• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনৰ কৃষ্ণা দশমীত বৃদ্ধি যোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব ৫ৰাশিৰ জাতকৰ

শাওনৰ কৃষ্ণা দশমীত বৃদ্ধি যোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব ৫ৰাশিৰ জাতকৰ

2 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

25 minutes ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

1 hour ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

2 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

3 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

3 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

3 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

4 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

4 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

5 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

6 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

7 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওনৰ কৃষ্ণা দশমীত বৃদ্ধি যোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব ৫ৰাশিৰ জাতকৰ

শাওনৰ কৃষ্ণা দশমীত বৃদ্ধি যোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব ৫ৰাশিৰ জাতকৰ

editor by editor
July 29, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
শাওনৰ কৃষ্ণা দশমীত বৃদ্ধি যোগ, উন্নতিৰ গ্ৰাফে আকাশ চুব ৫ৰাশিৰ জাতকৰ
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ অৰ্থাৎ ৩০ জুলাই ২০২৪ৰ মঙলবাৰে চন্দ্ৰই শুক্ৰৰ ৰাশি বৃষত গোচৰ কৰিব৷ কাইলৈ শাওনৰ কৃষ্ণা দশমী তিথি৷ বৈদিক পঞ্জিকা অনুসৰি মহাদেৱৰ প্ৰিয় শাওন মাহৰ সৈতে চলি আছে চতুৰ্থমাহো৷ এই চাৰিমাহ যোগনিদ্ৰাত থাকিব শ্ৰীবিষ্ণু৷ মঙলবাৰে, হিন্দুধৰ্ম অনুসৰি শাওন মাহৰ মঙলবাৰে পালন কৰা হয় মঙ্গলা গৌৰী ব্ৰত৷ কাইলৈৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব৷ জ্যোতিষ গণনা অণুসৰি কাইলৈ থাকিব বৃদ্ধি যোগ, ধ্ৰুৱ যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব কৃতিকা নক্ষত্ৰ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ দিনটো কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ৷

মেষ ৰাশি

৩০ জুলাই পজিটিভ পৰিবৰ্তন আহিব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ কাইলৈ আপুনি অতিৰিক্ত অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব৷ ইয়াৰোপৰি কাইলৈ পাবলগীয়া ধন ঘূৰাই পোৱা সম্ভৱ৷ কাইলৈ নিজৰ বেংক বেলেন্স বঢ়োৱাৰ সুযোগ পাব৷ ঘৰৰ প্ৰবীণসকলৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব আপোনাৰ৷

সিংহ ৰাশি

শাওনৰ কৃষ্ণা দশমীত উন্নতিৰ নতুন পথ খুলি যাব সিংহ ৰাশিৰ জাতকৰ সন্মুখত৷ কাইলৈ সমাজত আপোনাৰ সন্মান আৰু খ্যাতি বৃদ্ধি পাব৷ প্ৰতি পদত কাইলৈ নিজৰ পৰিয়ালৰ সদস্যসকলৰ কাষত সময় কটাব৷ নতুন চাকৰি পাব পাৰে আপুনি৷ নিজৰ ব্যৱসায়ৰ আৰম্ভণি কৰিব খুজিলে কাইলৈৰ দিনটো শুভ৷ নিজক স্বাস্থ্য সংক্ৰান্তিয় সমস্যা কাইলৈ দূৰ হ’ব৷

তুলা ৰাশি

নিজৰ কেৰিয়াৰৰ পথত আগুৱাই যাব তুলা ৰাশিৰ জাতকে৷ কাইলৈ সংকটমোচন হনুমানৰ আশীৰ্বাদ আপুনি লাভ কৰিব৷ ব্যৱসায়ত কোনো সমস্যা থাকিলে কাইলৈ দূৰ হ’ব৷ বন্ধুৰ সৈতে কোনো নতুন কামৰ পৰিকল্পনা কৰিব পাৰে৷ বৃদ্ধি যোগৰ প্ৰভাৱত কাইলৈ আপুনি কোনো সম্পত্তি ক্ৰয় কৰিব পাৰে৷

বৃশ্চিক ৰাশি

কাইলৈ বজৰংবলীৰ আশীৰ্বাদত দিনটো ভালকৈ কটাব বৃশ্চিক ৰাশিৰ জাতকে৷ বন্ধু আৰু পৰিয়ালৰ সৈতে কাইলৈৰ দিনটো ভালধৰণে কটাব৷ ধৰ্মীয় বিষয়ৰ প্ৰতিও কাইলৈ আপোনাৰ আগ্ৰহ বাঢ়িব৷ আৰ্থিক বিষয়ত কোনো অভিজ্ঞ ব্যক্তিৰ পৰা লাভজনক পৰামৰ্স পাব বৃশ্চিত ৰাশিৰ জাতকে৷ কাইলৈ নতুন কোনো কামত পিতৃ-মাতৃৰ পৰা সহায় পাব৷

ধনু ৰাশি

কাইলৈৰ দিনটো ধ্ৰুৱ যোগৰ প্ৰভাৱত বেছ লাভজনক হ’ব ধনু ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ ভায়েক বা ককায়েকৰ সৈতে সম্পৰ্ক মধুৰ হ’ব ধনু ৰাশিৰ জাতকৰ৷ পেছাগত জীৱনত কাইলৈ উন্নতিৰ শিখৰত থাকিব ধনু ৰাশিৰ জাতক৷ বিদেশত চাকৰি লাভ কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত ধনু ৰাশিৰ জাতকৰ প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷ ব্যৱসায়ীয়ে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
মনুৰ ট্ৰেইনিঙত কেন্দ্ৰৰ অৱদান বহুত…! হঠাৎ ক্ৰীড়ামন্ত্ৰী মনসুখৰ অলিম্পিকত পদক জয়ী মনু ভাকেৰক লৈ প’ষ্ট, আঁৰত কি কাৰণ?

মনুৰ ট্ৰেইনিঙত কেন্দ্ৰৰ অৱদান বহুত...! হঠাৎ ক্ৰীড়ামন্ত্ৰী মনসুখৰ অলিম্পিকত পদক জয়ী মনু ভাকেৰক লৈ প’ষ্ট, আঁৰত কি কাৰণ?

দেৱীপক্ষৰ সূচনাতেই গ্ৰহণৰ কলা ছায়া, মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

দেৱীপক্ষৰ সূচনাতেই গ্ৰহণৰ কলা ছায়া, মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.