃয়ে কয় যে, “হিন্দু বা মুছলমান ৰীতি-নীতি অনুসৰি বিবাহ নহয়। ই এক নাগৰিক বিবাহ। মানুহৰ লগত মানুহৰ বিয়া। সোনাক্ষীয়ে ধৰ্ম সলনি কৰা নাই আৰু এইটো নিশ্চিত কথা। ইয়াত হৃদয়ৰ মিলন হৈছে।”

উল্লেখযোগ্য যে ২১ জুন তাৰিখে মেহেন্দী অনুষ্ঠানৰ পৰা সোনাক্ষী আৰু জহীৰৰ বহু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ছবিসমূহ শ্বেয়াৰ কৰিছে দম্পতীহালৰ অতিথি আৰু বন্ধু-বান্ধৱীয়ে। সোণাক্ষীয়ে মেহেন্দিৰ বাবে ৰঙা আৰু হালধীয়া ৰঙৰ পোছাক পিন্ধিছিল। জহীৰ ইকবালে প্ৰিণ্টেড ৰঙা কুৰ্তা আৰু বগা পায়জামা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Mehendisatrughna sinhaSonakhshi WeddingSonakshiSonakshi Zaheerviral photoWedding
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই
অপৰাধ

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

June 24, 2026
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?
বিনোদন

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

June 24, 2026
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী
অপৰাধ

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

June 24, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
Next Post
২৩ জুনৰ ৰাশিফলঃ আজি মেষ, মিথুন, সিংহ আৰু মীন ৰাশিৰ লোকসকল কিছু সাৱধানে থাকিব, বিশেষ ৰাশিৰ ওপৰত থাকিব লক্ষ্মীৰ আশীৰ্বাদ

২৩ জুনৰ ৰাশিফলঃ আজি মেষ, মিথুন, সিংহ আৰু মীন ৰাশিৰ লোকসকল কিছু সাৱধানে থাকিব, বিশেষ ৰাশিৰ ওপৰত থাকিব লক্ষ্মীৰ আশীৰ্বাদ

অপ্ৰতিৰোধ্য ভাৰত, ছেমি ফাইনেলত স্থান নিশ্চিত, ৫০ ৰানৰ ব্যৱধানত পৰাস্ত বাংলাদেশ

অপ্ৰতিৰোধ্য ভাৰত, ছেমি ফাইনেলত স্থান নিশ্চিত, ৫০ ৰানৰ ব্যৱধানত পৰাস্ত বাংলাদেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.