• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন কোন ক্ষেত্ৰত পৃথিৱীতকৈ পৃথক মঙল গ্ৰহ? নাছাই দিয়া এই তথ্য জানেনে?

কোন কোন ক্ষেত্ৰত পৃথিৱীতকৈ পৃথক মঙল গ্ৰহ? নাছাই দিয়া এই তথ্য জানেনে?

2 years ago
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

32 minutes ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

51 minutes ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

1 hour ago
কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

3 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

3 hours ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

3 hours ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

4 hours ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

5 hours ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

6 hours ago
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

7 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission ৰ নতুন আপডেট, আৰম্ভ দৰমহা, পদোন্নতি আৰু পেঞ্চনৰ পৰিবৰ্তনৰ ওপৰত আলোচনা

7 hours ago
আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোন কোন ক্ষেত্ৰত পৃথিৱীতকৈ পৃথক মঙল গ্ৰহ? নাছাই দিয়া এই তথ্য জানেনে?

কোন কোন ক্ষেত্ৰত পৃথিৱীতকৈ পৃথক মঙল গ্ৰহ?

editor by editor
July 7, 2024
in জীৱনশৈলী, বিজ্ঞান, বিশ্ব
0
কোন কোন ক্ষেত্ৰত পৃথিৱীতকৈ পৃথক মঙল গ্ৰহ? নাছাই দিয়া এই তথ্য জানেনে?
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙল আৰু পৃথিৱীৰ মাজত কি কি পাৰ্থক্য আছে? মঙল গ্ৰহত মানুহৰ বসতি স্থাপন সম্ভৱ হ’বনে? পৃথিৱীৰ ভিতৰভাগৰ দৰে মঙলগ্ৰহৰ ভিতৰভাগো একেই নেকি? নাছাৰ বিজ্ঞানীয়ে গৱেষণাৰ অন্তত মঙলৰ ভিতৰচৰাৰ ফটো শ্বেয়াৰ কৰিছে। বিজ্ঞানীসকলে মঙলৰ ভিতৰত গৱেষণা চলোৱাৰ অন্তত প্ৰকাশ কৰা প্ৰতিবেদন মতে মঙল আৰু পৃথিৱী দুই গ্ৰহৰ মাজত যথেষ্ট পাৰ্থক্য আছে। নাছাই পঠিওৱা বিশেষ যান ‘ৰবটিক ইনছাইট লেণ্ডাৰ’ৰ জৰিয়তে বিজ্ঞানীয়ে এই তথ্য লাভ কৰিছে।

ৰবটিক লেণ্ডাৰৰ মাধ্যমেৰে ভূকম্প তৰংগ পঠিয়াই বিজ্ঞানীয়ে পোৱা তথ্যমতে পৃথিৱীৰ তুলনাৰ মঙলৰ কেন্দ্ৰস্থলৰ গভীৰতা ক’ম। পৃথিৱীৰ কেন্দ্ৰস্থল অৰ্ধগলিত লোৰে তৈয়াৰী হ’লেও ৰঙাগ্ৰহৰ কেন্দ্ৰস্থলত মাত্ৰ ২০ শতাংশ লো আছে। গেছীয় উপাদান যদি চোৱা যায় তেন্তে গেছীয় উপাদান হিচাপে কেৱল অক্সিজেন আৰু হাইড্ৰজেন আছে। ইয়াৰোপৰি বিজ্ঞানীয়ে জনোৱা মতে ভৱিষ্যতে গধুৰ মৌলৰ বাবে নীলাগ্ৰহই ঘূৰ্ণনৰ শক্তি হেৰুৱাই দিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?
ক্ৰীড়া

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

May 3, 2026
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?
জীৱনশৈলী

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

May 3, 2026
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?
জীৱনশৈলী

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

May 3, 2026
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি
বাণিজ্য

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

May 3, 2026
Next Post
৫ৰাশিৰ উন্নতি খাটাং, কাইলৈ কোন কোন ৰাশিৰ জাতকৰ উন্নতি হ’ব?

৫ৰাশিৰ উন্নতি খাটাং, কাইলৈ কোন কোন ৰাশিৰ জাতকৰ উন্নতি হ’ব?

আজি ৮ জুলাইৰ ৰাশিফল, বিশেষ সংযোগৰ বাবে পুৱাই কৰক শিৱ পূজা, জয়জয় ময়ময় হৈ পৰিব দিনটো

আজি ৮ জুলাইৰ ৰাশিফল, বিশেষ সংযোগৰ বাবে পুৱাই কৰক শিৱ পূজা, জয়জয় ময়ময় হৈ পৰিব দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.