• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোল্ড মেডেলৰ লগতে লাভ কৰিলে গোল্ডেন শ্লেম, ন’ভাক জ’কভিচে গঢ়িলে বিশ্ব অভিলেখ

গোল্ড মেডেলৰ লগতে লাভ কৰিলে গোল্ডেন শ্লেম, ন’ভাক জ’কভিচে গঢ়িলে বিশ্ব অভিলেখ

2 years ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

24 minutes ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

38 minutes ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

1 hour ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

3 hours ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

4 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

7 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

18 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

গোল্ড মেডেলৰ লগতে লাভ কৰিলে গোল্ডেন শ্লেম, ন’ভাক জ’কভিচে গঢ়িলে বিশ্ব অভিলেখ

editor by editor
August 5, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
গোল্ড মেডেলৰ লগতে লাভ কৰিলে গোল্ডেন শ্লেম, ন’ভাক জ’কভিচে গঢ়িলে বিশ্ব অভিলেখ
0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গোল্ড মেডেলৰ লগতে লাভ কৰিলে গোল্ডেন শ্লেম, ন’ভাক জ’কভিচে গঢ়িলে বিশ্ব অভিলেখ

২০২৪ চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ একক ইভেণ্টত কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি প্ৰবীণ টেনিছ খেলুৱৈ ন’ভাক জ’কভিচে স্বৰ্ণ পদক লাভ কৰে।

অলিম্পিক কেৰিয়াৰত প্ৰথমবাৰৰ বাবে স্পেনিছ খেলুৱৈগৰাকীয়ে ৭-৬ (৩), ৭-৬ (২) গ’লত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ইয়াৰ লগে লগে তেওঁ টেনিছৰ ইতিহাসত গোল্ডেন শ্লেম সম্পূৰ্ণ কৰা পঞ্চমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।

যেতিয়া কোনো খেলুৱৈয়ে অলিম্পিকত সোণৰ পদক লাভ কৰাৰ লগতে চাৰিখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাতো (অষ্ট্ৰেলিয়ান অ’পেন, ফ্ৰেঞ্চ অ’পেন, উইম্বলডন আৰু ইউ এছ অ’পেন) জয়ী হয়, তেতিয়া ইয়াক গোল্ডেন শ্লেম বুলি গণ্য কৰা হয়।

জ’কভিচেও এইবাৰ গোল্ডেন শ্লেম লাভ কৰে। একে বছৰতে (১৯৮৮) এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ খেলুৱৈ ষ্টেফি গ্ৰাফ। একক আৰু ডাবল দুয়োটা শাখাতে গোল্ডেন শ্লেম অৰ্জন কৰা একমাত্ৰ খেলুৱৈগৰাকী হৈছে ছেৰেনা উইলিয়ামছ।

এইডৰে গোল্ডেন শ্লেম লাভ কৰা খেলুৱৈ কেইগৰাকী হৈছে-
ষ্টেফি গ্ৰাফ জাৰ্মানী ১৯৮৮ চনত
আন্দ্ৰে আগাছি আমেৰিকা ১৯৯৯ চনত
ৰাফেল নাডাল স্পেইন ২০১০ চনত
চেৰেনা উইলিয়ামছ আমেৰিকা ২০১২ চন
নোভাক জ’কোভিক ছাৰ্বিয়া ২০২৪ চনত

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gold MedalNovak DjokovicolympicPeris OlympicPeris Olympic 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ
বিশ্ব

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

October 22, 2026
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!
বাণিজ্য

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

October 22, 2026
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?
অসম

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

October 22, 2026
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?
বাণিজ্য

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

October 22, 2026
Next Post
অতিকে শুভ আজিৰ শাওনৰ তৃতীয়টো সোমবাৰ, শিৱ ভক্তই নিশ্চয় কৰক এই ৩ কাম, সকলো বাধা দূৰ হ’ব

অতিকে শুভ আজিৰ শাওনৰ তৃতীয়টো সোমবাৰ, শিৱ ভক্তই নিশ্চয় কৰক এই ৩ কাম, সকলো বাধা দূৰ হ'ব

প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত বিশেষ ভৱিষ্যতবাণী অমিত শ্বাহৰ, -‘এনে হ’বই’

প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত বিশেষ ভৱিষ্যতবাণী অমিত শ্বাহৰ, -'এনে হ'বই'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.