• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনৰ আজি দ্বিতীয়তো দিন কিদৰে যাব শিৱ ভক্ত সকলৰ, জানিবলৈ পঢ়ক ১৮ জুলাইৰ ৰাশিফল

শাওনৰ আজি দ্বিতীয়তো দিন কিদৰে যাব শিৱ ভক্ত সকলৰ, জানিবলৈ পঢ়ক ১৮ জুলাইৰ ৰাশিফল

2 years ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

1 hour ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

2 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

2 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

3 hours ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

3 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

3 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

4 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

4 hours ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

4 hours ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

5 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

6 hours ago
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওনৰ আজি দ্বিতীয়তো দিন কিদৰে যাব শিৱ ভক্ত সকলৰ, জানিবলৈ পঢ়ক ১৮ জুলাইৰ ৰাশিফল

editor by editor
July 18, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
শাওনৰ আজি দ্বিতীয়তো দিন কিদৰে যাব শিৱ ভক্ত সকলৰ, জানিবলৈ পঢ়ক ১৮ জুলাইৰ ৰাশিফল
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাওনৰ আজি দ্বিতীয়তো দিন কিদৰে যাব শিৱ ভক্ত সকলৰ, জানিবলৈ পঢ়ক ১৮ জুলাইৰ ৰাশিফল

মেষ ৰাশি
আজি আপোনাৰ বাবে ভাল দিন নহ’ব। আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ব্যৱসায়ত লোকচান হ’ব পাৰে, যাৰ ফলত আপোনাৰ বিৰোধীসকলে লাভৱান হ’ব। পৰিয়ালত কাজিয়া পেচাল আডিৰ অন্ত পৰিব।

বৃষ ৰাশি
আজি আপোনাৰ বাবে এক শুভ দিন হ’ব। স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। পৰিয়ালত শুভ কাম-কাজ হ’ব পাৰে। ব্যৱসায়ত ভোগা লোকচান দূৰ হব। কোনো শুভ সংবাদ লাভ কৰিব।

মিথুন ৰাশি
আজি আপোনাৰ বাবে অতি শুভ দিন হ’ব। স্বাস্থ্য ভাল হ’ব। ব্যৱসায়ত আৱদ্ধ হৈ টকা আজি লাভ কৰিব। পৰিয়াল আৰু সমাজত আপোনাৰ স্থান উন্নীত হ’ব। পৰিয়ালৰ কাৰোবাৰ পৰা বিশেষ সন্মান পাব।

কৰ্কট ৰাশি
আজি এটা শুভ দিন হ’ব। আপোনাৰ স্বাস্থ্যও ভালে থাকিব। অংশীদাৰৰ সৈতে বিবাদ নিষ্পত্তি কৰা হ’ব। ব্যৱসায়ত অগ্ৰগতি হ’ব। চাকৰিৰ ক্ষেত্ৰতো পদোন্নতিৰ সম্ভাৱনা। কেৱল শত্ৰু বৃদ্ধি পাব পাৰে।

সিংহ ৰাশি
আজি আপুনি হয়তো কাজিয়াত লিপ্ত হ’ব, গতিকে শান্তি বজাই ৰাখক। কথা কওকে সাৱধন হব। আপোনাৰ কৰ্ম পৰিকল্পনা নষ্ট হ’ব পাৰে, যাৰ ফলত আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে। দীঘলীয়া যাত্ৰাৰ যোগ।

কন্যা ৰাশি
আজিৰ দিনটো ভাল দেখা যায়। পৰাপক্ষত অযথা কাৰোৰে সৈতে বিবাদত লিপ্ত নহব। কথাত মধুৰতা ৰাখিব। প্ৰেমিক-প্ৰেমিকাৰ ক্ষেত্ৰত দিনটো ভাল। বিয়াৰ কথা আগবঢ়াব পাৰে।

তুলা ৰাশি
আজি স্বাস্থ্যজনিত সমস্যা হব পাৰে। আপুনি হয়তো দীঘলীয়া যাত্ৰাত যাব পাৰে, গতিকে গাড়ী সাৱধানে চলাওক। আজি আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ বৰ বিশেষ কষ্ট নহব। আৰ্থিক দিশত ভাল দেখা যায়।

বৃশ্চিক ৰাশি
আজি আপুনি হয়তো নিজেই নিজৰ প্ৰতিদ্বন্দ্বী হৈ পৰিব, আপোনাৰ স্বাস্থ্যৰ অৱনতি অনুভৱ কৰিব। সহকৰ্মীসকলে বিশ্বাসঘাতকতা কৰিব পাৰে, যিকোনো নতুন কাম আৰম্ভ কৰাৰ পূৰ্বে ভালদৰে চিন্তা কৰি লব।

ধনু ৰাশি
আজি আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ব্যৱসায়তো আপুনি লোকচান হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে ডাঙৰৰ পৰামৰ্শ গ্ৰহ কৰিহে কামত আগবাঢ়িব।

মকৰ ৰাশি
আজি আপোনাৰ স্বাস্থ্য ভাল লাগিব। কিছু দুখৰ খবৰ পাব পাৰে। ব্যৱসায়ত লোকচান হ’ব পাৰে। যদি কোনো নতুন কাম আৰম্ভ হয় তেন্তে ভৱিষ্যতে ইয়াৰ দ্বাৰা লাভৱান হৈ পৰিব।

কুম্ভ ৰাশি
আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব, আপোনাৰ পৰিকল্পিত কামবোৰো সম্পূৰ্ণ হ’ব। আপুনি ব্যৱসায়িক খণ্ডত নতুন একচন প্লেন তৈয়াৰ কৰিব পাৰে, যিটো লাভজনক হ’ব। পৰিয়ালৰ সৈতে ফুৰিব যাব পাৰে সম্বন্ধ উন্নত হব।

মীন ৰাশি
আজি আপোনাৰ বাবে হয়তো এক অভাগ্যৰ দিন। নতুন কাম আৰম্ভ কৰাত বাধা আহিব পাৰে। ব্যৱসায়ত লোকচান হ’ব পাৰে। আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰক। সাৱধনে চলিব। পৰিয়ালৰ মাজৰে কোনো শত্ৰু থাকিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 18 July 20248 julydaily horoscopehoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

April 18, 2026
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
জীৱনশৈলী

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

April 18, 2026
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?
জীৱনশৈলী

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

April 18, 2026
Next Post
মূষলধাৰ বৰষুণৰ আগজাননী, অসমসহ দেশৰ কেইবাখনো ৰাজ্যলৈ সতৰ্কতা কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ

মূষলধাৰ বৰষুণৰ আগজাননী, অসমসহ দেশৰ কেইবাখনো ৰাজ্যলৈ সতৰ্কতা কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ

মমতাময়ী মাতৃ নে কি! কনমানি পুত্ৰৰ গাৰ ওপৰত বহি লৈ নিৰ্বিচাৰ প্ৰহাৰ, ভিডিঅ’ দেখিলে কঁপি উঠিব আপুনিও

মমতাময়ী মাতৃ নে কি! কনমানি পুত্ৰৰ গাৰ ওপৰত বহি লৈ নিৰ্বিচাৰ প্ৰহাৰ, ভিডিঅ' দেখিলে কঁপি উঠিব আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.