• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেওবাৰে সৰ্বাৰ্থ সিদ্ধি যোগ, সুখবৰ পাব এই ৫ৰাশিৰ জাতকে

দেওবাৰে সৰ্বাৰ্থ সিদ্ধি যোগ, সুখবৰ পাব এই ৫ৰাশিৰ জাতকে

2 years ago
বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

37 minutes ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

1 hour ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

11 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

11 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

12 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

12 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

13 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

13 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

14 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

15 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেওবাৰে সৰ্বাৰ্থ সিদ্ধি যোগ, সুখবৰ পাব এই ৫ৰাশিৰ জাতকে

দেওবাৰে সৰ্বাৰ্থ সিদ্ধি যোগ, সুখবৰ পাব এই ৫ৰাশিৰ জাতকে

editor by editor
July 27, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
দেওবাৰে সৰ্বাৰ্থ সিদ্ধি যোগ, সুখবৰ পাব এই ৫ৰাশিৰ জাতকে
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৮ জুলাই ২০২৪ দেওবাৰে চন্দ্ৰই মঙ্গলৰ ৰাশি মেষত দিনজুৰি অৱস্থান কৰিব৷ শাওনৰ কৃষ্ণা অষ্টমী তিথিৰ ওপৰিও কাইলৈ দেওবাৰৰ দিনটো সূৰ্যদেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব প্ৰথমে অশ্বিনী নক্ষত্ৰ আৰু তাৰপাছত ভৰণী নক্ষত্ৰ৷ এই সতলো যোগৰ প্ৰভাৱত কাইলৈৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ ৫ ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ দিনটো কোন কোন ৰাশিৰ বাবে শুভ?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ ঘৰত বিলাসিতাৰ পৰিবেশ থাকিব৷ আনন্দেৰে দিনটো পাৰ কৰিব আপুনি৷ ঘৰত সৰু সৰু শিশু থাকিলে সিঁহতৰ সৈতে দিনটো কটাব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰাৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷ সন্ধিয়া ঘৰলৈ কোনো বিশেষ অতিথিৰ আগমন হ’ব পাৰে৷ কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা পাব৷

মিথুন ৰাশি

দেওবাৰে সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত দিনটো শুভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ আপোনাৰ পৰিয়ালৰ সদস্যসকলে কাইলৈ সন্ধিয়া আপোনাক কিবা উপহাৰ দিব পাৰে৷ বন্ধুৰ সৈতে সন্ধিয়া ওলাই যাব পাৰে আপুনি৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ শহুৰৰ ঘৰৰ পৰা অৰ্থলাভ হ’ব পাৰে৷ সমাজত আপোনাৰ সন্মান বাঢ়িব৷

সিংহ ৰাশি

কাইলৈ ব্যৱসায়ত দুৰ্দান্ত লাভ কৰাৰ যোগ আছে সিংহ ৰাশিৰ জাতকৰ সন্মুখত৷ সিংহৰ জাতকে কাইলৈ কাকোৱেই ধন ধাৰলৈ নিদিব৷ কামৰ বাবে কৰোবাত যাব লগা হ’ব পাৰে৷ সন্তানৰ পঢ়াশুনা সংক্ৰান্তীয় কোনো ভাল খবৰ পাব পাৰে আপুনি৷ আৰ্থিকভাৱে বিশেষ লাভ হ’ব সিংহ ৰাশিৰ জাতকৰ৷ পুৰণি বিনিয়োগৰ পৰা কাইলৈ লাভৱান হ’ব৷

তুলা ৰাশি

সূৰ্যদেৱৰ আশীৰ্বাদ থাকিব তুলা ৰাশিৰ ওপৰত৷ শহুৰৰ ঘৰৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ’ব৷ ঘৰত সাংসৰিক অশান্তি থাকিলে সেই অশান্তি দূৰ হ’ব৷ নতুন সম্পত্তি ক্ৰয়ৰ যোগ আছে৷ কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে তুলা ৰাশিৰ জাতকে৷

কুম্ভ ৰাশি

পৰিয়ালৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত উত্তৰাধিকাৰ সূত্ৰে বেছ কিছু অৰ্থ আপুনি লাভ কৰিব পাৰিব৷ বিবাহিতসকলৰ শহুৰৰ ঘৰৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ কোনো পুৰণি বন্ধুৰ সৈতে কাইলৈ বহু দিনৰ অন্তত আপোনাৰ দেখা হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!
জীৱনশৈলী

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

August 10, 2026
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!
জীৱনশৈলী

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

August 10, 2026
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?
বাণিজ্য

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

August 9, 2026
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!
জীৱনশৈলী

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

August 9, 2026
Next Post
দেওবাৰে ভুলতো নিপিন্ধিব এই ৰঙৰ পোছাক, ৰুষ্ট হ’ব সূৰ্যদেৱ! জীৱনলৈ নামিব অন্ধকাৰ

দেওবাৰে ভুলতো নিপিন্ধিব এই ৰঙৰ পোছাক, ৰুষ্ট হ’ব সূৰ্যদেৱ! জীৱনলৈ নামিব অন্ধকাৰ

কেনেকৈ জন্ম হৈছিল শিৱৰ? কিয় শিৱক দেখি মূৰ্চা গৈছিল পাৰ্বতীৰ মাতৃ মেনকা?

কেনেকৈ জন্ম হৈছিল শিৱৰ? কিয় শিৱক দেখি মূৰ্চা গৈছিল পাৰ্বতীৰ মাতৃ মেনকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.