• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫টা বছৰ পাৰ, ১১ জোৱানক কোনোদিনে পাহৰিব নোৱাৰে দেশবাসীয়ে, ইয়াৰে দুগৰাকী উত্তৰপূৱৰ

২৫টা বছৰ পাৰ, ১১ জোৱানক কোনোদিনে পাহৰিব নোৱাৰে দেশবাসীয়ে, ইয়াৰে দুগৰাকী উত্তৰপূৱৰ

2 years ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

20 minutes ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

1 hour ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

2 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

4 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

5 hours ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

5 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

6 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

7 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

7 hours ago
স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

8 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

9 hours ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

২৫টা বছৰ পাৰ, ১১ জোৱানক কোনোদিনে পাহৰিব নোৱাৰে দেশবাসীয়ে, ইয়াৰে দুগৰাকী উত্তৰপূৱৰ

editor by editor
July 26, 2024
in উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
২৫টা বছৰ পাৰ, ১১ জোৱানক কোনোদিনে পাহৰিব নোৱাৰে দেশবাসীয়ে, ইয়াৰে দুগৰাকী উত্তৰপূৱৰ
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৫টা বছৰ পাৰ, ১১ জোৱানক কোনোদিনে পাহৰিব নোৱাৰে দেশবাসীয়ে, ইয়াৰে দুগৰাকী উত্তৰপূৱৰ

আজিৰ এই ২৬ জুলাই তাৰিখ ভাৰতৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা এটা দিন। ২৫ টা বছৰ পাৰ হ’ল সেই ক’লা অধ্যায়ৰ। পাকিস্তানৰ বিৰুদ্ধে ভাৰতে দেশ ৰক্ষাৰ বাবে যুঁজ দি প্ৰাণ হেৰুৱাইছিল ৫২৭ গৰাকী দেশৰক্ষকে। সেয়াাই আছিল কাৰ্গিল যুদ্ধ। যি যুদ্ধত নিহতৰ লগতে ১৩৬৩ গৰাকী আহত হৈছিল।

যি ১৩৬৩ গৰাকীৰ ভিতৰত কোনোৱে হেৰুাৱইছিল হাত, কোনোৱে ভৰি, কোনোৱে চিৰ জীৱনৰ বাবে অন্ধ হৈ পৰিছিল। বহুতেই বহুতো হেৰুৱাইছিল। ইয়াৰ বাহিৰেও ৫গৰাকী জোৱান যুদ্ধবন্দী হৈ পৰিছিল।

সেই যুদ্ধতেই ১১ গৰাকী এনে জোৱান, যাৰ বীৰ গাঁঠা কেতিয়াও কৈ শেষ কৰিব নোৱাৰি, প্ৰাণৰ শেষ উসাহ থকালৈকে কেৱল দেশ মাতৃৰ ৰক্ষাৰ চিন্তাকে কৰি থাকিল জোৱানসকলে। ইয়াৰে দুগৰাকী অসমৰ চুবুৰীয়া ৰাজ্যৰ এগৰাকী নাগালেণ্ড আৰু এগৰাকী মেঘালয়ৰ।

এই ১১ গৰাকী জোৱান হৈছে- কেপ্টেইন বিক্ৰম বাত্ৰা (মৰণোত্তৰভাৱে পৰম বীৰ চক্ৰ), যোগেন্দ্ৰ সিং যাদৱ( পৰম বীৰ চক্ৰ) , কেপ্তেইন মনোজ কুমাৰ পাণ্ডে (মৰণোত্তৰভাৱে পৰম বীৰ চক্ৰ), সঞ্জয় কুমাৰ (পৰম বীৰ চক্ৰ), বলবান সিং ( মহা বীৰ চক্ৰ), মেজৰ ৰাজেশ সিং অধিকাৰী (মৰণোত্তৰভাৱে মহা বীৰ চক্ৰ), মেজৰ বিবেক গুপ্তা (মৰণোত্তৰভাৱে মহা বীৰ চক্ৰ), কেপ্তেইন এন কেংগুৰুছে ((মৰণোত্তৰভাৱে মহা বীৰ চক্ৰ), লেফটেনেণ্ট কেইচিং ক্লিপোৰ্ড ননগ্ৰুম (মৰণোত্তৰভাৱে মহা বীৰ চক্ৰ), দিগেন্দ্ৰ কুমাৰ (মহা বীৰ চক্ৰ), কেপ্তেইন  অনমোল কালিয়া (বীৰ চক্ত) ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamIndia Pakistan WarIndo pak Warkargil warnorth-east
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’
জীৱনশৈলী

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

August 4, 2026
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট
জীৱনশৈলী

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

August 4, 2026
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন
ভাৰত

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

August 4, 2026
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!
ভাৰত

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

August 4, 2026
Next Post
এছিয়া কাপত ভাৰতীয় দলৰ সফলতা, বাংলাদেশক শোচনীয়ভাৱে পৰাজিত কৰি ফাইনেলত উপনীত

এছিয়া কাপত ভাৰতীয় দলৰ সফলতা, বাংলাদেশক শোচনীয়ভাৱে পৰাজিত কৰি ফাইনেলত উপনীত

চুবুৰীয়াক ঘৰলৈ মাতি নি স্বামীৰ হতুৱাই কৰালে এই কাম, নিজে বনাই থাকিল ভিডিঅ’

চুবুৰীয়াক ঘৰলৈ মাতি নি স্বামীৰ হতুৱাই কৰালে এই কাম, নিজে বনাই থাকিল ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.