• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰদ্ধা কাপূৰৰ পৰা ৰাজকুমাৰ ৰাও… স্ত্ৰী-২ ছবিৰ বাবে কোনে কিমান কোটি লৈছে?

শ্ৰদ্ধা কাপূৰৰ পৰা ৰাজকুমাৰ ৰাও… স্ত্ৰী-২ ছবিৰ বাবে কোনে কিমান কোটি লৈছে?

2 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

4 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

5 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

5 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

6 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

6 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

7 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

8 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

8 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

9 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

10 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

10 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শ্ৰদ্ধা কাপূৰৰ পৰা ৰাজকুমাৰ ৰাও… স্ত্ৰী-২ ছবিৰ বাবে কোনে কিমান কোটি লৈছে?

শ্ৰদ্ধা কাপূৰৰ পৰা ৰাজকুমাৰ ৰাও... স্ত্ৰী-২ ছবিৰ বাবে কোনে কিমান কোটি লৈছে?

editor by editor
August 19, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
শ্ৰদ্ধা কাপূৰৰ পৰা ৰাজকুমাৰ ৰাও… স্ত্ৰী-২ ছবিৰ বাবে কোনে কিমান কোটি লৈছে?
0
SHARES
669
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ দিনা মুক্তি পাইছে অমৰ কৌশিক পৰিচালিত ছবি স্ত্ৰী-২য়ে৷ ৩০ কোটি টকা বাজেটৰ এই ছবিয়ে প্ৰথম দিনাই ৭৬ কোটি টকাৰ ব্যৱসায় কৰিছে৷ এই বছৰৰ আটাইতকৈ হীট ছবি হিচাপে চৰ্চাও লাভ কৰিছে স্ত্ৰী-২য়ে৷ শ্ৰদ্ধা কাপূৰ, ৰাজকুমাৰ ৰাও, পংকজ ত্ৰিপাঠী, অপাৰশক্তি খুৰানা, অভিষেক বেনাৰ্জী অভিনীত এই ছবিয়ে শীঘ্ৰেই ১০০ কোটিৰ ঘৰ পাৰ বুলি আত্মবিশ্বাসী চিনেমা বিশেষজ্ঞসকল৷ এই বছৰৰ নিৰিখত বলীউডৰ প্ৰথম হীট ছবি হৈছে স্ত্ৰী-২৷ এই ছবিত অভিনয় কৰাৰ বাবে কোন তাৰকাই পাইছে কিমান কোটি?

এই ছবিৰ প্ৰথম পৰ্ব মুক্তি পাইছিল ২০১৮ চনত৷ সেই ছবি ছুপাৰহিটো হৈছিল৷ প্ৰথম পৰ্ব চায়েই এই হৰৰ কমেডি ছবিক লৈ আগ্ৰহ বাঢ়িছিল বহুজনৰ৷ সদ্যমুক্তিপ্ৰাপ্ত দ্বিতীয় পৰ্ব অৰ্থাৎ স্ত্ৰী-২ ছবিত মুখ্যচৰিত্ৰত অভিনয় কৰিছে শ্ৰদ্ধাই৷ প্ৰথম পৰ্বত স্ত্ৰীৰ কবলৰ পৰা চান্দেৰীক ৰক্ষা কৰে তেওঁ৷ এইবাৰ যুদ্ধ স্কন্ধকাটাৰ সৈতে৷ এই ছবিত অভিনয়ৰ বাবে শ্ৰদ্ধাই লৈছে এইবাৰ ৫কোটি টকা৷

ছবিত ভিকিৰ চৰিত্ৰত অভিনয় কৰিছে দৰ্শকৰ মন জয় কৰা অভিনেতা ৰাজকুমাৰ ৰাওৱে৷ তেওঁৰ পাৰিশ্ৰমিক শ্ৰদ্ধাৰ তুলনাত ১ কোটি বেছি৷ তেওঁ লৈছে ৬কোটি টকা৷ এই ছবিত ৰাজকুমাৰৰ দুই বন্ধুৰ চৰিত্ৰত অভিনয় কৰিছে অপাৰশক্তি খুৰানা আৰু অভিষেক বেনাৰ্জীয়ে৷ তেওঁলোকে যথাক্ৰমে পাইছে ৭০ লাখ আৰু ৫৫ লাখ টকা৷
ছবিৰ প্ৰথম পৰ্বত ৰুদ্ৰ ভাইয়াৰ চৰিত্ৰত অভিনয়ৰ বাবে প্ৰশংসিত হৈছিল অভিনেতা পংকজ ত্ৰিপাঠী৷ এই ছবিৰ বাবে তিনি কোটি লৈছে পংকজ ত্ৰিপাঠীয়ে৷ এই ছবিচ বৰুণ ধাৱানো কেমিঅ’ চৰিত্ৰত আছে৷ তেওঁ এই ৰুলৰ বাবে লৈছে প্ৰায় ২ কোটি টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
Next Post
শান্ত মগজুৰেই ৰচিছিল নেকি এই পৰিকল্পনা? পলিগ্ৰাফ টেষ্টত ওলাব আৰ জি কৰ কাণ্ডৰ সকলো তথ্য? কেনেকৈ কৰা হয় পলিগ্ৰাফ টেষ্ট?

শান্ত মগজুৰেই ৰচিছিল নেকি এই পৰিকল্পনা? পলিগ্ৰাফ টেষ্টত ওলাব আৰ জি কৰ কাণ্ডৰ সকলো তথ্য? কেনেকৈ কৰা হয় পলিগ্ৰাফ টেষ্ট?

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.