• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ কথা ভগৱানেও ভাৱে… এই ৫ ঘটনা তাৰেই ইংগিত, এই ঘটনা ঘটিলেই জানিব ভগৱানে আপোনাৰ কথা ভাৱিছে

আপোনাৰ কথা ভগৱানেও ভাৱে… এই ৫ ঘটনা তাৰেই ইংগিত, এই ঘটনা ঘটিলেই জানিব ভগৱানে আপোনাৰ কথা ভাৱিছে

2 years ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

3 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

4 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

4 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

5 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

5 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

6 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

7 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

8 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

9 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

9 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

10 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ কথা ভগৱানেও ভাৱে… এই ৫ ঘটনা তাৰেই ইংগিত, এই ঘটনা ঘটিলেই জানিব ভগৱানে আপোনাৰ কথা ভাৱিছে

আপোনাৰ কথা ভগৱানেও ভাৱে... এই ৫ ঘটনা তাৰেই ইংগিত, এই ঘটনা ঘটিলেই জানিব ভগৱানে আপোনাৰ কথা ভাৱিছে

editor by editor
July 28, 2024
in জীৱনশৈলী
0
আপোনাৰ কথা ভগৱানেও ভাৱে… এই ৫ ঘটনা তাৰেই ইংগিত, এই ঘটনা ঘটিলেই জানিব ভগৱানে আপোনাৰ কথা ভাৱিছে
0
SHARES
362
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভক্ত আৰু ভগৱানৰ মাজত এক নিবিড় সংযোগ আছে৷ ভক্তই কেৱল ভগৱানৰ কথা মনত পেলাই তেনে নহয়, ভগৱানেও ভক্তৰ কথা ভাৱে৷ এই কথা সনাতনী ধৰ্মগ্ৰন্থত উল্লেখ আছে৷ এজন পিতৃয়ে যেনেকৈ এজন সন্তানক ভালপায় তেনেকৈ সন্তানেও পিতৃক ভালপায়৷ ভগৱানৰ কথাবোৰো তেনেকুৱাই৷ নিজৰ একান্ত ভক্তক কেতিয়াও অকলশৰীয়া হ’ব নিদিয়ে ঈশ্বৰে৷ কিবা নহয় কিবা এটা ৰূপ ধৰি তেওঁ ভক্তৰ কাষলৈ আহি ভক্তক সঠিক পথৰ সন্ধান দিয়েই৷ শাস্ত্ৰই কৈছে যে ভগৱানে যেতিয়া ভক্তক মনত পেলাই তেতিয়া তাৰ সংকেত পঠিয়াই৷ জানি থওক আপোনাৰ সৈতেও অজানিতে তেনে কোনো ঘটনা ঘটি থাকিব পাৰে৷

অন্তৰৰ অনুভূতি

ঈশ্বৰে যেতিয়া তেওঁলোকৰ ভক্তক স্মৰণ কৰে তেতিয়া ভক্তই ভিতৰৰ পৰা ভগৱানৰ প্ৰতি আকুলতা অনুভৱ কৰে৷ মনৰ প্ৰতিটো কোণত এক অদ্ভুত ভালপোৱাৰ শিঁহৰণ জাগি উঠে৷ সেই সময়ত টোপনিটো ঈশ্বৰৰ সপোনেই দেখে৷ আপোনাৰ সৈতে এনে ঘটনা ঘটিলেই বুজিব যে ভগৱানে আপোনাৰ কথা মনত পেলাইছে৷

মনৰ মাজত ভজন

আপুনি যদি ঈশ্বৰৰ ভজন গাই কিন্তু নিজে নভৱাকৈয়ে যেতিয়া আপুনি মনতে ভজন গাই থাকে তেতিয়াই বুজিব ঈশ্বৰে আপোনাক মনত পেলাইছে৷ ইয়াৰ অৰ্থ ঈশ্বৰে আপোনাক স্মৰণ কৰিছে৷

মনৰ ভিতৰৰ শান্তি

বহু সময়ত এনে হয় যে কোনো কাৰণ অবিহনেই মনৰ মাজত অপাৰ শান্তি অনুভৱ কৰিছে৷ ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ জাগি উঠিছে৷ এই ঘটনাই ইংগিত দিয়ে যে ঈশ্বৰেও সেই সময়ত আপোনাক স্মৰণ কৰিছে৷

অশান্ত মন

বহু সময়ত নানান কামত ব্যস্ত থাকিলেও আপোনাৰ মনত ঈশ্বৰৰ প্ৰতি আকুলতা জাগি উঠিছে! সেই সময়তেই সকলো কাম এৰি কোনো মন্দিৰলৈ যোৱাৰ ইচ্ছা হয়৷ ঈশ্বৰৰ দৰ্শন পাবৰ বাবে মন উতলা হৈ উঠে, মন অশান্ত হৈ উঠে সেয়াও ভগৱানে আপোনাক স্মৰণ কৰিলেই হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম
বাণিজ্য

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

August 26, 2026
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়
জীৱনশৈলী

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

August 26, 2026
Next Post
ব্যৰ্থতাৰ ওচৰত কাহানিও হাৰ নামানে এই ৪ৰাশিৰ জাতকে

ব্যৰ্থতাৰ ওচৰত কাহানিও হাৰ নামানে এই ৪ৰাশিৰ জাতকে

কেনে হ’ব আজি শাওনৰ দ্বিতীয়টো সোমবাৰ, শিৱৰ আশীৰ্বাদত ভাগ্য উজলি উঠিব এই সকল লোকৰ

কেনে হ'ব আজি শাওনৰ দ্বিতীয়টো সোমবাৰ, শিৱৰ আশীৰ্বাদত ভাগ্য উজলি উঠিব এই সকল লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.