• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

2 years ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

48 minutes ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

1 hour ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

2 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

2 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

3 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

4 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

5 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

5 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

6 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

7 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

8 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?

editor by editor
August 23, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
জেলেনস্কিৰ কান্ধত হাত কৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে? কিয় হঠাৎ ইউক্ৰেইন ভ্ৰমণ মোদীৰ?
0
SHARES
227
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭ঘণ্টীয়া যাত্ৰাৰে ইউক্ৰেইনৰ কিয়েভত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কিয়েভত উপস্থিত হৈয়েই জেলেনস্কিৰ সৈতে নেশ্ব্যনেল মিউজিয়াম অফ হিষ্ট্ৰীত ৰুছ আক্ৰমণত নিহত শিশুসকলৰ স্মৃতিসৌধলৈ গৈছে নৰেন্দ্ৰ মোদী৷ তাতেই ইউক্ৰেইনৰ প্ৰেছিডেণ্ট ভলোডিমিৰ জেলেনস্কিৰ কান্ধত হাত থৈ খোজ দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী পুটিনে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ডৰ পৰা ৰাজধানী ৱাৰেশৰ পৰা ১০ ঘণ্টীয়া ৰে’লযাত্ৰা কৰি শুকুৰবাৰে পুৱাই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত উপস্থিত হৈছে৷ যুদ্ধৰ পৰিস্থিতিত ইউক্ৰেইনৰ আকাশ নিৰাপদ নহয় বুলিয়েই প্ৰধানমন্ত্ৰীয়ে এই ৰে’লযাত্ৰাৰ সিদ্ধান্ত হৈছে৷ ৱাৰেশৰ দৰে কিয়েভতো মোদীক স্বাগত জনাবলৈ প্ৰৱাসী ভাৰতীয়ই ভিৰ কৰাও পৰিলক্ষিত হয়৷

হোটেলত উপস্থিত হৈ প্ৰায় আধাঘণ্টাৰ পাছতেই মোদীয়ে গান্ধীমূৰ্তিত গৈ শ্ৰদ্ধা অৰ্পণ কৰে৷ তাত থকা প্ৰৱাসী ভাৰতীয়ক উদ্দেশ্যি মোদীয়ে কয়, ‘ভাৰতৰ অৱস্থান পৰিষ্কাৰ, এইয়া যুদ্ধৰ সময় নহয়৷ আমি সকলোৱে ঐক্যবদ্ধভাৱে মানৱতাৰ এই সংকটক দূৰ কৰিব লাগিব৷’

জেলেনস্কিৰ সৈতে সাক্ষাৎপৰ্বত কৰমৰ্দনৰ ওপৰিও আছিল মোদীসুলভ আলিংগনো৷ তেওঁলোক দুয়ো একেলগে নেশ্ব্যনেল মিউজিয়াম অফ হিষ্ট্ৰীত যায়৷ তাতেই মাল্টিমিডিয়া মাৰ্টিৰোলজিষ্ট এক্সপোজিশ্ব্যন যুদ্ধত নিহত শিশুসকলৰ ছবি আৰু স্মৃতিসৌধ আছে৷ এই স্থানৰ পৰা উলোটি গৈ দুই ৰাষ্ট্ৰনেতাই বৈঠকতো বহিছে৷ প্ৰসংগত ১৯৯১ চনৰ পাছত এই প্ৰথম ভাৰতৰ কোনো এজন প্ৰধানমন্ত্ৰী ইউক্ৰেইনলৈ যায়৷ চলিত বছৰ ৮ জুলাইত ভ্লাডিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লৈ ৰাছিয়া যাত্ৰা কৰে মোদীয়ে৷ কূটনৈতিক ক্ষেত্ৰত ভাৰসাম্যৰ বাৰ্তা দি এইবাৰ ৰাছিয়াৰ শত্ৰু দেশত ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত হোৱাক লৈ চলিছে বহু চৰ্চাও৷

কূটনৈতিক ক্ষেত্ৰত ভাৰসাম্যৰ বাৰ্তা দিছে এইবাৰ ৰাছিয়াৰ শত্ৰু দেশলৈ গৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী৷ সমালোচকে অৱশ্যেই কৈছে, আমেৰিকাসহ পশ্চিমী দুনীয়াক সন্তুষ্ট কৰিবলৈকে এই যাত্ৰা৷ তাৎপৰ্যপূৰ্ণভাৱে মোদীৰ ইউক্ৰেইন যাত্ৰাৰ পূৰ্বে বৃহস্পতিবাৰে নিশাৰ পৰা ইউক্ৰেইন জুৰি ধাৰাবাহিক ড্ৰোন আক্ৰমণ কৰে ৰাছিয়াই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
ভয়তে নিচ্ছুপ হৈ আছিল এখন চহৰ! ৩২ বছৰ পূৰ্বৰ এই ঘটনাক লৈ আজিও কিয় কঁপি উঠে অজমেৰবাসী?

ভয়তে নিচ্ছুপ হৈ আছিল এখন চহৰ! ৩২ বছৰ পূৰ্বৰ এই ঘটনাক লৈ আজিও কিয় কঁপি উঠে অজমেৰবাসী?

পত্নীক উপহাৰ দিব বিলাসবহুল প্ৰাসাদ, সোনাক্ষীয়ে কিয় বিক্ৰি কৰিলে নিজৰ বান্দ্ৰাস্থিত এপাৰ্টমেণ্ট?

পত্নীক উপহাৰ দিব বিলাসবহুল প্ৰাসাদ, সোনাক্ষীয়ে কিয় বিক্ৰি কৰিলে নিজৰ বান্দ্ৰাস্থিত এপাৰ্টমেণ্ট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.