• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্দীপ ঘোষসহ ৬জনৰ পলিগ্ৰাফ পৰীক্ষা আৰম্ভ! দিল্লীৰ পৰা আহিছে CBIৰ বিশেষ দল

সন্দীপ ঘোষসহ ৬জনৰ পলিগ্ৰাফ পৰীক্ষা আৰম্ভ! দিল্লীৰ পৰা আহিছে CBIৰ বিশেষ দল

2 years ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

5 minutes ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

44 minutes ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

2 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

15 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

16 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

16 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

16 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

17 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

18 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

18 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

19 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্দীপ ঘোষসহ ৬জনৰ পলিগ্ৰাফ পৰীক্ষা আৰম্ভ! দিল্লীৰ পৰা আহিছে CBIৰ বিশেষ দল

সন্দীপ ঘোষসহ ৬জনৰ পলিগ্ৰাফ পৰীক্ষা আৰম্ভ! দিল্লীৰ পৰা আহিছে CBIৰ বিশেষ দল

editor by editor
August 24, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সন্দীপ ঘোষসহ ৬জনৰ পলিগ্ৰাফ পৰীক্ষা আৰম্ভ! দিল্লীৰ পৰা আহিছে CBIৰ বিশেষ দল
0
SHARES
632
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনুমতি পূৰ্বেই লাভ কৰিছিল৷ শনিবাৰে কলকাতাৰ ছিজিঅ’ কমপ্লেক্সত CBI দফতৰৰ সন্দীপ ঘোষ আৰু বাকীসকলৰ পলিগ্ৰাফ পৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ মুঠ ৬জনৰ পলিগ্ৰাফ পৰীক্ষা চলিব৷ দিল্লীৰ পৰা CBIৰ এটা বিশেষ দল আহিছে কলকাতালৈ৷ শনিবাৰে সকলোৰে পলিগ্ৰাফ পৰীক্ষা চলিব বুলি পূৰ্বেই জনাইছিল CBIয়ে৷ কথামতেই চলি আছে ৬গৰাকীৰে পলিগ্ৰাফ টেষ্ট৷

আৰ জি কৰত মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছিভিক ভলণ্টিয়াৰৰ পলিগ্ৰাফ পৰীক্ষাও শনিবাৰে কৰি আছে ছিবিআইয়ে৷ বৰ্তমান ধৃত সঞ্জয় জে’ল হেফাজতত আছে৷ ছিজিঅ’ কমপ্লেক্সত শনিবাৰে পুৱাই উপস্থিত হৈছে সন্দীপ৷ তেওঁ এইবাৰকে ধৰি মুঠ ৯বাৰ CBI দফতৰত হাজিৰ হৈছে৷ পূ

সন্দীপৰ ওপৰিও আৰজি কৰৰ অইন ৪ চিকিৎসকৰ পলিগ্ৰাফ টেষ্ট কৰিব CBIয়ে৷ অৱশ্যে একেলগে আটাইকেইজনৰ পৰীক্ষা নহয়৷ এজন এজনকৈহে ৬জনৰ পলিগ্ৰাফ টেষ্ট হ’ব৷ টেষ্টৰ সময় CBIয়ে থিৰাং কৰিছে৷

ইফালে শুকুৰবাৰে ধৃত সঞ্জয়ক জে’ললৈ পঠিয়াইছে আদালতে৷ সঞ্জয়ৰ পলিগ্ৰাফ পৰীক্ষা ক’ত হ’ব সেইয়া জানিব পৰা হোৱা নাই৷ জে’লৰ বাহিৰত পৰীক্ষাৰ বাবে সঞ্জয়ক ওলাই অনা হ’বনে সেয়া স্পষ্ট নহয়৷ আৰ জি কৰত মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাত প্ৰথমে CBIৰ নজৰ ৰাখিছিল সন্দীপসহ এই ৬জনৰ ওপৰত৷ সন্দেহৰ বাবেই পলিগ্ৰাফ টেষ্ট চলাব৷ তদন্তৰ সুবিধাৰ্থে এই পৰীক্ষা কৰোৱা হৈছে৷ এই পৰীক্ষাৰ বাবে যাৰ ওপৰত পৰীক্ষা চলিব তেওঁৰ সন্মতি থকাটো প্ৰয়োজন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

August 28, 2026
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?
জীৱনশৈলী

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

August 28, 2026
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
Next Post
এইবাৰ জন্মাষ্টমীত দ্বাপৰ যুগৰ দৰে বিৰল কাকতালীয় যোগ তৈয়াৰ হৈছে, পূৰণ হ’ব মনৰ প্ৰতিটো ইচ্ছা

এইবাৰ জন্মাষ্টমীত দ্বাপৰ যুগৰ দৰে বিৰল কাকতালীয় যোগ তৈয়াৰ হৈছে, পূৰণ হ’ব মনৰ প্ৰতিটো ইচ্ছা

শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ, এইসমূহ উপেক্ষা কৰিলেই বাঢ়িব হাৰ্ট এটে/কৰ আশংকা

শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ, এইসমূহ উপেক্ষা কৰিলেই বাঢ়িব হাৰ্ট এটে/কৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.