• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত পুৰুষৰ শিক্ষাৰ অভাৱ, ৰাখী পিন্ধি ভগ্নীক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ সলনি নাৰীৰ বাবে এক নিৰাপদ পৰিবেশ গঢ়কঃ অৰ্জুন কাপূৰ

দেশত পুৰুষৰ শিক্ষাৰ অভাৱ, ৰাখী পিন্ধি ভগ্নীক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ সলনি নাৰীৰ বাবে এক নিৰাপদ পৰিবেশ গঢ়কঃ অৰ্জুন কাপূৰ

2 years ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

2 minutes ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

1 hour ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

2 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

3 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

4 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

4 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

12 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

12 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

13 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

14 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

14 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

দেশত পুৰুষৰ শিক্ষাৰ অভাৱ, ৰাখী পিন্ধি ভগ্নীক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ সলনি নাৰীৰ বাবে এক নিৰাপদ পৰিবেশ গঢ়কঃ অৰ্জুন কাপূৰ

দেশত পুৰুষৰ শিক্ষাৰ অভাৱ, ৰাখী পিন্ধি ভগ্নীক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ সলনি নাৰীৰ বাবে এক নিৰাপদ পৰিবেশ গঢ়কঃ অৰ্জুন কাপূৰ

editor by editor
August 19, 2024
in বিনোদন, বিবিধ, ভাৰত, লেখা
0
দেশত পুৰুষৰ শিক্ষাৰ অভাৱ, ৰাখী পিন্ধি ভগ্নীক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ সলনি নাৰীৰ বাবে এক নিৰাপদ পৰিবেশ গঢ়কঃ অৰ্জুন কাপূৰ
0
SHARES
234
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ জি কৰ কাণ্ডৰ চৰ্চা এতিয়া সমগ্ৰ দেশজুৰি চলিছে৷ বলীউডৰ অভিনেতাসকলেও এই ঘটনাৰ প্ৰতিবাদত গৰ্জি উঠিছে৷ এইবাৰ ৰাখীপূৰ্ণিমা উপলক্ষে মহিলাসকলৰ নিৰাপত্তাক লৈ বিশেষ বাৰ্তা দিছে বলীউড অভিনেতা অৰ্জুন কাপূৰে৷ কেৱল মহিলাসকলক ৰক্ষা কৰাই নহয়, বৰং মহিলাসকলে যাতে স্বাভাৱিকভাৱে নিৰাপদ বোধ কৰে তেনে পৰিবেশ গঢ়ি তুলিব লাগিব বুলি দাবী অৰ্জুনৰ৷

সামাজিক মাধ্যমত অৰ্জুনে লিখিছে, ‘ভনীয়েকসকলৰ সৈতে ৰাখীপুৰ্ণিমাৰ উৎসৱ পালন কৰা হ’ব৷ কিন্তু চাৰিওফালে যি হৈছে তাৰ মাজতে এই উৎসৱ উদযাপন কৰিবলৈ অদ্ভুত লাগিছে৷ এই ধৰণৰ উৎসৱ পালনৰ অৰ্থ পৰস্পৰক ৰক্ষা কৰা, ভনীয়েকক ৰক্ষা কৰা, জীৱনত যি মহিলা আছে তেওঁৰ কাষত সাহস হৈ ঠিয় দি থকা৷ কিন্তু এই সময়ত বহু পুৰুষৰ মাজত শিক্ষা আৰু বুজাপৰাৰ অভাৱে দেখা দিছে৷’

অৰ্জুনে প্ৰশ্ন তুলিছে, ‘ৰাখীপুৰ্ণিমাৰ দিনা নই ভাতৃ হিচাপে ৰাখী পিন্ধিব পাৰো৷ কিন্তু আমি এনে এক পৰিবেশ কিয় তৈয়াৰ কৰিব নোৱাৰো য’ত এগৰাকী মহিলাই ভাতৃৰ অবিহনে অন্য পুৰুষৰ কাষতো নিজকে নিৰাপদ বোধ কৰে৷ সকলো সময়তে তেওঁলোকক শাৰীৰিকভাৱে সুৰক্ষা দিয়াৰ প্ৰয়োজন কিয় আহি পৰে? জানো আমি এইবোৰ দেখি দেখি অভ্যস্ত হৈ গৈছো৷ কিন্তু ভাতৃয়ে ভনীয়েকক ৰক্ষা কৰিব অথৱা পুৰুষে মহিলাক ৰক্ষা কৰিব৷ কিন্তু ৰক্ষা কৰাৰ সলনি মহিলাক নিৰাপদ এক পৰিবেশ তৈয়াৰ কৰিবলৈ পুৰুষক শিকোৱাটোহে প্ৰয়োজন৷’

অৰ্জুনে লগতে কয়, ‘এই বিষয়টোক লৈ আলোচনাৰ প্ৰয়োজন আছে৷ নাজানো এই পাৰিপাৰ্শ্চিকৰ কেতিয়া পৰিবৰ্তন হ’ব? কিমান পৰিবৰ্তন হ’ব? কিন্তু আমি নিজেই এই চেষ্টা কৰিব পাৰো৷ মহিলাক সুৰক্ষা দিয়াৰ সলনি নিজৰ মানসিকতা সলনি কৰি মহিলাক নিৰাপদ অনুভৱ কৰোৱা এক পৰিবেশ গঢ়ি তোলো৷’ অৰ্জুনৰ এই পোষ্ট এতিয়া সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

April 11, 2026
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা
ভাৰত

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

April 11, 2026
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!
জীৱনশৈলী

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

April 11, 2026
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!
জীৱনশৈলী

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

April 11, 2026
Next Post
শ্ৰদ্ধা কাপূৰৰ পৰা ৰাজকুমাৰ ৰাও… স্ত্ৰী-২ ছবিৰ বাবে কোনে কিমান কোটি লৈছে?

শ্ৰদ্ধা কাপূৰৰ পৰা ৰাজকুমাৰ ৰাও... স্ত্ৰী-২ ছবিৰ বাবে কোনে কিমান কোটি লৈছে?

শান্ত মগজুৰেই ৰচিছিল নেকি এই পৰিকল্পনা? পলিগ্ৰাফ টেষ্টত ওলাব আৰ জি কৰ কাণ্ডৰ সকলো তথ্য? কেনেকৈ কৰা হয় পলিগ্ৰাফ টেষ্ট?

শান্ত মগজুৰেই ৰচিছিল নেকি এই পৰিকল্পনা? পলিগ্ৰাফ টেষ্টত ওলাব আৰ জি কৰ কাণ্ডৰ সকলো তথ্য? কেনেকৈ কৰা হয় পলিগ্ৰাফ টেষ্ট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.